• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বি বৰুৱা মহাবিদ্যালয়ৰ অধ্যাপক নিৰুদ্দেশৰ ঘটনা : ব্যৱহৃত গাড়ীখন উদ্ধাৰ হোৱাৰ পিছত ৰহস্য অধিক ঘনীভূত

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
October 8, 2018 10:35 pm
Dr. Rubul Hazarika

ড০ ৰুবুল হাজৰিকা

9
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এমাহ ধৰি সন্ধানহীন হৈ থকা আৰু আৰক্ষীয়েও কোনো শুংসূত্ৰ উলিয়াবলৈ সক্ষম নোহোৱা বি বৰুৱা মহাবিদ্যালয়ৰ ভূগোলবিজ্ঞান বিভাগৰ অধ্যাপক ড০ ৰুবুল হাজৰিকাৰ গাড়ীখন ৭ অক্তোবৰত মহানগৰীৰ কামাখ্যা জংছনত উদ্ধাৰ হোৱাৰ পিছত ৰহস্য অধিক ঘনীভূত হৈছে।

উল্লেখযোগ্য যে ড০ ৰুবুল হাজৰিকাই ব্যৱহাৰ কৰা AS 01 DC 4166 নম্বৰৰ গ্ৰেণ্ড আই টেন গাড়ীখন স্থানীয় লোকৰ খবৰৰ ভিত্তিত কালি আৰক্ষীয়ে উদ্ধাৰ কৰিছিল।

Apply Now

কামাখ্যা ৰেল আৰক্ষী সুত্ৰই প্ৰকাশ কৰা মতে, কামাখ্যা জংছনৰ সমীপত থকা ভাৰতীয় ষ্টেইট বেংকৰ এটা এ টি এমৰ পাছফালে গাড়ীখন ৰখাই থৈ দিয়া আছিল। স্থানীয় লোকে কেইবাদিনো সেই স্থানত গৰাকীবিহীন গাড়ীখন দেখি সন্দেহবশতঃ আৰক্ষীক খবৰ দিয়ে।

আৰক্ষীয়ে পৰীক্ষা কৰি গাড়ীখন নিৰুদ্দিষ্ট ড০ ৰুবুল হাজৰিকাৰ বুলি নিশ্চিত কৰে। গাড়ীখনৰ ভিতৰত হাজৰিকাৰ ম’বাইল ফ’ন, মানিবেগ আৰু ছেন্দেল উদ্ধাৰ হোৱা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। আৰক্ষীয়ে লগতে গাড়ীখন অক্ষত অৱস্থাত থকা বুলিও জানিবলৈ দিয়ে। কিন্তু সেই ঠাইখিনি চি চি টিভিৰ নিৰীক্ষণৰ ভিতৰত নথকা বাবে গাড়ীখন কোনে কেতিয়া সেই স্থানত ৰখাইছে সেই কথা এতিয়াও জানিব পৰা নাই বুলি ৰে’ল আৰক্ষীয়ে জনায়।

ইতিমধ্যে গাড়ীখন ৰুবুল হাজৰিকাৰ নিৰুদ্দেশৰ গোচৰ ৰুজু হোৱা চিপাঝাৰ থানাই চমজি লৈছে। চিপাঝাৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া লোহিত চন্দ্ৰ ৰাভাই জানিবলৈ দিয়া মতে, বৰ্তমানলৈ অধ্যাপকজনৰ কোনো সম্ভেদ আৰক্ষীয়ে লাভ কৰিবলৈ সক্ষম হোৱা নাই। হঠাতে এইদৰে পৰিত্যক্ত অৱস্থাত গাড়ীখন উদ্ধাৰ হোৱাটোৱে নিৰুদ্দেশৰ ঘটনাটোক অধিক ৰহস্যঘন কৰিছে।

উল্লেখ্য যে, যোৱা ১২ ছেপ্তেম্বৰৰ পৰাই নিৰুদ্দেশ হৈ আছে ৰুবুল হাজৰিকা। অধ্যাপক ড০ হাজৰিকাই ১১ ছেপ্তেম্বৰত গুৱাহাটীৰ পৰা দৰং জিলাৰ ছিপাঝাৰ অঞ্চলৰ হাজৰিকাপাৰাত থকা তেওঁৰ নিজা ঘৰলৈ গৈছিল। ১২ ছেপ্তেম্বৰত ঘৰৰ পৰা তেওঁৰ গাড়ীখনত তেল ভৰাবলৈ ওলাই অহাৰ পাছৰে পৰা নিৰুদ্দিষ্ট হৈ আছে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি আজি জুবিন ক্ষেত্ৰ কঁপাব অনুৰাগীয়ে

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি আজি জুবিন ক্ষেত্ৰ কঁপাব অনুৰাগীয়ে

October 12, 2026 10:04 am
‘মোৰ বাবে নতুন খবৰ’, জেলেনস্কিক নজনোৱাকৈয়ে ৰাছিয়া-ইউক্ৰেইনৰ ‘শক্তি যুদ্ধবিৰতি’ ঘোষণা ট্ৰাম্পৰ

‘মোৰ বাবে নতুন খবৰ’, জেলেনস্কিক নজনোৱাকৈয়ে ৰাছিয়া-ইউক্ৰেইনৰ ‘শক্তি যুদ্ধবিৰতি’ ঘোষণা ট্ৰাম্পৰ

October 12, 2026 9:29 am
অভিষেকৰ বিস্ফোৰক ইনিংছ, অৰ্শদীপৰ ৩ উইকেটেৰে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে তৃতীয় টি-২০ত জয়ী ভাৰত

অভিষেকৰ বিস্ফোৰক ইনিংছ, অৰ্শদীপৰ ৩ উইকেটেৰে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে তৃতীয় টি-২০ত জয়ী ভাৰত

October 12, 2026 8:42 am
ইণ্ডিয়া মিত্ৰজোঁটক সাক্ষাৎ নকৰে মুখ্য ন্যায়াধীশ সূৰ্য্য কান্তে! আইনী পথত আগবাঢ়ি যোৱাৰ পৰামৰ্শ

ইণ্ডিয়া মিত্ৰজোঁটক সাক্ষাৎ নকৰে মুখ্য ন্যায়াধীশ সূৰ্য্য কান্তে! আইনী পথত আগবাঢ়ি যোৱাৰ পৰামৰ্শ

October 12, 2026 7:52 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি আজি জুবিন ক্ষেত্ৰ কঁপাব অনুৰাগীয়ে

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি আজি জুবিন ক্ষেত্ৰ কঁপাব অনুৰাগীয়ে

October 12, 2026 10:04 am
‘মোৰ বাবে নতুন খবৰ’, জেলেনস্কিক নজনোৱাকৈয়ে ৰাছিয়া-ইউক্ৰেইনৰ ‘শক্তি যুদ্ধবিৰতি’ ঘোষণা ট্ৰাম্পৰ

‘মোৰ বাবে নতুন খবৰ’, জেলেনস্কিক নজনোৱাকৈয়ে ৰাছিয়া-ইউক্ৰেইনৰ ‘শক্তি যুদ্ধবিৰতি’ ঘোষণা ট্ৰাম্পৰ

October 12, 2026 9:29 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd