• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আই পি এলত এইবাৰ প্ৰথম কোহলিহঁতৰ ‘মেচেজ থেৰাপি’ৰ দায়িত্বত মহিলা

এন ই নাও নিউজ by এন ই নাও নিউজ
October 19, 2019 2:23 pm
Navneet-Gautam-Kohli
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বৰ ক্ৰীড়াক্ষেত্ৰত এয়া কোনো নতুন কথা নহয়। ক্ৰিকেট দলতো এনে দুই এটা উদাহৰণ নোহোৱা নহয়। কিন্তু আইপিএলত এইটো প্ৰথম উদাহৰণ।

বাংগালুৰু ৰয়েল চেলেঞ্জাৰ্ছৰ বিৰাট কোহলিহঁতৰ কাষত এইবাৰ দেখা যাব মহিলা মেচেজ থেৰাপিষ্ট নবনীতা গৌতমক।

Apply Now

আৰ চি বিৰ আগন্তুক চিজনৰ বাবে নবনীতাক মেচেজ থেৰাপিষ্ট হিচাপে নিযুক্তি দিয়া হৈছে। প্ৰথমবাৰৰ বাবে আইপিএলত কোনো দলৰ ছাপোৰ্ট ষ্টাফ হিচাপে নিযুক্তি দিয়া হৈছে এগৰাকী মহিলাক।

আৰ চি বিৰ ফালৰ পৰা টুইট কৰি এই সিদ্ধান্তৰ কথা ঘোষণা কৰা হৈছে। কোৱা হৈছে,’’ আইপিএলত প্ৰথম দল হিচাপে মহিলা ছাপোৰ্ট ষ্টাফ নিযুক্তি দিবলৈ পাই আমি গৌৰৱান্বিত। নবনীতাই দলৰ প্ৰস্তুতি, ক্ৰিকেটাৰসকলৰ ৰিক’ভাৰিত সহায় কৰিব।‘’

আৰ চি বিৰ অধ্যক্ষ সঞ্জীৱ চুৰিয়েলে কয়,’’এনেধৰণৰ ঐতিহাসিক ঘটনাৰ সাক্ষী হ’বলৈ পাই ভাল লাগিছে। আমি সঠিক পথেৰেই আগবাঢ়িছো। এইটো তাৰেই আৰু এটা উদাহৰণ।‘’

আইপিএলত আৰ চি বিৰ প্ৰদৰ্শন ভাল যদিও শ্ৰেষ্ঠ বুলি ক’ব নোৱাৰি। কেইবাবাৰো ফাইনেলত উপনীত হ’লেও বৰ্তমান পৰ্যন্ত চেম্পিয়ন হোৱাত ব্যৰ্থ হৈ আহিছে কোহলিৰ দলটো।

এইবাৰ সকলো নতুনকৈ আৰম্ভ কৰিব বিচাৰিছে আৰ চি বিয়ে। ছাপোৰ্ট ষ্টাফত ব্যাপক পৰিৱৰ্তন অনা হৈছে।

নিউজিলেণ্ডৰ প্ৰাক্তন প্ৰশিক্ষক মাইক হাছানক ডিৰেক্টৰ অৱ ক্ৰিকেট কৰা হৈছে। মাইকৰ প্ৰক্ষিণতেই এইবাৰ  কেন উইলিয়ামছৰ দলটোৱে ফাইনেল খেলিবলৈ সমৰ্থ হৈছিল। আনহাতে, যোৱাবাৰৰ কে কে আৰৰ সহকাৰী প্ৰশিক্ষক চাইমন কেটিছক আৰ চি বিয়ে মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিছে।

অৱশ্যে,আৰ চি বিয়ে মহিলা ফিজিঅ’ থেৰাপিষ্ট নিযুক্তি দি আটাইতকৈ ডাঙৰ চমকটো দিছে। ইয়াৰ পূৰ্বে ফুটবলত পুৰুষৰ খেলত মহিলাই ৰেফাৰী হিচাপে  থকাৰ লগতে মহিলা লাইন্সমেনো দেখা গৈছিল।

বিদেশত পুৰুষৰ দলত মহিলা প্ৰশিক্ষক থকাৰ উদাহৰণ আছে। কিন্তু ভাৰতত এয়া প্ৰথম। এইবাৰ আইপিএলত নবনীতা গৌতমৰ উপস্থিতিয়ে কোহলিৰ দলক কেনেদৰে সঞ্জীৱিত কৰে সেয়া লক্ষ্যণীয় হ’ব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

July 27, 2026 6:10 pm
বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

July 27, 2026 3:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd