• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

RBI Policy: ৰেপো ৰেট বৃদ্ধি আৰবিআইৰ; সূতৰ ওপৰত পৰিব প্ৰভাৱ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 5, 2022 1:50 pm
আৰবিআইৰ গভৰ্ণৰ শক্তিকান্ত দাস। ফাইল ফটো।

আৰবিআইৰ গভৰ্ণৰ শক্তিকান্ত দাস। ফাইল ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

RBI hikes repo rate by 50 basis pointsভাৰতীয় ৰিজাৰ্ভ বেংকে ৰেপো ৰেট বৃদ্ধি কৰিছে। আৰবিআই মুদ্ৰা নীতি সমিতিয়ে (মনিটাৰী পলিচি কমিটি) ৰেপো ৰেট ৫০ বেছিছ পইণ্ট বৃদ্ধি কৰি ৫.৪০% কৰিছে আৰু ষ্টেণ্ডিং ডিপজিট ফেচিলিটি (SDF) ৫.১৫% লৈ বৃদ্ধি কৰা হৈছে। ৰেপো ৰেটে প্ৰাক-কোভিডকালীন স্তৰো অতিক্ৰম কৰিলে।

ভাৰতীয় ৰিজাৰ্ভ বেঙ্কৰ মুদ্ৰা নীতি সমিতিয়ে তিনিদিনীয়া বৈঠকৰ পিছত এই সিদ্ধান্ত ঘোষণা কৰে।

শুকুৰবাৰে এক সংবাদমেলত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ শক্তিকান্ত দাসে এই সিদ্ধান্তৰ কথা সদৰী কৰে। এই বৈঠক যোৱা ৩ আগষ্টত আৰম্ভ হৈছিল। বিত্তীয় বৰ্ষ ২০২৩ৰ বাবে জিডিপি বৃদ্ধিৰ পূৰ্বানুমান ৭.২% নিৰ্দ্ধাৰণ কৰা হৈছে। একে সময়তে মূল্য বৃদ্ধিৰ হাৰ ৬.৭% থাকিব বুলি অনুমান কৰা হৈছে।

Apply Now

লগতে পঢ়ক: 5G আহিলে অচল হৈ পৰিব নেকি আপোনাৰ 4G স্মাৰ্টফোন?

ৰেপো ৰেট বৃদ্ধিৰ ফলত গাড়ী, গৃহ নিৰ্মাণকে ধৰি সকলো প্ৰকাৰৰ ঋণৰ সূতৰ হাৰ আৰু বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। তেনে ক্ষেত্ৰত ই.এম.আই বৃদ্ধিৰ ফলত সাধাৰণ নাগৰিকৰ ওপৰত চাপ বাঢ়িব। ২০১৯ চনৰ আগষ্টত কোভিড আৰম্ভ হোৱাৰ আগতে ৰেপো ৰেট আছিল ৫.১৫ শতাংশ।

একাংশ অৰ্থনীতিবিদৰ মতে মুদ্ৰাস্ফীতিৰ হাৰ হ্ৰাস কৰিবলৈ ভাৰতীয় ৰিজাৰ্ভ বেংকে ৰেপো ৰেট বৃদ্ধি কৰিছে।

উল্লেখ্য যে ৰিজাৰ্ভ বেংকে যোৱা জুনত ৰেপো ৰেট বৃদ্ধি কৰিছিল। ৰেপো ৰেট ৫০ বেছিছ পইণ্ট বৃদ্ধি কৰা হৈছিল। আৰবিআইয়ে দেশৰ বেংকবোৰক যি হাৰত হ্ৰস্বম্যাদী ঋণ দিয়ে সেইহাৰক ৰেপো ৰেট বুলি কোৱা হয়। এই ৰেপো ৰেট বৃদ্ধি পালে বেঙ্কৰ ব্যয়ো বৃদ্ধি হয়। তেতিয়া তাৰ বোজা সাধাৰণ মানুহৰ কান্ধত আহি পৰে।

লগতে পঢ়ক: Love in the time of War: দেশত চলিছে যুদ্ধ; ভাৰতলৈ আহি বিবাহপাশত আৱদ্ধ হ’ল ৰাছিয়া-ইউক্ৰেইনৰ প্ৰেমিক যুগল

সেয়েহে, অৰ্থনৈতিক বিশেষজ্ঞসকলে ভাৱে যে ৰাজহুৱা-ব্যক্তিগত গৃহ ঋণৰ সূতৰ হাৰ অতি সোনকালে বৃদ্ধি হ’ব। ৰেপো ৰেট বৃদ্ধিৰ ফলত ফ্ল’টিং ৰেটৰ ওপৰত দীৰ্ঘম্যাদী প্ৰভাৱ পৰিব। এইক্ষেত্ৰত গৃহ ঋণৰ দৰে দীৰ্ঘম্যাদী ঋণৰ ক্ষেত্ৰত গ্ৰাহকৰ ওপৰত চাপ যথেষ্ট বৃদ্ধি পাব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd