DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, March 23, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

সমাজবিজ্ঞান পঢ়াব নীতা আম্বানীয়ে! বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত প্ৰদান কৰিব শিক্ষাদান

এন ই নাও নিউজ by এন ই নাও নিউজ
March 15, 2021 7:46 pm
464
VIEWS
Share on FacebookShare on Twitter

বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত সমাজবিজ্ঞান পঢ়াব নীতা আম্বানীয়ে।

বাতৰিত প্ৰকাশ পোৱা মতে, ৰিলায়েন্সৰ কাৰ্যবাহী সঞ্চালক তথা উদ্যোগপতি মুকেশ আম্বানীৰ পত্নী নীতাক বিশ্ববিদ্যালয়খনৰ এগৰাকী অতিথি অধ্যাপক হিচাপে নিযুক্ত কৰা হৈছে।

সমাজবিজ্ঞান পঢ়াব নীতা আম্বানীয়ে।

বিশ্ববিদ্যালয় কৰ্তৃপক্ষই আগবঢ়োৱা প্ৰস্তাৱটো ইতিমধ্যে মৌখিকভাৱে নীতা আম্বানীৰ কাৰ্যালয়ে গ্ৰহণ কৰা বুলি সংবাদমাধ্যমত প্ৰকাশ পাইছে।

কৰ্তৃপক্ষই প্ৰস্তাৱটো আম্বানীয়ে বৰ্তমান লিখিতভাৱে গ্ৰহণ কৰালৈ বাট চাই আছে।

 

Recent News

Assam CM writes to Maharashtra CM

মহাৰাষ্ট্ৰৰ বিধায়কৰ আপত্তিজনক মন্তব্য: একনাথ সিন্দেলৈ পত্ৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

India vs Australia

গৃহভূমিত আত্মসমৰ্পণ ভাৰতৰ: দুৰন্ত প্ৰত্যাৱৰ্তনেৰে শৃংখলা দখল অষ্ট্ৰেলিয়াৰ

Kaziranga

কাজিৰঙাত ‘গজ উৎসৱ’: দুদিনৰ বাবে বন্ধ থাকিব হাতী আৰু জীপ ছাফাৰী

Supreme Court on Criminalisation Of Marital Rape

অপৰাধমূলক কাৰ্য হিচাপে বিবেচিত হ’বনে বৈবাহিক ধৰ্ষণ: ৯ মে’ত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd