• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দ্বিতীয় শ্ৰেণীৰ ভাৰতীয় দলৰ হাতত বিধ্বস্ত কেংগেৰু বাহিনী! কিয় হজম হোৱা নাই ৰিকি পন্টিঙৰ?

এন ই নাও নিউজ by এন ই নাও নিউজ
January 21, 2021 5:47 pm
ponting on Indian victory
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আপাতত: এটা দ্বিতীয় শ্ৰেণীৰ ভাৰতীয় দলৰ হাতত কেনেকৈ পৰাজিত হ’ল অষ্ট্ৰেলিয়া? এই অংকৰ উত্তৰ বিচাৰি পোৱা নাই অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক ৰিকি পন্টিঙে।

পন্টিঙে জানিবলৈ দিয়ে যে ২০১৮-১৯ত ভাৰতৰ জয়ৰ পাছত ষ্টিভ স্মিথ আৰু ডেভিড ৱাৰ্ণাৰ নথকাৰ বাবে পেইনৰ দলে কিছু ৰেহাই পাইছিল। কিন্তু এইবাৰ ঘৰৰ মাটিতে বিধ্বস্ত পূৰ্ণশক্তিৰে অৱতীৰ্ণ হোৱা অষ্ট্ৰেলিয়াই কোনো সহানুভুতি পোৱাৰ আশা নাই।

Apply Now

পন্টিঙৰ মতে ব্ৰীছবেনত প্ৰকৃততেই ভাৰতৰ ‘এ’ দলে খেলিছিল। তথাপিও জয়ী হ’ব নোৱাৰিলে অষ্ট্ৰেলিয়া।

উল্লেখ্য যে টেষ্ট ছিৰিজ আৰম্ভ হোৱাৰ পাছত আঘাতৰ বাবে মহম্মদ ছামী, উমেশ যাদব, ৰবীন্দ্ৰ জাডেজা, হনুমা বিহাৰী, যশপ্ৰীত বুমৰাহ দলৰ বাহিৰ হৈছিল। ব্ৰীছবেনত আঘাতৰ বাবে অশ্বিনে খেলিব পৰা নাছিল।

সেইদৰে, পিতৃত্বকালীন ছুটী লৈ ঘৰলৈ উভতিছিল বিৰাট কোহলি। শেষৰখন টেষ্টত সেয়েহে মূল একাদশ গঠনত সমস্যাৰ সন্মুখীন হৈছিল ৰাহানেৰ দলটো।

পন্টিঙে কয়,’’অধিনায়ক উভতি যোৱা, আঘাতৰ বাবে যি পৰিস্থিতিৰ সৃষ্টি হৈছিল তাত ভাৰতীয় দলে অৱশিষ্ট খেলুৱৈকেইগৰাকীকে ঘুৰাই-ফিৰাই খেলাবলগীয়া হৈছে। আনহাতে, ৱাৰ্ণাৰৰ অনুপস্থিতিত অষ্ট্ৰেলিয়াই পূৰ্ণ শক্তিৰে খেলপথাৰত নামিছিল। সেয়ে, এই পৰাজয় হজম কৰা টান।‘’

তেওঁ লগতে কয়,’’এইটো সম্ভৱত: দ্বিতীয় শ্ৰেণীৰ ভাৰতীয় দলো নহয়। ভুৱনেশ্বৰ কুমাৰ, ইশান্ত শৰ্মাৰ দৰে খেলুৱৈ তাত নাছিল। শেষৰ দুখন মেচত মাত্ৰ আছিল ৰোহিত শৰ্মা।‘’

অৱশ্যে, ভাৰতৰ বিজয়ত আশ্চৰ্য প্ৰকাশ কৰিলে পন্টিঙে কয় যে ৰাহানেৰ দলটোৱে যোগ্যভাৱেই ছিৰিজ জয় কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কামৰূপী ভাষাত সৃষ্টিশীল কাম-কাজক লৈ আলোচনাৰ বাবে একত্ৰিত বিভিন্ন ক্ষেত্ৰৰ সাধক

কামৰূপী ভাষাত সৃষ্টিশীল কাম-কাজক লৈ আলোচনাৰ বাবে একত্ৰিত বিভিন্ন ক্ষেত্ৰৰ সাধক

July 20, 2026 12:48 pm
১৬৩ ধাৰা উপেক্ষা কৰিয়েই সংসদলৈ যাত্ৰা চিজেপিৰ; সমদলক বাধা দিবলৈ বেৰিকেড, আৰক্ষীৰ লাঠিচালনা

১৬৩ ধাৰা উপেক্ষা কৰিয়েই সংসদলৈ যাত্ৰা চিজেপিৰ; সমদলক বাধা দিবলৈ বেৰিকেড, আৰক্ষীৰ লাঠিচালনা

July 20, 2026 12:17 pm
ৰাজ্যত ভয়াৱহ বান! এজনৰ মৃত্যু, ৫৭ হাজাৰৰো অধিক লোক ক্ষতিগ্ৰস্ত; উদ্ধাৰ অভিযানৰ বাবে সাজু সেনা

ৰাজ্যত ভয়াৱহ বান! এজনৰ মৃত্যু, ৫৭ হাজাৰৰো অধিক লোক ক্ষতিগ্ৰস্ত; উদ্ধাৰ অভিযানৰ বাবে সাজু সেনা

July 20, 2026 11:20 am
FIFA World Cup 2026 Prize Money: কেপ ভাৰ্ডেই পালে ১০৫ কোটি টকা! বিশ্বকাপত মেছি, স্পেইনসহ বাকীসকলৰ পুৰস্কাৰৰ মূল্য কিমান?

FIFA World Cup 2026 Prize Money: কেপ ভাৰ্ডেই পালে ১০৫ কোটি টকা! বিশ্বকাপত মেছি, স্পেইনসহ বাকীসকলৰ পুৰস্কাৰৰ মূল্য কিমান?

July 20, 2026 10:24 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কামৰূপী ভাষাত সৃষ্টিশীল কাম-কাজক লৈ আলোচনাৰ বাবে একত্ৰিত বিভিন্ন ক্ষেত্ৰৰ সাধক

কামৰূপী ভাষাত সৃষ্টিশীল কাম-কাজক লৈ আলোচনাৰ বাবে একত্ৰিত বিভিন্ন ক্ষেত্ৰৰ সাধক

July 20, 2026 12:48 pm
১৬৩ ধাৰা উপেক্ষা কৰিয়েই সংসদলৈ যাত্ৰা চিজেপিৰ; সমদলক বাধা দিবলৈ বেৰিকেড, আৰক্ষীৰ লাঠিচালনা

১৬৩ ধাৰা উপেক্ষা কৰিয়েই সংসদলৈ যাত্ৰা চিজেপিৰ; সমদলক বাধা দিবলৈ বেৰিকেড, আৰক্ষীৰ লাঠিচালনা

July 20, 2026 12:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd