• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰতাৰণামূলক ভূমি পঞ্জীয়নত জড়িত ওদালগুৰিৰ হৰিশিঙাৰ পঞ্জীয়ন চক্ৰ বিষয়া গ্ৰেপ্তাৰ

ছাজিদ খান by ছাজিদ খান
August 15, 2018 1:24 pm
IMG-20180814-WA0004-01
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ওদালগুৰি জিলাৰ টংলাৰ  হৰিশিঙাৰ পঞ্জীয়ন চক্ৰ বিষয়াৰ কাৰ্যালয়টো এতিয়া দুৰ্নীতিগ্ৰস্ত বিষয়াৰ ঘাটীলৈ ৰূপান্তৰিত হৈছে। একাংশ ৰাইজে দীৰ্ঘ দিন ধৰি অভিযোগ কৰি আহিছে যে হৰিশিঙাৰ পঞ্জীয়ন চক্ৰ বিষয়াৰ কাৰ্যালয়টোৰ বিষয়া কৰ্মচাৰীয়ে মাটিৰ পঞ্জীয়ন, মালিকীস্বত্বৰ পৰিৱৰ্তন আদিৰ ক্ষেত্ৰত দুৰ্নীতিৰ আশ্ৰয় লৈ বিভিন্ন ধৰণৰ অপকৰ্মত লিপ্ত হৈ আহিছে।

২ নং ৱাৰ্ডৰ বাসিন্দা মোহন বালা নাথ নামৰ এগৰাকী মহিলাই দিয়া এজাহাৰৰ ভিত্তিত ৰাজহ বিষয়া (লট মণ্ডল) কনক বৰুৱাক গ্ৰেপ্তাৰ কৰা হৈছ। মহিলাগৰাকীয়ে অভিযোগ কৰিছে ৰাজহ বিষয়াগৰাকীয়ে প্ৰতাৰণামূলকভাৱে তেওঁৰ নামৰ এটুকুৰা মাটি আনৰ নামত পঞ্জীয়নভুক্ত কৰিছে।

Apply Now

জানিব পৰা মতে, চক্ৰ বিষয়াগৰাকীয়ে মহিলাগৰাকীৰ দখলত থকা ১ কঠা, ১ লেচা মাটি দীপক দাস এজন নামৰ ব্যক্তিৰ নামত পঞ্জীয়নভুক্ত কৰিছে। ঘটনাটো জনাজনি হোৱাৰ পাছত সোমবাৰে মহিলাগৰাকীয়ে টংলা আৰক্ষী থানাত এখন এজাহাৰ দিয়ে। টংলা আৰক্ষী আৰু ভাৰেগাঁৱৰ মহকুমা আৰক্ষী বিষয়া বৰুণ পুৰকায়স্থই বিষয়াজনক ধৰি আনি সোধপোছ কৰে। বিষয়াজনৰ বিপক্ষে ভাৰতীয় দণ্ডবিধিৰ ১২০(খ), ৪৪৭, ৫০৬/৪০৯/৪৬৮/৪৭১/৩৮৭/৪২০ ধাৰাত টংলা থানাত ২০১৫/২০১৮ নম্বৰত এটা গোচৰ পঞ্জীয়নভুক্ত কৰিছে।

মহিলাগৰাকীয়ে ইতিমধ্যে মুখ্য মন্ত্ৰীৰ বিশেষ সতর্কতা কোষৰ (SVC) কাষ চাপিছে{ আজি সেয়েহে বিষয়াগৰাকীক টংলা আৰক্ষীয়ে মুখ্য মন্ত্ৰীৰ বিশেষ সতর্কতা কোষৰ দ্বাৰা জেৰা কৰোৱাৰ বাবে গুৱাহাটীলৈ লৈ আনে।

দীৰ্ঘ দিন ধৰি উৎকোচ লোৱা আৰু একাংশ ৰাজনৈতিক নেতা, প্ৰভাৱশালী ব্যক্তি, সংবাদ মাধ্যমৰ লোকৰ সমৰ্থন লাভ কৰি, বিটিচিৰ ৰাজহ বিভাগত মুক্তভাৱে নিজৰ খেয়াল-খুচি মতে কাম কৰি অহা ৰাজহ বিষয়া কনক বৰুৱাক কঠোৰতম শাস্তিৰ লগতে আন দুৰ্নীতিগ্ৰস্ত বিষয়াসকলকো ধৰা পেলোৱাটো বিচাৰিছে স্থানীয় ৰাইজে।

ছাজিদ খান

ছাজিদ খান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

July 27, 2026 8:19 am
নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

July 27, 2026 7:20 am
প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm
মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

July 26, 2026 9:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

July 27, 2026 8:19 am
নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

July 27, 2026 7:20 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd