• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিক্ৰমৰ যাদুৰ বাকচত বন্দী আগন্তুক লোকসভা নিৰ্বাচনৰ ফলাফল

এইবাৰৰ ফলাফল অসমৰ জনসাধাৰণে ভাবি থকাৰ দৰে নহয় - বিক্ৰম তালুকদাৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 14, 2019 5:35 pm
IMG-20190514-WA0036

অসমৰ যাদু সম্ৰাট বিক্ৰম

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যাদুক মঞ্চৰ পৰা ৰাজনীতিৰ পথাৰলৈ আনি ৰাইজৰ মাজত যাদুৰ সজাগতা বৃদ্ধি কৰাৰ প্ৰচেষ্টাৰে ২০১৪ চনৰ লোক সভা নিৰ্বাচনৰ ফলাফলৰ সঠিক ভবিষৎবাণী কৰিছিল যাদুৰ সম্ৰাট বিক্ৰম তালুকদাৰে। সেই ভৱিষৎবাণী এশ শতাংশই শুদ্ধ প্ৰমাণিত হোৱাৰ পাছত এইবাৰ ২০১৯ বৰ্ষৰ লোকসভা নিৰ্বাচনৰ ফলাফল সম্বন্ধে পুনৰ ভৱিষৎবাণী কৰিছে অসমৰ যাদু সম্ৰাটগৰাকীয়ে।

মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত কৰা এখন সভাত যাদু সম্ৰাট বিক্ৰমে এটা বাকচৰ ভিতৰত ২০১৯ বৰ্ষৰ লোকসভা নিৰ্বাচনৰ ফলাফল ৰাজহুৱা ভাবে বন্দী কৰে।

Apply Now

বিক্ৰমে নিৰ্বাচনৰ ফলাফল বন্ধ কৰি থোৱা বাকচত সাতটা তলা আছে। বাকচটোত থকা সাতটা তলা অসমৰ বিভিন্ন সংবাদ মাধ্যমৰ সাংবাদিক আৰু বিষয়ববীয়া লোকে বন্ধ কৰে।

উল্লেখযোগ্য যে, উক্ত বাকচটো ২৪ মে’লৈ গুৱাহাটী প্ৰেছ ক্লাৱৰ জিম্মাত ৰখা হ’ব। নিৰ্বাচনৰ ভোট গণনাৰ পাছদিনা অৰ্থাৎ ২৪ মে’ত বিক্ৰমৰ বাকচটোৰ তলা খোলা হ’ব। বাকচটোৰ ভিতৰত থকা দলিলত কোনটো দলে কিমান আসন পাব সেই বিষয়ে উল্লেখ কৰিছে। অসমৰ সৰ্বাধিক ভোটলাভ কৰা প্ৰাৰ্থীগৰাকীৰ নামো তাত উল্লেখ থাকিব বুলি বিক্ৰমে কয়।

যাদু সম্ৰাট বিক্ৰমৰ বিশ্বাস ‘’২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ ফলাফলৰ দৰে এইবাৰৰ ফলাফলো এশ শতাংশই শুদ্ধ হ’ব’’।

তদুপৰি অনুষ্ঠানত বিক্ৰমে চলিত নিৰ্বাচনৰ ফলাফল মানুহে ভাবি থকাৰ দৰে নহয়, মানুহে ভাবি থকাতকৈ অলপ বেলেগ ধৰণৰ হ’ব বুলি মন্তব্য কৰে।

আনহাতে, নিৰ্বাচনৰ এই ভৱিষৎবাণীৰ কাৰণে বিক্ৰমে সমষ্টিসমূহৰ প্ৰাৰ্থীৰ লগতে ভোটাৰসকল আৰু বিশিষ্ট ব্যক্তি সকলক লগ কৰি বিভিন্ন তথ্য সংগ্ৰহ কৰিছে বুলি মন্তব্য কৰে ।

বিগত লোকসভা নিৰ্বাচনত কেবল অসমৰ ফলাফলহে বিক্ৰমে যাদুৰ বাকচত আবদ্ধ কৰিছিল যদিও এইবাৰ উত্তৰ-পূবৰ বিভিন্ন ৰাজ্যৰো ফলাফলো যাদুৰ বাকচত বন্দী হৈছে বুলি জানিবলৈ দিয়ে বিক্ৰমে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

October 3, 2026 7:16 pm
উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

October 3, 2026 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd