• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

RBI য়ে সলনি কৰিছে ঋণ প্ৰদানৰ নিয়ম; কোন হ’ব অধিক উপকৃত?

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , September 5, 2020 8:37 am

1 min read

WhatsApp Image 2020-09-05 at 8.05.58 AM

বেংকসেৱাৰ প্ৰতিনিধিত্বমূলক ফটো।

10k
VIEWS
Share on FacebookShare on Twitter

আপুনি যদি ষ্টাৰ্টআপৰ বাবে ঋণ লোৱাৰ কথা ভাৱিছে, তেনেহ’লে আপোনাৰ বাবে আছে ডাঙৰ সকাহৰ খৱৰ।

ভাৰতীয় ৰিজাৰ্ভ বেংকে প্ৰায়’ৰিটি ছেক্টৰ লেণ্ডিং(PSL)ৰ সৈতে জড়িত সংশোধিত নীতি-নিৰ্দেশনা জাৰি কৰিছে।

ৰিজাৰ্ভ বেংকৰ নতুন নিয়মৰ সুবিধা ক্ষুদ্ৰ খেতিয়কেও লাভ কৰিব।

ৰিজাৰ্ভ বেংকৰ সংশোধিত নিয়ম অনুসৰি ৫০কোটি টকালৈকে ষ্টাৰ্ট আপ, খেতিয়কে ছোলাৰ প্লেন্ট আৰু কম্প্ৰেছড বায়’গেছ প্লেন্টৰ বাবে প্ৰায়’ৰিটি ছেক্টৰ হিচাপে ঋণ লাভ কৰিব পাৰিব।

ৰিজাৰ্ভ বেংকে কৈছে যে নতুন নীতি-নিৰ্দেশনাত প্ৰায়’ৰিটি ছেক্টৰ হিচাপে ঋণ দিয়াৰ ক্ষেত্ৰত আঞ্চলিক বৈষম্য দূৰ কৰাৰ চেষ্টা কৰা হৈছে।

আনহাতে, যিবোৰ জিলাত প্ৰায়’ৰিটি ছেক্টৰ হিচাপে দিয়া ঋণৰ মাত্ৰা কম হৈ আছে তাত অধিক গুৰুত্ব দিয়া হৈছে।

ৰিজাৰ্ভ বেংকৰ মতে ইয়াৰ দ্বাৰা নবীকৰণযোগ্য শক্তি (renewable energy) আৰু স্বাস্থ্যৰ আন্তৰ্গাঁথনি খণ্ডত ক্ৰেডিট ফ্ল’ বৃদ্ধি পাব।

ইপিনে, উক্ত দুটা খণ্ডৰ বাবে ঋণৰ পৰিমান দুগুণলৈ বৃদ্ধি কৰা হৈছে।

Recent News

সংকটজনক অৱস্থাত আই চি য়ুত ভৰ্তি প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত

সংকটজনক অৱস্থাত আই চি য়ুত ভৰ্তি প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত

মিজোৰামত জনসাধাৰণৰ উপাসনাৰ বাবে ফেব্ৰুৱাৰিৰ পৰা পুনৰ খুলিব গীৰ্জা

মিজোৰামত জনসাধাৰণৰ উপাসনাৰ বাবে ফেব্ৰুৱাৰিৰ পৰা পুনৰ খুলিব গীৰ্জা

Modi-2

দেশৰ ৩০০৬ টা কেন্দ্ৰত প্ৰদান কৰা হ’ব কোভিড ভেকচিন,এইসকল লোকে ল’ব নোৱাৰিব ভেকচিন

অসম ৰাইফলছৰ অভিযানত অস্ত্ৰ-শস্ত্ৰ সহ য়ুএনএলএফ বিদ্ৰোহী আটক

অসম ৰাইফলছৰ অভিযানত অস্ত্ৰ-শস্ত্ৰ সহ য়ুএনএলএফ বিদ্ৰোহী আটক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd