• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ঐতিহাসিক শিৱদ’লৰ ভিতৰত হাতুৰীৰ কোব! উঠাই দিয়া হৈছে শিৱ লিংগ, কিন্তু কিয়?

পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ by পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ
April 10, 2022 4:50 pm
404
VIEWS
Share on FacebookShare on Twitter

ঐতিহাসিক শিৱদ’লৰ ভিতৰত হাতুৰীৰ কোব! ভাঙি দিয়া হৈছে দ’ল ভিতৰ অংশ। উঠাই দিয়া হৈছে শিৱ লিংগ।
ভাঙি দিয়া হৈছে মজিয়াৰ টাইলছ। এটা ভাইৰেল ভিডিঅক লৈ সামাজিক মাধ্যমত এতিয়া ব্যাপক চৰ্চা চলিছে।

পিছে কিয় ভাঙি দিয়া হৈছে শিৱদ’লৰ ভিতৰৰ মজিয়া, কিয় উঠাই দিয়া হৈছে শিৱ লিংগকে ধৰি বহু মূৰ্তি?

৬০০ বছৰীয়া আহোম ৰাজত্বৰ অন্যতম সাক্ষী শিৱসাগৰৰ শিৱদ’ল। প্ৰায় ৩০০ বছৰ অতিক্ৰম কৰা এচিয়াৰ ভিতৰত সুউচ্চ সোণৰ কলচী যুক্ত এই শিৱদ’লক বৰ্তমান বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে পৰিগণিত কৰিবলৈ প্ৰচেষ্টা চলোৱা হৈছে। সেইবাবেই পূৰাতত্ব বিভাগে চেষ্টা কৰিছে ৩০০ বছৰীয়া দ’লটোক পুৰণি ৰূপ দিয়াৰ।

দ’লৰ ভিতৰত বা দ’ল চৌহদত নতুনকে নিৰ্মাণ কৰা সকলো নিৰ্মাণ কাৰ্য উঠাই দি পুৰণি ৰূপ দিবলৈ চেষ্টা কৰাৰ বাবেই দ’লৰ ভিতৰৰ মজিয়াৰ টাইলছ, মূৰ্তি আদি আঁতৰাই পেলোৱা হৈছে। লগতে দ’ল চৌহদত থকা ৰাম জানকী মন্দিৰ, শনি মন্দিৰ, দ’ল উন্নয়ন পৰিষদৰ কাৰ্যালয়, গায়ন গাওঁ সমাজৰ কাৰ্যালয় আদি ভাঙি অন্য স্থানলৈ স্থানান্তৰ কৰা হৈছে।

এই সম্পৰ্কত দ’ল উন্নয়ন পৰিষদৰ সাধাৰণ সম্পাদক বসন্ত গগৈয়ে আমাৰ শিৱসাগৰৰ সাংবাদিকৰ আগত এইদৰে কয়—
‘শিৱদৌল হৈছে আহোম ৰাজত্ব কালৰ ঐতিহাসিক কীৰ্তিচিহ্ন। । সেই সময়ছোৱাত টাইলছ জাতীয় সামগ্ৰী নাছিল। অথবা বৰ্তমানৰ চিমেণ্ট আদিৰ কথাও নাহে । ঐতিহাসিক সম্পদ আগৰ দৰেই থকাটো বিচাৰে।

এনে সম্পদত আধুনিক প্ৰযুক্তিৰ সৃষ্টি টাইলছ আদি লগোৱাত বাধা আছে। শিৱদৌলৰ ভিতৰৰ এই অংশ আহোম ৰাজত্ব কালৰ নহয় । সেয়ে উক্ত অংশ আঁতৰাই দিয়াৰ নিৰ্দেশনা দিছে পুৰাতত্ত্ব বিভাগে। বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰাৰ প্ৰক্ৰিয়া চলি আছে। আহোম ৰাজত্ব কালত যি ৰূপত শিৱদৌল নিৰ্মাণ কৰা হৈছিল সেইমতেই থাকিব লাগিব। কিছুমান অংশ আহোম ৰাজত্ব কালৰ পিছত লগোৱা। সেইবিলাক বৰ্তমান আঁতৰাই দিয়া হৈছে’ ।

শিৱদ’লৰ ভিতৰৰ কিছু অংশ আঁতৰাই দিয়াকলৈ বৰ্তমান বহুজনৰ মাজত সৃষ্টি হৈছে কৌতূহল আৰু প্ৰতিক্ৰিয়াৰ ।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd