• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাকজানত কাজিৰঙাৰ গঁড়ৰ অন্য এক পৰিভ্ৰমণ; ওভটাই নিবলৈ বনকৰ্মীৰ প্ৰচেষ্টা অব্যাহত

উত্তম শইকীয়া by উত্তম শইকীয়া
January 8, 2021 6:55 am
Rhino.file photo kaziranga

কাজিৰঙাৰ বাহিৰলৈ ওলাই অহা গঁড়টো। ফটো: নৰ্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই যোৱা এটা মতা গঁড় বৃহস্পতিবাৰে পুৱা বোকাখাতৰ নাহৰজান চাহ বাগিচা পায়গৈ ৷ পুৱাই বাগিচাৰ লোকে প্ৰত্যক্ষ কৰে গঁড়টোক ৷ পিছত গঁড়টো গৈ কাৰ্বি আংলং জিলাৰ সীমাৰ কাকজান গাওঁৰ সমীপত উপস্থিত হয়গৈ ৷

পুৱাৰে পৰাই পূব অসম বন্যপ্ৰাণী সংমণ্ডলৰ এটা বনকৰ্মীৰ দল গৈ গঁড়টোৰ কাষত উপস্থিত হৈ কাজিৰঙালৈ ঘুৰাই আনিবৰ বাবে চেষ্টা চলায় ৷

Apply Now

কাকজানৰ সমীপৰ এডৰা জাৰণিত আশ্ৰয় লোৱা গঁড়টোক ওভটাবৰ বাবে জে চি বি ও ব্যৱহাৰ কৰে বনকৰ্মীৰ দলে ৷

অভিযানৰ নেতৃত্ব দিয়ে পূব অসম বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ’ৰমেশ কুমাৰ গগৈয়ে ৷ প্ৰতিবেদন প্ৰস্তুতৰ সময়লৈকে গঁড়টোক ওভটাব পৰা নাই বনকৰ্মীয়ে ৷

সম্প্ৰতি নিশাৰ আন্ধাৰ নামি অহাৰ বাবে গঁড়টোৰ নিৰাপত্তাৰ উপৰিও কাজিৰঙালৈ ঘুৰাবৰ বাবে বনাঞ্চলিক বিষয়া দেৱনাথৰ নেতৃত্বত এটা দলে নিশা পুনৰ অভিযান চলোৱাৰ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য বাৰিষাৰ বানপানীৰ সময়ত কাজিৰঙাৰ পৰা গঁড় কাৰ্বি আংলং জিলাৰ  পাহাৰলৈ যোৱাৰ বিপৰীতে শীত কালত ব্ৰহ্মপুত্ৰ চাপৰি বোৰলৈ ওলায় যায় ৷

শীতকালত খুউব কম সংখ্যক গঁড়হে কাৰ্বি আংলংৰ পাহাৰলৈ যায় ৷ এনে পটভূমিত কাকজানলৈকে গঁড়ৰ এই পৰিভ্ৰমণ বিশেষভাৱে উল্লেখনীয় ৷

কাজিৰঙাৰ এনিমেল কৰিডৰৰ নাতিদূৰৰ এটা তেল পাইপ লাইন হৈ গঁড়টো কাকজান পোৱাৰ সম্ভাৱনা আছে বুলি বনবিভাগৰ সুত্ৰত প্ৰকাশ ৷

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm
১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

July 8, 2026 8:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd