DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 30, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

বিত্তীয় জালিয়াতিৰ অভিযোগত ৰিয়েল ইষ্টেট ব্যৱসায়ৰ প্ৰতিপত্তিশীল আইকন ললিত গোয়েলক গ্ৰেপ্তাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 16, 2021 5:41 pm
Real Estate Tycoon Lalit Goyal Arrested In Money Laundering Case
116
VIEWS
Share on FacebookShare on Twitter

ৰিয়েল ইষ্টেট গ্ৰুপ আই.আৰ.ই.ও.-ৰ উপাধ্যক্ষ ললিত গোয়েলক এক বিত্তীয় জালিয়াতিৰ গোচৰত গ্ৰেপ্তাৰ কৰিছে এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে।

ৰিয়েল ইষ্টেট ব্যৱসায়ৰ প্ৰতিপত্তিশীল আইকন গোয়েলক যোৱা সপ্তাহত আমেৰিকালৈ যাত্ৰা কৰিবলৈ লোৱাৰ মুহূৰ্ততে দিল্লী বিমানবন্দৰত আটক কৰা হৈছিল। বিত্তীয় অপৰাধৰ তদন্ত কৰা এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে গোয়েলৰ বিৰুদ্ধে এক লুকআউট চাৰ্কুলাৰ প্ৰস্তুত কৰিছে।

এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটৰ এজন বিষয়াই তদন্তত সহযোগ নকৰাৰ বাবে গোয়েলক গ্ৰেপ্তাৰ কৰা হয় বুলি জানিবলৈ দিয়ে।

বৈদেশিক মুদ্ৰা ব্যৱস্থাপনা আইন (FEMA) উলংঘনৰ সৈতে জড়িত এটা গোচৰৰ ওপৰত আই.আৰ.ই.ও.-ৰ তদন্ত ২০১০ চনৰ পৰা চলি আছে।

কোম্পানীটোৱে গৃহক্ৰেতাৰ ধন, বিনিয়োগ আৰু শ্বেয়াৰহোল্ডিংত ৭৭ নিযুত ডলাৰ অকৰ্তৃত্বশীল ট্ৰাষ্টলৈ স্থানান্তৰ কৰাৰ অভিযোগ আছে।

অকৰ্তৃত্বশীল ফাণ্ডৰ ওপৰত বিশ্বব্যাপী অনুসন্ধান চলা “পেণ্ডোৰা পেপাৰছ”তো ব্যৱসায়ীজনৰ নাম সাঙুৰ খাইছিল।

আনহাতে গোয়েল আৰু তেওঁৰ ব্যক্তিগত উকীলসকলে কোনো ধৰণৰ অন্যায়ৰ কথা অস্বীকাৰ কৰিছে।

Recent News

Bumrah selected as test captain

ইংলেণ্ডৰ বিৰুদ্ধে টেষ্টৰ পৰা বাহিৰ ৰোহিত শৰ্মা: বুমৰাহৰ কান্ধত অধিনায়কৰ দায়িত্ব

Uddhav Thackeray resigns উচ্চতম ন্যায়ালয়ে আস্থাভোটৰ নিৰ্দেশ দিয়াৰ পিছতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ পদত্যাগ

Uddhav Thackeray resigns উচ্চতম ন্যায়ালয়ে আস্থাভোটৰ নিৰ্দেশ দিয়াৰ পিছতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ পদত্যাগ

AAgrY_SupremeCourtofIndia-750x375-1

No-Trust Vote উচ্চতম ন্যায়ালয়ত মুখ থেকেচা উদ্ধৱ থাকৰে শিবিৰৰ, বৃহস্পতিবাৰেই অনুষ্ঠিত হ’ব মহাৰাষ্ট্ৰৰ আস্থা ভোট

Seven Left-Youth Organizations Demand: বানাক্ৰান্তক পৰ্যাপ্ত সাহায্য আৰু ক্ষতিপূৰণৰ দাবী; সাত বাঁওপন্থী যুৱ-ছাত্ৰ সংগঠনৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ

Seven Left-Youth Organizations Demand: বানাক্ৰান্তক পৰ্যাপ্ত সাহায্য আৰু ক্ষতিপূৰণৰ দাবী; সাত বাঁওপন্থী যুৱ-ছাত্ৰ সংগঠনৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd