• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সুশান্ত সিং ৰাজপুতৰ মৃত্যু ৰহস্য; ৰিয়া-মহেশ ভাটৰ হোৱাটছএপ চ্যাটত কিহৰ ইংগিত?

এন ই নাও নিউজ by এন ই নাও নিউজ
August 21, 2020 9:33 am
WhatsApp Image 2020-08-21 at 8.37.30 AM

সুশান্ত, মহেশ ভাট আৰু ৰিয়া চক্ৰৱৰ্তী। ফাইল ফটো।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰিয়া চক্ৰৱৰ্তীয়ে সুশান্ত সিং ৰাজপুতৰ ঘৰৰপৰা ৮জুনত ওলাই গৈছিল আৰু ইয়াৰ ঠিক ছয়দিন পাছতেই মৃত্যু হৈছিল অভিনেতা সুশান্তৰ।

সুশান্তৰ ঘৰৰ পৰা ওলাই যোৱাৰ পাছত প্ৰযোজক তথা পৰিচালক মহেশ ভাটৰ সৈতে ৰিয়াই বাৰ্তালাপ কৰা সেই হোৱাটছএপ চ্যাট পোহৰলৈ আহিছে।

Apply Now

ৰিয়াই মহেশ ভাটৰ ছবি ‘জালেবি’ত অবিনয় কৰিছিল ‘আয়েশা’নামৰ চৰিত্ৰটিত। ৮জুনত ৰিয়াই মহেশ ভাটক মেচেজ কৰিছিল,’’আয়েশা মুভ অন কৰি ভাৰাক্ৰান্ত হৃদয় আৰু শান্তিৰে ওলাই আহিছে।‘’

সেয়া আছিল সুশান্তৰ ঘৰৰ পৰা ওলাই অহাৰ ইংগিত দি কৰা এটি মেচেজ।

সিদিনা হোৱাটছএপত মহেশ ভাটক ৰিয়াই মেচেজ কৰিছিল,’’আমাৰ শেহৰ ফোনকলটোৱে মোক জগাই দিছে। আপুনি মোৰ দেৱদূত। আপুনি তেতিয়াও আছিল, এতিয়াও আছে।‘’

ইয়াৰ উত্তৰত মহেশ ভাটে লিখিছে,’’ পিছলৈ উভতি নাচাবা। যিটো হ’বলগীয়া আছিল সেইটোকে হ’ব দিয়া। তোমাৰ পিতৃলৈ বহু ভালপোৱা থাকিল। তেওঁ আনন্দিত হ’ব।‘’

তাৰ পাছত ৰিয়াই লিখিছে,’’চাৰ বহুখিনি সাহস পালো। সিদিনা আপুনি মোৰ পিতৃৰ সম্পৰ্কে যি ক’লে সেইটোৱে মোক তেওঁৰ প্ৰতি আৰু শক্তিশালী কৰি তুলিছে। মোৰ পিতৃৰ ফালৰ পৰাও বহু ধন্যবাদ। আৰু সকলো সময়তে এনেকুৱা স্পেছিয়েল হোৱাৰ বাবে ধন্যবাদ।‘’

শেষত ৰিয়াই লিখিছে,’’ আপোনাক লগ পোৱাৰ বাবে মই মোৰ ভাগ্যক ধন্যবাদ দিব খোজো। আপুনি ঠিকেই আছে। এই দিনটোৰ বাবেই আমাৰ সাক্ষাৎ হৈছিল। কেবল মাত্ৰ ছবিৰ বাবে নহয়। আন কিবা এটা। আপুনি মোক যি যি কৈছিল সেইবোৰ মোৰ মনত ৰৈ গৈছে। আপোনাৰ এই নিস্বাৰ্থ ভালপোৱাই মোৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলাইছে।‘’

আনহাতে, ইয়াৰ উত্তৰত মহেশ ভাটে লিখিছে,’’ মি যদি কামত নালাগিলোহেঁতেন তেতিয়াহ’লে আৰু মোৰ অস্তিত্বৰ কোনো অৰ্থ নাই।‘’

সেইদৰে ৰিয়াই লিখিছে,’’এটা সময়ত আপুনি মোক উৰিবলৈ শিকাইছে। তদুপৰি, আপুনি মোৰ জীৱনত ইশ্বৰৰ দৰে।‘’

সুশান্তৰ ঘৰৰ পৰা ওলাই যোৱাৰ পাছতে কৰা এই চ্যাটত ৰিয়াই শান্তি লাভ কৰাৰ কথাকেই বুজাইছে।

ইয়াৰ পাছত ১ জুলাইত সুশান্তৰ মৃত্যুৰ দিনা ৰিয়াৰ জন্মদিন আছিল আৰু সেইদিনা মহেশ ভাটৰ সৈতে ৰিয়াৰ বাৰ্তালাপ হয়।

মহেশ ভাটে ৰিয়াক জন্মদিনৰ শুভেচ্ছা জনায়। ৰিয়াই লিখিছে,’’মই খুব আনন্দিত। মই আপোনাক খুব ভালপাওঁ। আপোনাক আনন্দিত কৰিম।‘’

ইয়াৰ উত্তৰত মহেশ ভাটে লিখিছে,’’তুমি মোক এনেয়ে আনন্দিত কৰিছা। সঁচা। তুমি যি কৰিছা সেইটো কৰিবলৈ বহু সাহসৰ প্ৰয়োজন। মাত্ৰ পাছলৈ উভতি নাচাবা।‘’

তদন্তৰ সময়ত জেৰাত ৰিয়াই ব্যক্ত কৰিছে যে সিদিনা সুশান্তই ৰিয়াক ঘৰৰ পৰা ওলাই যাৱলৈ কৈছিল। ৰিয়াৰ পিতৃ সুশান্তৰ সৈতে তেওঁৰ সম্পৰ্কক লৈ হেনো মুঠেই সুখী নাছিল তাকো জনাইছিল।

মহেশ ভাটেও ৰিয়াক এই সম্পৰ্কৰ পৰা ওলাই আহিবলৈ কৈছিল। ৰিয়াই বিভিন্ন সময়ত দাবী কৰি আহিছে যে সুশান্ত হেনো মানসিকভাৱে সুস্থ নাছিল।

কিন্তু সুশান্তৰ পৰিয়ালে এই কথা মানি ল’বলৈ সাজু নহয়।

সি যি কি নহওঁক, মহেশ ভাট আৰু ৰিয়াৰ মাজৰ হোৱাটছএপৰ বাৰ্তালাপে সুশান্তৰ মৃত্যু ৰহস্যৰ নতুন দিশ উন্মোচনত পোহৰ পেলাব বুলি আশা কৰা হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পত্নী-সন্তানসহ অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰিয়ালৰ ৪ জন সদস্যক হত্যা! বাংলাদেশত আন এক সংখ্যালঘু হত্যাকাণ্ড

পত্নী-সন্তানসহ অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰিয়ালৰ ৪ জন সদস্যক হত্যা! বাংলাদেশত আন এক সংখ্যালঘু হত্যাকাণ্ড

August 24, 2026 12:31 pm
ছেপ্টেম্বৰ মাহত ৪ দিনৰ বাবে বেংক ঘৰ্মঘটৰ আহ্বান; বন্ধ থাকিব ATM! গ্ৰাহকৰ দুৰ্দশাৰ আশংকা

ছেপ্টেম্বৰ মাহত ৪ দিনৰ বাবে বেংক ঘৰ্মঘটৰ আহ্বান; বন্ধ থাকিব ATM! গ্ৰাহকৰ দুৰ্দশাৰ আশংকা

August 24, 2026 11:31 am
১০ বছৰত দুগুণ হ’ল খালী পদ, পুনৰ ফাদিল হ’ল বছৰি ২ কোটি চাকৰিৰ জুমলা; আধা কৰ্মচাৰীয়ে ঠিকাভিত্তিক

১০ বছৰত দুগুণ হ’ল খালী পদ, পুনৰ ফাদিল হ’ল বছৰি ২ কোটি চাকৰিৰ জুমলা; আধা কৰ্মচাৰীয়ে ঠিকাভিত্তিক

August 24, 2026 10:34 am
চিকিৎসালয়ত ভেন্টিলেটৰ বিস্ফোৰণত অগ্নিদগ্ধ হৈ ৩ টি শিশুৰ মৃত্যু; উদ্ধাৰ কৰা কেইবাটিও শিশুৰ অৱস্থাও সংকটজনক

চিকিৎসালয়ত ভেন্টিলেটৰ বিস্ফোৰণত অগ্নিদগ্ধ হৈ ৩ টি শিশুৰ মৃত্যু; উদ্ধাৰ কৰা কেইবাটিও শিশুৰ অৱস্থাও সংকটজনক

August 24, 2026 9:20 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পত্নী-সন্তানসহ অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰিয়ালৰ ৪ জন সদস্যক হত্যা! বাংলাদেশত আন এক সংখ্যালঘু হত্যাকাণ্ড

পত্নী-সন্তানসহ অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰিয়ালৰ ৪ জন সদস্যক হত্যা! বাংলাদেশত আন এক সংখ্যালঘু হত্যাকাণ্ড

August 24, 2026 12:31 pm
ছেপ্টেম্বৰ মাহত ৪ দিনৰ বাবে বেংক ঘৰ্মঘটৰ আহ্বান; বন্ধ থাকিব ATM! গ্ৰাহকৰ দুৰ্দশাৰ আশংকা

ছেপ্টেম্বৰ মাহত ৪ দিনৰ বাবে বেংক ঘৰ্মঘটৰ আহ্বান; বন্ধ থাকিব ATM! গ্ৰাহকৰ দুৰ্দশাৰ আশংকা

August 24, 2026 11:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd