• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ এনিমেল ক’ৰিডৰত গাড়ীৰ খুন্দাত আহত গঁড়

উত্তম শইকীয়া by উত্তম শইকীয়া
August 13, 2021 8:55 am
Screenshot_2021-08-13-07-40-38-83_a23b203fd3aafc6dcb84e438dda678b6

ফটো: নৰ্থইষ্ট নাও।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাজিৰঙাত ৰাষ্ট্ৰীয় উদ্যানৰ ৩৭ নং ৰাষ্ট্ৰীয় পথৰ এনিমেল ক’ৰিডৰত বৃহস্পতিবাৰৰ দিনা এখন চলন্ত গাড়ীৰ সৈতে হোৱা সংঘৰ্ষত এটা গঁড় আহত হয় ৷

ৰাষ্ট্ৰীয় উদ্যানখনৰ হালধিবাৰী এনিমেল ক’ৰিডৰত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰাৰ সময়তে এখন গাড়ীয়ে মহতিয়াই গঁড়টোক।

Apply Now

গাড়ীৰ খুন্দাত গঁড়টো ঘটনাস্থলীতে বাগৰি পৰে ৷

জানিব পৰা মতে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা বনাঞ্চলৰ পৰা ওলাই অহা গঁড়টোক AS12BC8964 নম্বৰৰ টাটা ডি আই গাড়ীখনে খুন্দা মৰাত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে ঢলি পৰে।

কিছু সময় ৰাষ্ট্ৰীয় পথতে পৰি ৰোৱাৰ পিচত থিয় হৈ গঁড়টোয়ে দুই এক পথাচাৰীলৈ চোঁচা লৈ পুনৰ কাৰ্বি আংলঙৰ বনাঞ্চলত প্ৰৱেশ কৰে  ৷

সাধাৰণতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ হালধিবাৰী এনিমেল ক’ৰিডৰেদি গঁড়ে সঘনাই আহ যাহ কৰে ৷ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই কাৰ্বি আংলঙৰ সীমাত প্ৰৱেশ কৰে গঁড়ে ৷ যাৰ বাবে হালধিবাৰী ৰাষ্ট্ৰীয় উদ্যান খনৰ এটা অতি গুৰুত্বপুৰ্ণ এনিমেল ক’ৰিডৰ বুলি বিবেচিত।

হালধিবাৰী এনিমেল ক’ৰিডৰ উদ্যান কৰ্তৃপক্ষ আৰু পথ পৰিবহন বিভাগৰ তীক্ষ্ণ নজৰত থকাৰ পাছতো উদ্যানৰ পৰা ওলাই অহা গঁড়টোক কি পৰিস্থিতিত এখন গাড়ীয়ে  খুন্দিয়ালে বা গঁড়টোৱে বাহনখনক আক্ৰমণ কৰিছিল সেয়া এতিয়াও জানিব পৰা হোৱা নাই।

উল্লেখ্য যে হালধিবাৰী ক’ৰিডৰৰ ৩৭ নং ৰাষ্ট্ৰীয় পথাংশত যানবাহনৰ গতি নিয়ন্ত্ৰনৰ বাবে গতি ৰোধকৰ উপৰিও উচ্চ ক্ষমতাসম্পন্ন অত্যাধুনিক কেমেৰাও স্থাপন কৰা হৈছে। ইয়াৰ পিছতো এনে ঘটনা দুৰ্ভাগ্যজনক বুলি বিবেচিত হৈছে ৷

গঁড়ৰ সৈতে দুৰ্ঘটনাত পতিত হোৱা গাড়ীখন আৰক্ষীয়ে পিছত জব্দ কৰাৰ বিপৰীতে আহত গঁড়টোৰ ক্ষেত্ৰতো ব্যৱস্থা লৈছে বন বিভাগে।

সম্প্ৰতি আহত গঁড়টোক নিৰীক্ষণত ৰখাৰ উপৰিও কাৰ্বি আংলঙৰ বনাঞ্চলৰ পৰা ৰাষ্ট্ৰীয় পথ পাৰ কৰি পুনৰ কাজিৰঙালৈ গঁড়টোক ওভটাবৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে বনকৰ্মীয়ে ৷

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd