• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাজিৰঙাত উদ্ধাৰ গড়ৰ মৃতদেহ, চোৰাং চিকাৰক অস্বীকাৰ বন বিভাগৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 8, 2023 3:17 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহৰা ৰেঞ্জত মৃত অৱস্থাত উদ্ধাৰ হৈছে এটা মাইকী গঁড়।

সূত্ৰ অনুসৰি শালমৰা বনাঞ্চলৰ সমীপৰ ডিফলু নদীৰ পাৰত টহল দি থকা বনৰক্ষীৰ এটা দলে গঁড়টোৰ মৃতদেহ উদ্ধাৰ কৰে।

বন বিষয়াই জনোৱা মতে, বাৰ্ধক্যৰ বাবেই গঁড়টোৰ মৃত্যু হৈছে। যিহেতু মৃতগড়টোৰ খৰ্গ অক্ষত অৱস্থাত আছিল, সেয়ে বন বিভাগে অনুমান কৰিছে যে ই চোৰাং চিকাৰৰ ঘটনা নহয়।

জানিব পৰা মতে গড়টোৰ মৃতদেহটোৰ ওপৰত কোনো মাংসভোজী জন্তুৱে আক্ৰমণ চলোৱা নাছিল। 

উল্লেখ্য যে চলিত মাহৰ আৰম্ভণিতে মানস ৰাষ্ট্ৰীয় উদ্যানত এটা গঁড়ৰ কংকাল আৱিষ্কাৰ হৈছিল। সূত্ৰই জনোৱা মতে, ৰাষ্ট্ৰীয় উদ্যানখনৰ বাংছবাৰী জ’নৰ পৰা উদ্ধাৰ কৰা হৈছিল গড়ৰ কংকালটো।

লগতে পঢ়কঃ যি ল’ৰাৰ গাত থাকে এইকেইটা গুণ, সেই ল’ৰাৰ প্ৰেমত পৰিব খোজে নাৰী

লগতে পঢ়কঃ মণিপুৰ সম্পৰ্কে মোদীৰ মৌনতা ভাঙিবলৈ লোকসভাত গৰ্জন সাংসদ গৌৰৱ গগৈৰ

লগতে পঢ়কঃ কাৰাগাৰত ‘সন্ত্রাসবাদীৰ বাবে সংৰক্ষিত’ কোঠাত ৰখা হৈছে পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰে বৃক্ষ স্থানান্তৰৰ বাবে নিৰ্দেশনা জাৰিৰ প্ৰতিশ্ৰুতি দিয়াৰ পাছতে ৰাজহুৱা স্বাৰ্থজড়িত আবেদন বন্ধ কৰিলে উচ্চ ন্যায়ালয়ে

চৰকাৰে বৃক্ষ স্থানান্তৰৰ বাবে নিৰ্দেশনা জাৰিৰ প্ৰতিশ্ৰুতি দিয়াৰ পাছতে ৰাজহুৱা স্বাৰ্থজড়িত আবেদন বন্ধ কৰিলে উচ্চ ন্যায়ালয়ে

September 20, 2025 9:59 pm
এইচ-১বি ভিছাৰ মাচুল এক লাখ ডলাৰলৈ বৃদ্ধি! প্ৰভাৱিত হ’ব আমেৰিকাত কৰ্মৰত বহিঃৰাষ্ট্ৰৰ লোক

এইচ-১বি ভিছাৰ মাচুল এক লাখ ডলাৰলৈ বৃদ্ধি! প্ৰভাৱিত হ’ব আমেৰিকাত কৰ্মৰত বহিঃৰাষ্ট্ৰৰ লোক

September 20, 2025 9:33 pm
যোৰহাট নহয় গুৱাহাটীতে কৰা হ’ব জুবিনৰ অন্ত্যোষ্টিক্ৰিয়া! পিতৃৰ অসুস্থতাৰ বাবে পৰামৰ্শ পৰিয়ালৰ

যোৰহাট নহয় গুৱাহাটীতে কৰা হ’ব জুবিনৰ অন্ত্যোষ্টিক্ৰিয়া! পিতৃৰ অসুস্থতাৰ বাবে পৰামৰ্শ পৰিয়ালৰ

September 20, 2025 8:22 pm
ছিংগাপুৰৰ পৰা দিল্লী অভিমুখে জুবিন গাৰ্গৰ নশ্বৰ দেহ লৈ উৰিল বিমান

ছিংগাপুৰৰ পৰা দিল্লী অভিমুখে জুবিন গাৰ্গৰ নশ্বৰ দেহ লৈ উৰিল বিমান

September 20, 2025 8:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰে বৃক্ষ স্থানান্তৰৰ বাবে নিৰ্দেশনা জাৰিৰ প্ৰতিশ্ৰুতি দিয়াৰ পাছতে ৰাজহুৱা স্বাৰ্থজড়িত আবেদন বন্ধ কৰিলে উচ্চ ন্যায়ালয়ে

চৰকাৰে বৃক্ষ স্থানান্তৰৰ বাবে নিৰ্দেশনা জাৰিৰ প্ৰতিশ্ৰুতি দিয়াৰ পাছতে ৰাজহুৱা স্বাৰ্থজড়িত আবেদন বন্ধ কৰিলে উচ্চ ন্যায়ালয়ে

September 20, 2025 9:59 pm
এইচ-১বি ভিছাৰ মাচুল এক লাখ ডলাৰলৈ বৃদ্ধি! প্ৰভাৱিত হ’ব আমেৰিকাত কৰ্মৰত বহিঃৰাষ্ট্ৰৰ লোক

এইচ-১বি ভিছাৰ মাচুল এক লাখ ডলাৰলৈ বৃদ্ধি! প্ৰভাৱিত হ’ব আমেৰিকাত কৰ্মৰত বহিঃৰাষ্ট্ৰৰ লোক

September 20, 2025 9:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd