• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰিজাৰ্ভ বেংকে দিছে অন্তিম সীমা : এ টি এম কাৰ্ড উন্নীত নকৰিলে বিপদত পৰিব পাৰে গ্ৰাহক

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 17, 2018 6:27 pm

2 min read

EMV_ATM card

দুটা প্ৰযুক্তি মানৰ এ টি এম কাৰ্ডৰ নমুনা।

4k
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় ৰিজাৰ্ভ বেংকে অহা ৩১ ডিচেম্বৰৰ ভিতৰত সকলো বেংককে ইয়াৰ গ্ৰাহকসকলৰ পুৰণি প্ৰযুক্তি মানৰ এ টি এম কাৰ্ডবোৰ নতুনকৈ ধৰি দিয়া প্ৰযুক্তি-মানলৈ উন্নীত কৰাবলৈ কঠোৰ নিৰ্দেশ দিছে। ইতিমধ্যে এছ বি আইকে ধৰি প্ৰায় সকলো বেংকেই তেওঁলোকৰ গ্ৰাহকলৈ কাৰ্ডবিলাক উন্নীত কৰিবলৈ নিৰ্দেশনা প্ৰেৰণ কৰিছে।

গতিকে অহা ৩১ ডিচেম্বৰৰ ভিতৰত যাতে আপোনাৰ বেংকৰ পৰা এই নতুন মানবিশিষ্ট কাৰ্ড পায়, তাৰ বাবে মাইগ্ৰেইশ্যন প্ৰক্ৰিয়া আগতীয়াকৈ সম্পূৰ্ণ কৰক। অন্যথা আপোনাৰ কাৰ্ডখন অকামিলা হৈ পৰাটো এক প্ৰকাৰৰ নিশ্চিত।

পুৰণি প্ৰযুক্তি মানৰ কাৰ্ডবোৰক ক্লাছিক ডেবিট কাৰ্ড বা ষ্ট্ৰিপ-বেছড কাৰ্ড বুলি কোৱা হয়। ইয়াৰ বিপৰীতে নতুন মানৰ কাৰ্ডবোৰ হ’ল চিপ এণ্ড পিন বেছড কাৰ্ড, যিবোৰক ই এম ভি (EMV) কাৰ্ড বুলিও কোৱা হয়। EMV হ’ল Europay, Mastercard, আৰু Visa ৰ সংক্ষিপ্ত ৰূপ।

এই নতুন কাৰ্ডবোৰত contact-pad বুলি এটা সৰু চিপ আছে(সোণালী ৰঙৰ), য’ত গ্ৰাহকৰ সবিশেষ সংৰক্ষিত থাকে। আনহাতে পুৰণি প্ৰযুক্তিৰ কাৰ্ডবোৰত থাকে এটা মেগনেটিক পটি। পুৰণি কাৰ্ডবোৰৰ এই পটিটো সহজে ক্ল’নিং কৰিব পাৰি বাবে গ্ৰাহক ঠগ-প্ৰৱঞ্চকৰ দ্বাৰা আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি। গতিকে ৰিজাৰ্ভ বেংকে অতি তৎকালীনভাৱে গ্ৰাহকক নতুন প্ৰযুক্তিৰ কাৰ্ড দিবলৈ বেংকবিলাকক নিৰ্দেশ দিছে।

এছ বি আই-এ ইতিমধ্যে বিনামূলীয়াকৈ এই পুৰণি মানটোৰ পৰা নতুন মানবিশিষ্ট কাৰ্ডলৈ মাইগ্ৰেইশ্যনৰ এক সুযোগ আগ বঢ়াইছে।

মন কৰিব লগীয়া যে বেংকটোৱে সৰ্বাধিক গ্ৰাহকক এই ক্লাছিক ডেবিট কাৰ্ডহে যোগান ধৰিছিল। তুলনামূলকভাৱে নতুন গ্ৰাহকৰহে আছে ই এম ভি কাৰ্ড।

Recent News

Tengakhat

ভোগালীৰ পূৰ্বৰ নিশাই টিংখাঙত জঘন্য কাণ্ড : ১৮ বছৰীয়া যুৱতীক ধৰ্ষণ কৰি খুৰীয়েকৰ সৈতে হত্যা

pfizer-coronavirus_vaccine-750x375-1

কৰ’নাৰ ভেকচিন লোৱাৰ পাছতে ২৩জন লোকৰ মৃত্যু! টীকাকৰণক লৈ আতংক নৰ’ৱেত

index

আত্মনির্ভৰ ভাৰত! : দেশত নিৰ্মিত অত্যাধুনিক মাৰণাস্ত্ৰ লাভ কৰিব দেশৰ সেনাবাহিনীয়ে

wp-video-call-main_013120124554-new-750x375

চাপত পৰি পিছ হুহুকিলে WhatsApp; প্ৰাইভেচি পলিচিক লৈ নতুন ঘোষণাত য়ুজাৰৰ সকাহ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd