• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জিঅ’ই বঢ়ালে প্ৰিপেইড প্লেনত দাম; ৪জি স্পীডত কোন কোম্পানি দেশৰ নং ১?

Nenow এন ই নাও নিউজ
গুৱাহাটী , February 21, 2020 9:20 pm

1 min read

jio_main_1571651261_618x347

প্ৰতিনিধিত্বমূলক ফটো

2.3k
VIEWS
Share on FacebookShare on Twitter

ভাৰতৰ সৰ্ববৃহৎ টেলিকম কোম্পানি ৰিলায়েন্স জিঅ’ই ইয়াৰ বছৰেকীয়া এক প্লেনৰ দাম বৃদ্ধি কৰিছে।

পূৰ্বৰ ২০২০ টকাৰ বছৰেকীয়া প্লেন এতিয়া উপলব্ধ হ’ব ২১২১ টকাত।

প্লেনটোৰ বাকী সুবিধাসমূহ অপৰিৱৰ্তিত থাকিব।

প্লেনটোত দৈনিক ১.৫ জি বি ডেটাকৈ মুঠ ৩৩৬ দিনৰ ভেলিডিটিৰে ৫০৪ জি বি ডেটা পোৱা যায়।

তাৰোপৰি এই প্লেনত জিঅ’ৰ পৰা জিঅ’লৈ আনলিমিটেড কলিং জিঅ’ৰ পৰা নন-জিঅ’ নম্বৰলৈ ১২০০০ মিনিট কলিঙৰ সুবিধা উপলব্ধ থাকিব।

দৈনিক ১০০টালৈকে মেছেজ দিয়াৰ সুবিধাও অপৰিৱৰ্তিত থাকিব।

ইফালে ট্ৰায়ে যোৱা মাহত মুকলি কৰা তথ্যমতে জিঅ’ই ৪জি ডেটা ডাউনল’ডৰ ক্ষেত্ৰত জিঅ’ই শীৰ্ষ স্থান দখল কৰিছে।

ভাৰতী এয়াৰটেলতকৈ জিঅ’ৰ স্পীড তিনিগুণ বেছি।

জিঅ’ৰ গড় ডাউনল’ড স্পীড ২০.৯ এমবিপিএছ হোৱাৰ বিপৰীতে দ্বিতীয় স্থানৰ এয়াৰটেলৰ স্পীড ৭.৯ (।)

কিন্তু আপল‘ড স্পীডৰ ক্ষেত্ৰত শীৰ্ষস্থানত আছে ভ’ডাফ’ন-আইডিয়া।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd