• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ইতিহাস ৰচিলে ‘কিংছ অৱ ইউৰোপ’ ৰিয়েল মাদ্রিদে, ডৰ্টমুণ্ডক পৰাস্ত কৰি ১৫ সংখ্যক চেম্পিয়নছ লীগ জয়

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 2, 2024 9:59 am
171
VIEWS
Share on FacebookShare on Twitter

১ জুন শনিবাৰে লণ্ডনৰ ৱেম্বলী ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ফাইনেলত বৰুছিয়া ডৰ্টমুণ্ডক ২-০ গ’লত পৰাস্ত কৰি ৰিয়েল মাদ্রিদে ইউএফএ চেম্পিয়নছ লীগ জয় কৰে৷

ৰিয়েল মাদ্ৰিদক এসময়ত ‘ইউৰোপৰ ৰজা’ বুলি কোৱা হৈছিল। ১৯৫৬ চনৰ পৰা এই প্ৰতিযোগিতা আৰম্ভ হোৱাৰ পাছৰে পৰা একেৰাহে পাঁচবাৰকৈ ট্ৰফী লাভ কৰিবলৈ সক্ষম হৈছে। ১৯৬৬ চনতো মাদ্ৰিদ জয়ী হৈছিল। ষষ্ঠ ট্ৰফী জয় কৰাৰ পাছত মাদ্ৰিদ ৩২ বছৰ অপেক্ষা কৰিবলগীয়া হৈছিল। কিন্তু যোৱা ১০ বছৰত মাদ্ৰিদে ছয়বাৰ ইউৰোপৰ ভিতৰতে শ্ৰেষ্ঠ স্থান দখল কৰিছে। গতিকে আকৌ এবাৰ মাদ্ৰিদে ‘ইউৰোপৰ চেম্পিয়ন’ৰ খিতাপ লাভ কৰে।

অৱশ্যে ৱেম্বলীত অনুষ্ঠিত মেচখনৰ আৰম্ভণি আছিল পৃথক।ৰিয়েল অতি শক্তিশালী যদিও খেলখনৰ প্ৰথমাৰ্ধত ডৰ্টমুণ্ডে আধিপত্য প্ৰদৰ্শন কৰে। খেল আৰম্ভ হোৱাৰ পাছত দৰ্শক খেলপথাৰত প্ৰৱেশ কৰাৰ লগে লগে কিছু সময়ৰ বাবে খেল বন্ধ হৈ পৰে।

দ্বিতীয়াৰ্ধৰ আৰম্ভণিৰ পৰাই ৰিয়েলে আক্ৰমণ বৃদ্ধি কৰে। ৪৮ মিনিটৰ পাছত ভিনিচিয়াছে বাকচৰ বাহিৰত ফাউল কৰি ৰিয়েলে ফ্ৰী কিক লাভ কৰে। টনি ক্ৰ’ছৰ ডিফ্লেক্টেড শ্বটটো কোবেলে তেওঁৰ সোঁফালে ডাইভ কৰি ৰক্ষা কৰে। ৭৩ মিনিটত ক্ৰুজৰ কৰ্ণাৰত কাৰ্ভাজালে হেডাৰ গ’ল দিয়ে। ৰিয়েল মাদ্ৰিদ আগবাঢ়ি যায়। ডৰ্টমুণ্ডৰ ডিফেন্স ভংগ হোৱাৰ পাছত ৰিয়েলে নিজৰ আক্ৰমণ তীব্ৰতৰ কৰি তোলে। মেচখনৰ ৮২ মিনিটৰ পাছত ভিনিচিয়াছে খেলৰ ফলাফল নিশ্চিত কৰে। মেটছনৰ ভুলৰ পাছত বেলিংহামে বলটো লাভ কৰে। ব্ৰাজিলৰ ফুটবলাৰগৰাকীয়ে শীতল মগজুৰে গ’ল দিয়ে।যাৰ ফলত ২-০ গ’লত আগবাঢ়ি যায় ৰিয়েল মাদ্ৰিদ।

Recent News

কমাৰ নাম নাই! ১ জুলাইৰ পৰা বৃদ্ধি পালে ৰে’লৰ ভাড়া; বিজ্ঞপ্তি প্ৰকাশ কৰি জনালে ৰে’ল মন্ত্ৰালয়ে

কমাৰ নাম নাই! ১ জুলাইৰ পৰা বৃদ্ধি পালে ৰে’লৰ ভাড়া; বিজ্ঞপ্তি প্ৰকাশ কৰি জনালে ৰে’ল মন্ত্ৰালয়ে

কাৰ্যপালিকাৰ ওপৰত ৰুষ্ট ন্যায়পালিকা : থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী পাটংটাৰ্ণ শ্বিনাৱাট্ৰাক নিলম্বন সাংবিধানিক আদালতৰ!

কাৰ্যপালিকাৰ ওপৰত ৰুষ্ট ন্যায়পালিকা : থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী পাটংটাৰ্ণ শ্বিনাৱাট্ৰাক নিলম্বন সাংবিধানিক আদালতৰ!

প্ৰিয়দৰ্শিনী মাট্টু কাণ্ডঃ সন্তোষ কুমাৰ সিঙৰ মুক্তিৰ অনুৰোধ পুনৰ বিবেচনা কৰিব দিল্লী উচ্চ ন্যায়ালয়ে

প্ৰিয়দৰ্শিনী মাট্টু কাণ্ডঃ সন্তোষ কুমাৰ সিঙৰ মুক্তিৰ অনুৰোধ পুনৰ বিবেচনা কৰিব দিল্লী উচ্চ ন্যায়ালয়ে

সাংসদ অজিত কুমাৰ ভূঞাৰ বিৰুদ্ধে দাখিল কৰা অভিযোগনামা ষড়যন্ত্রমূলক আৰু ৰাজনৈতিকভাৱে উদ্দেশ‍্য প্ৰণোদিত

সাংসদ অজিত কুমাৰ ভূঞাৰ বিৰুদ্ধে দাখিল কৰা অভিযোগনামা ষড়যন্ত্রমূলক আৰু ৰাজনৈতিকভাৱে উদ্দেশ‍্য প্ৰণোদিত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd