• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ব্ৰিটেইনৰ ৰাজনীতিত তোলপাৰ, পদত্যাগ কৰিবলৈ সাজু প্ৰধানমন্ত্ৰী কীৰ ষ্টাৰমাৰ: প্ৰতিবেদন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 17, 2026 10:40 am
44
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ব্ৰিটেইনৰ ৰাজনীতিত বৰ্তমান তীব্ৰ উত্তেজনা আৰু উথল-থথল দেখিবলৈ পোৱা গৈছে। সংবাদ মাধ্যমৰ খবৰ অনুসৰি ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কীৰ ষ্টাৰমাৰে তেওঁৰ ঘনিষ্ঠ সতীৰ্থসকলৰ আগত প্ৰকাশ কৰিছে যে তেওঁ নিজৰ পদ এৰিবলৈ সাজু হৈছে। ডেইলি মেইলৰ এক প্ৰতিবেদনত কেবিনেটৰ এজন সদস্যৰ উদ্ধৃতি দি এই ডাঙৰ দাবী কৰা হৈছে। এই প্ৰতিবেদনত কোৱা হৈছে যে বৰ্তমান চলি থকা ৰাজনৈতিক সংকট আৰু বেছিদিন ধৰি ৰাখিব নোৱাৰে বুলি প্ৰধানমন্ত্ৰী ষ্টাৰমাৰে এতিয়া বুজি পাইছে।

প্ৰতিবেদন অনুসৰি তেওঁ অতি সন্মানজনকভাৱে আৰু নিজৰ চৰ্তত পদত্যাগ কৰিব বিচাৰে। ষ্টাৰমাৰে অতি সোনকালে তেওঁৰ পদত্যাগৰ এটা সময়সীমা নিৰ্ধাৰণ কৰাৰ সম্ভাৱনা আছে। বৰ্তমান ব্ৰিটেইন চৰকাৰ বহুতো সমস্যাৰ সন্মুখীন হৈছে আৰু চৰকাৰৰ বিৰুদ্ধে জনসাধাৰণৰ অসন্তুষ্টি ক্ৰমান্বয়ে বাঢ়ি গৈছে। পিটাৰ মেণ্ডেলছনৰ নিযুক্তি আৰু আমেৰিকাৰ অপৰাধী জেফ্ৰী এপষ্টিনৰ সৈতে থকা সম্পৰ্কৰ বিতৰ্কই চৰকাৰখনৰ বাবে ডাঙৰ সমস্যাৰ সৃষ্টি কৰিছে। ইয়াৰ উপৰি শেহতীয়া স্থানীয় নিৰ্বাচনত লেবাৰ পাৰ্টীৰ বেয়া প্ৰদৰ্শনেও প্ৰধানমন্ত্ৰীগৰাকীৰ ওপৰত চাপ বহুগুণে বৃদ্ধি কৰিছে।

Apply Now

পৰিস্থিতি তেতিয়া অধিক বেয়া হৈ পৰে যেতিয়া কেবিনেটৰ প্ৰ প্রাক্তন স্বাস্থ্য মন্ত্ৰী ৱেছ ষ্ট্ৰীটিঙে নিজৰ পদৰ পৰা পদত্যাগ কৰে। ষ্ট্ৰীটিঙে স্পষ্টকৈ কৈছে যে ভৱিষ্যতে যদি লেবাৰ পাৰ্টীত নেতৃত্বৰ বাবে নিৰ্বাচন হয়, তেন্তে তেওঁ ষ্টাৰমাৰক প্ৰত্যাহ্বান জনাব। তেওঁ ষ্টাৰমাৰক পদত্যাগৰ সময়সীমা ঠিক কৰিবলৈও দাবী জনাইছে। আনহাতে ইউগভ নামৰ এক সমীক্ষা সংস্থাৰ মতে ব্ৰিটেইনৰ প্ৰায় ৬৯ শতাংশ নাগৰিকৰ ধাৰণা ষ্টাৰমাৰৰ প্ৰতি নেতিবাচক হৈ পৰিছে। তেওঁক বৰ্তমান আটাইতকৈ অপ্ৰিয় প্ৰধানমন্ত্ৰী হিচাপে অভিহিত কৰা হৈছে, যাৰ বাবে বহুতে তেওঁক পূৰ্বৰ প্ৰধানমন্ত্ৰী লিজ ট্ৰাছৰ সৈতে তুলনা কৰিছে, যিয়ে মাত্ৰ ৪৯ দিনহে শাসন কৰিছিল।

কেৱল জনসাধাৰণেই নহয়, লেবাৰ পাৰ্টীৰ বহুতো সাংসদো এতিয়া ষ্টাৰমাৰৰ নেতৃত্বক লৈ চিন্তিত হৈ পৰিছে। দলৰ নেতাসকলে ভয় কৰিছে যে যদি তেওঁৰ জনপ্ৰিয়তা এইদৰেই তললৈ নামি থাকে, তেন্তে ভৱিষ্যতে লেবাৰ চৰকাৰ পুনৰ ক্ষমতালৈ অহাটো কঠিন হৈ পৰিব। ইয়াৰ পোনপটীয়া লাভ নাইজেল ফাৰাজৰ নেতৃত্বত থকা সোঁপন্থী দল ৰিফৰ্ম ইউকে-ই লাভ কৰিব পাৰে বুলি এতিয়া আশংকা কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হোৱাটছএপৰ ইউজাৰনেম ব্যৱস্থা বন্ধ কৰিবলৈ মেটাক নিৰ্দেশ চৰকাৰৰ, ৩ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

হোৱাটছএপৰ ইউজাৰনেম ব্যৱস্থা বন্ধ কৰিবলৈ মেটাক নিৰ্দেশ চৰকাৰৰ, ৩ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 1, 2026 9:26 pm
কৰ্পোৰেট পৃথিৱীৰ মানসিক চাপে মাতি আনিছে নেকি মৃত্যু? আন্তৰ্জাতিক শ্ৰম সংস্থাৰ এক উদ্বেগজনক প্ৰতিবেদন

কৰ্পোৰেট পৃথিৱীৰ মানসিক চাপে মাতি আনিছে নেকি মৃত্যু? আন্তৰ্জাতিক শ্ৰম সংস্থাৰ এক উদ্বেগজনক প্ৰতিবেদন

July 1, 2026 9:16 pm
তামিলনাডু চৰকাৰৰ পাঠ্যক্ৰম প্ৰস্তুতকৰণ সমিতি পুনৰ গঠন: ইছৰোৰ প্ৰাক্তন মুৰব্বী ময়িলস্বামী আন্নাডুৰাইক অধ্যক্ষৰ দায়িত্ব

তামিলনাডু চৰকাৰৰ পাঠ্যক্ৰম প্ৰস্তুতকৰণ সমিতি পুনৰ গঠন: ইছৰোৰ প্ৰাক্তন মুৰব্বী ময়িলস্বামী আন্নাডুৰাইক অধ্যক্ষৰ দায়িত্ব

July 1, 2026 8:58 pm
ভাৰতীয় ৰেলৱেত চাকৰিৰ ডাঙৰ সুযোগ  : নিযুক্তি পাব ৬ হাজাৰৰো অধিক প্ৰাৰ্থীয়ে

ভাৰতীয় ৰেলৱেত চাকৰিৰ ডাঙৰ সুযোগ : নিযুক্তি পাব ৬ হাজাৰৰো অধিক প্ৰাৰ্থীয়ে

July 1, 2026 8:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হোৱাটছএপৰ ইউজাৰনেম ব্যৱস্থা বন্ধ কৰিবলৈ মেটাক নিৰ্দেশ চৰকাৰৰ, ৩ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

হোৱাটছএপৰ ইউজাৰনেম ব্যৱস্থা বন্ধ কৰিবলৈ মেটাক নিৰ্দেশ চৰকাৰৰ, ৩ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 1, 2026 9:26 pm
কৰ্পোৰেট পৃথিৱীৰ মানসিক চাপে মাতি আনিছে নেকি মৃত্যু? আন্তৰ্জাতিক শ্ৰম সংস্থাৰ এক উদ্বেগজনক প্ৰতিবেদন

কৰ্পোৰেট পৃথিৱীৰ মানসিক চাপে মাতি আনিছে নেকি মৃত্যু? আন্তৰ্জাতিক শ্ৰম সংস্থাৰ এক উদ্বেগজনক প্ৰতিবেদন

July 1, 2026 9:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd