• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অৰুণাচলৰ ইটানগৰত আটক দুধৰ্ষ চোৰাং গঁড়ৰ খৰ্গ বেপাৰী

NE NOW NEWS কাজি জেইদুল ইছলাম
বিশ্বনাথ , June 16, 2019 9:37 pm

1 min read

Rhino Poacher

ফটো : নৰ্থ-ইষ্ট নাও

1.7k
VIEWS
Share on FacebookShare on Twitter

বিশ্বনাথ বন সংমণ্ডলৰ বনৰক্ষী বিষয়া ৰাজু গগৈৰ নেতৃত্বত এটা বন কৰ্মীৰ দল, আই আৰ এফৰ দল আৰু ইটানগৰ আৰক্ষীৰ সহযোগত চলোৱা অভিযানত আজি ইটানগৰৰ পি ছেক্টৰ গান্ধী মাৰ্কেটৰ পৰা কুখ্যাত চোৰাং গঁড়ৰ খৰ্গৰ বেপাৰী ৰিজেন পেগুক কৰায়ত্ত কৰিবলৈ সক্ষম হয়।

জানিব পৰা মতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লখৰা চাপৰিত যোৱা এপ্ৰিল মাহত হোৱা গঁড় হত্যাৰ অভিযোগত আটক হোৱা আছামিৰ স্বীকাৰোক্তিৰ ভিত্তিত অভিযানকাৰী দলটোৱে ইটানগৰৰ বিভিন্ন স্থানত অভিযান চলোৱাৰ অন্তত গঁড়ৰ খৰ্গৰ বেপাৰীজনক আটক কৰে।

আটকাধীন এইজন খৰ্গ বেপাৰীক বৰ্তমান জেৰা চলাই থকা হৈছে আৰু তেওঁৰ পৰা বিভিন্ন চাঞ্চল্যকৰ তথ্য সংগ্ৰহ কৰিব পাৰিব বুলি বনৰক্ষী বাহিনীয়ে জানিবলৈ দিয়ে।

উল্লেখ্য যে দীৰ্ঘদিনৰ পৰা বন বিভাগৰ মূৰৰ কামোৰণি হৈ পৰা এইজন গড়ঁৰ খৰ্গ  বেপাৰীক আটক কৰিবলৈ সক্ষম হোৱা কাৰ্যক বন্যপ্ৰাণী সংমণ্ডলৰ এক বৃহৎ সফলতা বুলি বিশ্বনাথৰ একাংশ সচেতন লোকে মন্তব্য কৰিছে।

Recent News

Ice-cream

চীনত এইবাৰ ‘ক’ৰ’ণাত আক্ৰান্ত’ হ’ল তিনিটাকৈ আইচক্রীম! তাৰপিছত কি কৰিলে চৰকাৰে?

Salman Khan

কৃষ্ণসাৰ হৰিণ হত্যাৰ গোচৰ : আদালতত অনুপস্থিত থাকি বিপদত অভিনেতা চলমান খান!

a modi

পুনৰ প্ৰধানমন্ত্ৰীৰ ৰূপত গৰিষ্ঠসংখ্যক দেশবাসীয়ে বিচাৰে মোদীক, সমীক্ষাত ম্লান পৰিল ৰাহুলৰ জনপ্ৰিয়তা

WhatsApp Image 2021-01-17 at 12.59.23 PM

গাব্বাত দুৰ্দান্ত প্ৰদৰ্শন নৱাগত তাৰকা শাৰ্দুল-সুন্দৰৰ; ভংগ কৰিলে ৩০ বছৰ পুৰণি অভিলেখ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd