• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কামৰূপ জিলা পৰিবহন বিষয়া কাৰ্যালয়ৰ ২৯.৮১ কৌটি টকাতকৈ অধিক পৰিমাণৰ ৰাজহ সংগ্ৰহ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 12, 2021 9:37 pm
index.jpga
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম চৰকাৰৰ পৰিবহন বিভাগৰ আমিনগাঁওস্থিত কামৰূপ জিলাৰ জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ে ৩১ মাৰ্চত সামৰণি পৰা ২০২০ – ২১ বিত্তীয় বর্ষত ২৯,৮১,০২,৬৫৪.০০ কৌটি টকাৰ ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। বিগত বৰ্ষত কোভিডে জুৰুলা কৰা ৰাজ্যখনৰ পৰিবহন খণ্ডটোৰ বাবে এক ইতিবাচক দিশ বুলি বিবেচিত হৈছে।

কিয়নো কোভিডৰ বাবে ২০২০-২১ বর্ষৰ প্ৰথম ছয়টা মাহত পৰিবহন খণ্ডটোৰ পৰিকাঠামটো প্ৰায় ভাঙি পৰিছিল। কামৰূপ জিলাৰ জিলা পৰিবহন বিষয়া ৰূপজ্যোতি কলিতাই সদৰি কৰা অনুসৰি তৎস্বত্তেও কাৰ্যালয়ৰ যান বাহন পৰিদর্শক, প্ৰৱৰ্তক পৰিদর্শক আৰুসমূহ কৰ্মচাৰীৰ সমূহীয়া প্ৰষ্টেটাত কোভিডৰ প্ৰত্যাহ্বান নেওচিও কাম কৰা বাবে ২৯.৮১ কৌটি টকাতকৈ অধিক পৰিমাণৰ ৰাজহ সংগ্ৰহ কৰিব পৰা গৈছে।

Apply Now

সমান্তৰালভাৱে ৰাজ্যৰ পৰিবহন আয়ুক্তই ৩১ মাৰ্চৰ ভিতৰত পথ কৰকে ধৰি যাৱতীয় বকেয়া কৰ আদায় দিবলৈ মাৰ্চ মাহত বাতৰি কাকতৰ জৰিয়তে যান বাহনৰ গৰাকী সকলক আহ্বান জনাইছিল। কৰ আদায় নিদিলে পহিলা এপ্ৰিলৰ পাছত পথত কৰ আদায় নিদিয়া বাহনৰ পৰা জৰিমনা বিহা হ’ব বুলিও পৰিবহন আয়ুক্তই স্পষ্টভাবে উল্লেখ কৰিছিল।

তেনেদৰে পৰিবহন আয়ুক্তৰ নিৰ্দেশনা অনুসৰি জিলা পৰিবহন বিষয়া ৰূপজ্যোতি কলিতাৰ নেতৃত্বত জিলাখনৰ বিভিন্ন ৰাজপথত মাৰ্চ মাহৰ প্ৰথম সপ্তাহৰ পৰা ৩১ মাৰ্চলৈ কৰ আদায় দিয়া সন্দৰ্ভত সজাগতা অভিযান চলোৱা হৈছিল। অভিযানত যান বাহন পৰিদর্শক, প্ৰৱৰ্তক পৰিদর্শক, সহ পৰিদর্শক আৰু প্ৰৱৰ্তক চেকাৰসকলে ভাগ লৈছিল।

তেনেদৰে ৰাজহ ফাঁকিৰ সুৰুঙা ৰোধ কৰি কাম-কাজত স্বচ্ছতা অনাৰ ফলত ৰাজহ সংগ্ৰহ আশা কৰা ধৰণে হৈছে। পৰিবহন আয়ুক্তৰ আহ্বানক সন্মান জনাই যান বাহনৰ বহুগৰাকীয়ে বকেয়া কৰ আদায় দিয়া বাবে কেৱল মাৰ্চ মাহত অভিলেখ পৰিমাণৰ ৫,৩৬,৭৭,৪৮২.০০ টকাৰ ৰাজহ সংগ্ৰহ হৈছে। আনকি বিত্তীয় বর্ষৰ সামৰণিৰ দিনা অৰ্থাৎ ৩১ মাৰ্চৰ দিনটোত ৪২,১৮,৭০৫.০০ টকাৰ ৰাজহ সংগ্ৰহ হৈছে বুলি জিলা পৰিবহন বিষয়া ৰূপজ্যোতি কলিতাই জানিবলৈ দিছে।

অৱশ্যে বিগত বৰ্ষত ২৪ মাৰ্চত কোভিড-১৯ মহামাৰীৰ সংক্ৰমণ ৰোধৰ বাবে দেশজুৰি লকডাউন ঘোষণা কৰাৰ পূৰ্বে বিভাগৰ উৰ্দ্ধতম কৰ্তৃপক্ষই কামৰূপ জিলাৰ বাবে ৪০.৭১ কৌটি টকাৰ ৰাজহ সংগ্ৰহৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছিল। কিন্ত কোভিডৰ বাবে ২০২০-২১ বিত্তীয় বর্ষৰ প্ৰথম ছয়মাহ দেশৰ আন ৰাজ্যৰ লগতে অসমতো পৰিবহন খণ্ডটো বহুখিনি ক্ষতিগ্ৰস্ত হোৱাত লক্ষ্যত উপনীত হ’ব পৰা নগ’ল।

উল্লেখযোগ্য যে বিগত ২০২০ বর্ষৰ ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহত কামৰূপ জিলাৰ জিলা পৰিবহন বিষয়া হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছতে ৰূপজ্যোতি কলিতাই ৰাজহ বৃদ্ধিৰ বাবে তৎপৰ ব্যৱস্থা হাতত লৈছিল। যাৰবাবে বিগত ২০১৯ -২০ বৰ্ষৰ ডিচেম্বৰ-মাৰ্চ এই চাৰি মাহৰ তুলনাত সামৰণি পৰা ২০২০-২১ বর্ষৰ ডিচেম্বৰ-মাৰ্চ এই চাৰিমাহত ৬০ লাখতকৈ অধিক টকাৰ ৰাজহ সংগ্ৰহ হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd