• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিশিষ্ট গ্ৰন্থ প্ৰকাশক গিৰিপদ দেৱ চৌধুৰীৰ মৃত্যু, শোকস্তব্ধ ৰাজ্যৰ বিদ্বৎ মহল

কাইলৈ বন্ধ ৰখা হ'ব পাণবজাৰৰ লগতে ৰাজ্যৰ সকলো গ্ৰন্থ বিপণী

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
November 19, 2021 8:22 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ এগৰাকী বিশিষ্ট গ্ৰন্থ প্ৰকাশক গিৰিপদ দেৱ চৌধুৰী আৰু নাই।

আজি সন্ধিয়া প্ৰায় ৭ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত দেৱ চৌধুৰীয়ে শেষ নিশ্বাস ত্যাগ কৰে।

বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত গিৰিপদ দেৱ চৌধুৰীক কিছুদিন পূৰ্বে মহানগৰীৰ নেম কেয়াৰ হস্পিতালত ভৰ্তি কৰোৱা হৈছিল যদিও পিছত তেখেতক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয়।

অৱশেষত আজি দেৱ চৌধুৰীয়ে নিয়তিৰ ওচৰত হাৰ মানে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৯০ বছৰ।

Apply Now

দেৱ চৌধুৰীৰ মৃত্যুত পাণবজাৰৰ সকলো গ্ৰন্থ বিপণীৰ লগতে অসমৰ সকলো গ্ৰন্থ বিপণী ২০ নবেম্বৰ শনিবাৰে বন্ধ ৰাখিব।
প্ৰায় সকলো গ্ৰন্থ বিক্ৰেতাৰ মাজত “মামা’ হিচাবে জনপ্ৰিয় বিশিষ্ট গ্ৰন্থ প্ৰকাশক,লেখক,অসম চৰকাৰৰ সাহিত্যিক পেঞ্চনাৰ ,গ্ৰন্থ বিক্ৰেতাৰ পিতামহ,প্ৰকাশিকা গ্ৰন্থ বিপণীৰ স্বত্বাধিকাৰী গিৰিপদ দেৱ চৌধুৰীৰ ১৯৩২ চনৰ ১৬ আগষ্টত এতিয়াৰ বজালী জিলাৰ পাটাছাৰকুছিত জন্ম হৈছিল৷

তেখেতে ২০০১ চনৰ ২০১১ চনলৈ সদৌ অসম পুঁথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৷
তেখেত খুৱ স্বাধীনচিতিয়া আৰু স্পষ্টবাদী ব্যক্তি আছিল লগতে যিকোনো বিষয়ৰ ওপৰত বক্তৃতা দি ৰাইজক আশ্বস্ত কৰিব পাৰিছিল ৷

তেখেতে জ্যেষ্ঠ ভাতৃ প্ৰয়াত অম্বিকা পদ চৌধুৰীৰ লগত গ্ৰন্থ ব্যৱসায়ৰ সৈতে জড়িত হৈ ১৯৭৫ চনত বাণী প্ৰকাশৰ ৰূপালী জয়ন্তীৰ সময়ত গুৱাহাটী পাণবজাৰত প্ৰকাশিকাৰ গ্ৰন্থ বিপণী আৰম্ভ কৰিছিল ৷চৌধুৰীয়ে কেবাখনো শিশু গ্ৰন্থ ৰচনা কৰিছিল ।

তাৰ ভিতৰত ১/বাল্মীকি ৰামায়ণ ২/বেদব্যাস মহাভাৰত ৩/কথা সৰিৎ সাগৰ ইত্যাদি । তেখেতে All quite on the western front নামৰ এসময়ত জনপ্ৰিয় উপন্যাসখন একে শিৰোনামাৰে অসমীয়ালৈ অনুবাদ কৰি প্ৰকাশ কৰিছিল৷

তেখেতে নিয়মীয়া বাৰ্তা,অসমীয়া প্ৰতিদিন,অগ্ৰদূত ,দৈনিক জনমভূমি ,দৈনিক অসম আদিত নিয়মীয়াকৈ বিভিন্ন প্ৰাসংগিক বিষয়ত প্ৰৱন্ধ পাতি লিখিছিল।

গিৰিপদ দেৱচৌধুৰীৰ মৃত্যুত সদৌ অসম পুঁথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ লগতে বহু দল-সংগঠন তথা ব্যক্তিয়ে গভীৰ শোক ব্যক্ত কৰি সংবাদ মাধ্যমলৈ শোক বাৰ্তা প্ৰেৰণ কৰিছে।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নানা পাটেকাৰৰ মৃত্যু সন্দেহজনক? কিয় মৰণোত্তৰ পৰীক্ষা কৰা হ’ল? গোৱা আৰক্ষীৰ গোচৰ ৰুজু

নানা পাটেকাৰৰ মৃত্যু সন্দেহজনক? কিয় মৰণোত্তৰ পৰীক্ষা কৰা হ’ল? গোৱা আৰক্ষীৰ গোচৰ ৰুজু

October 9, 2026 12:36 pm
দিল্লীৰ প্ৰতিবাদৰ পূৰ্বেই দেশজুৰি আৰক্ষীৰ অভিযান! ৰে’ল-বাছৰ পৰাই আটক প্ৰতিবাদকাৰীক

দিল্লীৰ প্ৰতিবাদৰ পূৰ্বেই দেশজুৰি আৰক্ষীৰ অভিযান! ৰে’ল-বাছৰ পৰাই আটক প্ৰতিবাদকাৰীক

October 9, 2026 11:44 am
ভাৰতৰ ‘বছ’ আদানী-আম্বানীয়েই! ষ্টাৰলিংকৰ অনুজ্ঞাপত্ৰৰ বিতৰ্কত মাস্কৰ ‘কাষত’ ৰাহুল

ভাৰতৰ ‘বছ’ আদানী-আম্বানীয়েই! ষ্টাৰলিংকৰ অনুজ্ঞাপত্ৰৰ বিতৰ্কত মাস্কৰ ‘কাষত’ ৰাহুল

October 9, 2026 11:37 am
মেঘালয়ত অন্তৰ্ধান ১৩ লাখ মেট্ৰিক টন কয়লা! উচ্চ ন্যায়ালয়ৰ সমিতিৰ প্ৰতিবেদনত ভয়ংকৰ তথ্য ফাদিল

মেঘালয়ত অন্তৰ্ধান ১৩ লাখ মেট্ৰিক টন কয়লা! উচ্চ ন্যায়ালয়ৰ সমিতিৰ প্ৰতিবেদনত ভয়ংকৰ তথ্য ফাদিল

October 9, 2026 10:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নানা পাটেকাৰৰ মৃত্যু সন্দেহজনক? কিয় মৰণোত্তৰ পৰীক্ষা কৰা হ’ল? গোৱা আৰক্ষীৰ গোচৰ ৰুজু

নানা পাটেকাৰৰ মৃত্যু সন্দেহজনক? কিয় মৰণোত্তৰ পৰীক্ষা কৰা হ’ল? গোৱা আৰক্ষীৰ গোচৰ ৰুজু

October 9, 2026 12:36 pm
দিল্লীৰ প্ৰতিবাদৰ পূৰ্বেই দেশজুৰি আৰক্ষীৰ অভিযান! ৰে’ল-বাছৰ পৰাই আটক প্ৰতিবাদকাৰীক

দিল্লীৰ প্ৰতিবাদৰ পূৰ্বেই দেশজুৰি আৰক্ষীৰ অভিযান! ৰে’ল-বাছৰ পৰাই আটক প্ৰতিবাদকাৰীক

October 9, 2026 11:44 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd