• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰাহুল গান্ধীলৈ সকাহ: বিতৰ্কিত মন্তব্যৰ বাবে গোচৰ ৰুজু কৰাৰ আবেদন খাৰিজ কৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 10:36 am
19
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কংগ্ৰেছ নেতা তথা লোকসভাৰ বিৰোধী দলৰ দলপতি ৰাহুল গান্ধীয়ে এক বৃহৎ সকাহ লাভ কৰিছে। শুকুৰবাৰে অৰ্থাৎ ২০২৬ চনৰ ১ মে‘ তাৰিখে এলাহাবাদ উচ্চ ন্যায়ালয়ে তেওঁৰ বিৰুদ্ধে এখন প্ৰাথমিক তথ্য প্ৰতিবেদন বা এফআইআৰ ৰুজু কৰিবলৈ বিচৰা এখন আবেদন খাৰিজ কৰিছে। ন্যায়াধীশ বিক্ৰম ডি চৌহানৰ বিচাৰপীঠে শুনানি গ্ৰহণ কৰি এই গুৰুত্বপূৰ্ণ নিৰ্দেশ দিয়ে।

ছিমৰণ গুপ্তা নামৰ এগৰাকী ব্যক্তিয়ে এই আবেদন দাখিল কৰিছিল। ইয়াৰ পূৰ্বে সম্ভলৰ এখন আদালতে ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ বিচৰা তেওঁৰ আবেদনখন নাকচ কৰিছিল। নিম্ন আদালতৰ এই সিদ্ধান্তক প্ৰত্যাহ্বান জনাই পৰৱৰ্তী সময়ত আবেদনকাৰীয়ে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল যদিও উচ্চ ন্যায়ালয়তো তেওঁ নিৰাশ হ‘বলগীয়া হয়।

Apply Now

উল্লেখযোগ্য যে, ২০২৫ চনত নিখিল ভাৰত কংগ্ৰেছ সমিতিৰ এটা কাৰ্যালয় উদ্বোধন কৰাৰ সময়ত ৰাহুল গান্ধীয়ে এক বিতৰ্কিত মন্তব্য কৰিছিল। তেওঁ কৈছিল যে বৰ্তমান সময়ত তেওঁলোকে ভাৰতীয় জনতা পাৰ্টি, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ আৰু ভাৰতীয় ৰাষ্ট্ৰৰ বিৰুদ্ধে যুঁজি আছে। ৰাহুল গান্ধীৰ এই মন্তব্যটোক লৈয়েই আবেদনকাৰীয়ে আদালতত গোচৰ তৰিছিল।

আবেদনকাৰীয়ে অভিযোগ কৰিছিল যে ৰাহুল গান্ধীৰ এই মন্তব্যই সাধাৰণ জনতাৰ আৱেগত আঘাত হানিছে। লগতে তেওঁ দাবী কৰিছিল যে এই বক্তব্য সম্পূৰ্ণৰূপে ৰাষ্ট্ৰবিৰোধী আৰু ইয়াৰ জৰিয়তে দেশত বিদ্ৰোহৰ সৃষ্টি হ‘ব পাৰে। দেশখনত অস্থিৰতা সৃষ্টি কৰাৰ উদ্দেশ্যেৰেই কংগ্ৰেছ নেতাগৰাকীয়ে এনেধৰণৰ মন্তব্য প্ৰদান কৰা বুলি অভিযোগ কৰা হৈছিল। অৱশ্যে উচ্চ ন্যায়ালয়ে বিষয়টো পৰ্যবেক্ষণ কৰি অৱশেষত এই আবেদনখন সম্পূৰ্ণৰূপে খাৰিজ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰত এৰিবলৈ মাত্ৰ দুদিন! তাৰ আগতে অভিনেতা ইমৰান খানৰ গোচৰৰ শুনানি পিছুৱালে বোম্বে উচ্চ ন্যায়ালয়ে

ভাৰত এৰিবলৈ মাত্ৰ দুদিন! তাৰ আগতে অভিনেতা ইমৰান খানৰ গোচৰৰ শুনানি পিছুৱালে বোম্বে উচ্চ ন্যায়ালয়ে

October 27, 2026 4:34 pm
দীপাৱলিৰ পূৰ্বে ৰাহুল গান্ধীৰ ৰেলী! ১০ হাজাৰ কোটি টকাৰ লোকচানৰ আশংকাত দিল্লীৰ ব্যৱসায়ীৰ পত্ৰ

দীপাৱলিৰ পূৰ্বে ৰাহুল গান্ধীৰ ৰেলী! ১০ হাজাৰ কোটি টকাৰ লোকচানৰ আশংকাত দিল্লীৰ ব্যৱসায়ীৰ পত্ৰ

October 27, 2026 2:55 pm
ছ’চিয়েল মিডিয়াত ২১ লাখ ফ’ল’ৱাৰ, কিন্তু নিৰ্বাচন খেলি মুঠ ৩৩টা ভোট পালে ‘কন্টেন্ট ক্ৰিয়েটৰ’য়ে!

ছ’চিয়েল মিডিয়াত ২১ লাখ ফ’ল’ৱাৰ, কিন্তু নিৰ্বাচন খেলি মুঠ ৩৩টা ভোট পালে ‘কন্টেন্ট ক্ৰিয়েটৰ’য়ে!

October 27, 2026 2:49 pm
‘সাহস আছে যদি পঞ্জীয়ন কৰক’! আৰএছএছৰ পুঁজিৰ উৎস আৰু স্বচ্ছতাক লৈ গুৰুতৰ অভিযোগ প্ৰিয়ংক খৰ্গেৰ

‘সাহস আছে যদি পঞ্জীয়ন কৰক’! আৰএছএছৰ পুঁজিৰ উৎস আৰু স্বচ্ছতাক লৈ গুৰুতৰ অভিযোগ প্ৰিয়ংক খৰ্গেৰ

October 27, 2026 2:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰত এৰিবলৈ মাত্ৰ দুদিন! তাৰ আগতে অভিনেতা ইমৰান খানৰ গোচৰৰ শুনানি পিছুৱালে বোম্বে উচ্চ ন্যায়ালয়ে

ভাৰত এৰিবলৈ মাত্ৰ দুদিন! তাৰ আগতে অভিনেতা ইমৰান খানৰ গোচৰৰ শুনানি পিছুৱালে বোম্বে উচ্চ ন্যায়ালয়ে

October 27, 2026 4:34 pm
দীপাৱলিৰ পূৰ্বে ৰাহুল গান্ধীৰ ৰেলী! ১০ হাজাৰ কোটি টকাৰ লোকচানৰ আশংকাত দিল্লীৰ ব্যৱসায়ীৰ পত্ৰ

দীপাৱলিৰ পূৰ্বে ৰাহুল গান্ধীৰ ৰেলী! ১০ হাজাৰ কোটি টকাৰ লোকচানৰ আশংকাত দিল্লীৰ ব্যৱসায়ীৰ পত্ৰ

October 27, 2026 2:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd