• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘ধৰ্মৰ ত্ৰিশূলত কণ্ডোম’ পিন্ধোৱা পশ্চিম বংগৰ কবিক শিলচৰত আবদ্ধ কৰিলে বিজেপি কৰ্মীয়ে

কবিজনৰ বিৰুদ্ধে হিন্দু ধৰ্মীয় অনুভূতিত আঘাত কৰাৰ অভিযোগ বৰাকৰ সোঁপন্থীসকলৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 13, 2019 9:50 am
Srijato

ফটোৰ উৎস : বৰাক বুলেটিন।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিলচৰত ১২ জানুৱাৰিত এটা অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাগ ল’বলৈ অহা পশ্চিম বংগৰ নৱ প্ৰজন্মৰ এজন প্ৰতিবাদী কবি শ্ৰীজাত বন্দোপাধ্যায়ক শিলচৰত বিজেপিৰ কৰ্মীয়ে আবদ্ধ কৰাৰ ঘটনা ঘটিছে।

‘ইশ্বো বোলি’ শীৰ্ষক এটা কাৰ্যসূচীৰ উদ্বোধনী অনুষ্ঠানত যোগদান কৰিবলৈ অহা কবিজনৰ বিৰুদ্ধে কোনো সংগত কাৰণ নোহোৱাকৈয়ে চৰম অসহিষ্ণুতা প্ৰদৰ্শন কৰি বিজেপিৰ কৰ্মী-সমৰ্থকসকলে কাৰ্য্যসূচীটোৰ মাজতে প্ৰতিবাদ সাব্যস্ত কৰে।

Apply Now

উপস্থিতসকলৰ ভাষ্যমতে কাৰ্য্যসূচীটো আৰম্ভ হোৱাৰ সময়তে বিজেপিৰ একাংশ কৰ্মী-সমৰ্থক হলঘৰটোত প্ৰৱেশ কৰে আৰু মাইক্ৰ’ফোনটো লৈ শ্ৰীজাত বন্দ্যোপাধ্যায়ক লক্ষ্য কৰি প্ৰশ্নবাণ কৰিবলৈ ধৰে।

বিজেপিৰ কৰ্মী-সমৰ্থকসকলৰ এই অভব্য আচৰণ ক্ষুব্ধ হৈ তাত উপস্থিতসকলৰ সৈতে তৰ্ক-বিতৰ্কত লিপ্ত হয় আৰু ফলত এটা বিশৃংখলাৰ পৰিৱেশ দেখা যায়। পিছত তাত অতিৰিক্ত আৰক্ষী অধীক্ষক ৰাকেশ ৰেড্ডি উপস্থিত হৈ পৰিস্থিতি চম্ভালি লয়।

আনহাতে বিজেপিৰ কৰ্মী-সমৰ্থকসকলে কবিজনৰ বিৰুদ্ধে তাৰ পিছতো শ্লগান দি থকা দেখা যায়। তেওঁলোকে শ্ৰীজাতক তৃণমূল কংগ্ৰেছৰ এজেণ্ট বুলি অভিযোগ কৰে। লগতে বৰাকত সাম্প্ৰদায়িক বিষবাষ্প বিয়পাবলৈ আহিছে বুলিও অভিযোগ কৰে। আনহাতে কেইবাজনো বিজেপি কৰ্মীয়ে শ্ৰীজাতে ‘ধৰ্মৰ ত্ৰিশূলত কণ্ডোম পিন্ধি ল’বা’ৰ দৰে কবিতাৰ পংক্তি উল্লেখ কৰি পশ্চিম বংগৰ কবিজনক হিন্দু বিৰোধী আখ্যা দিয়ে।

উল্লেখযোগ্য যে শ্ৰীজাতো বন্দোপাধ্যায়ক কাব্যিকতাৰ কবি হিচাপে সিমান নিচিনেলেও হিন্দু মৌলবাদী আৰু ধৰ্মীয় অসহিষ্ণুতা তথা ব্যভিচাৰবিলাকৰ বিৰুদ্ধে প্ৰতিবাদী কবিতা লিখা বাবে বেছ বহুলভাৱে জনা যায়।

তেওঁৰ ‘অভিশাপ’ শীৰ্ষক কবিতাটোত ‘মোক যিদিনা ধৰ্ষণ কৰিবা, কবৰৰ পৰা তুলি আনি, তোমাৰ ধৰ্মৰ সেই ত্ৰিশূলৰ ওপৰত কণ্ডোম পিন্ধা থাকিব’ (আমাকে ধর্ষণ করবে যদ্দিন কবর থেকে তুলে— কন্ডোম পরানো থাকবে, তোমার ওই ধর্মের ত্রিশূলে!’) -এই পংক্তিটো লৈ তীব্ৰ বিতৰ্ক হৈছিল। উত্তৰ প্ৰদেশৰ মুখ্য মন্ত্ৰী যোগী আদিত্য নাথক বিদ্ৰূপ কৰি কবিতা লিখা বাবেও চৰ্চিত হৈছিল শ্ৰীজাতো। তেওঁ তেওঁৰ উড়ন্ত সব জোকাৰ শীৰ্ষক কবিতাৰ বাবে ‘আনন্দ পুৰস্কাৰ’ লাভ কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

October 3, 2026 7:16 pm
উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

October 3, 2026 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd