• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, March 7, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কোন বেছি সাম্প্ৰদায়িক—বিজেপি নে কংগ্ৰেছ? সংবাদমেলত অমিত শ্বাহক প্ৰশ্ন ৰিপুন বৰাৰ

চাহ শ্ৰমিকক ৩৫১ টকা হাজিৰা আজিলৈকে নিদিলে বিজেপিয়ে

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , January 25, 2021 1:12 pm

2 min read

a cong
176
VIEWS
Share on FacebookShare on Twitter

অমিত শ্বাহৰ বক্তব্যক লৈ ৰিপুন বৰাই আজি  ৰাজীৱ ভৱনত  অনুষ্ঠিত কৰে এখন সংবাদমেল।  সংবাদমেলত বৰাই কয় যে ৩৫১ টকা হাজিৰা বিজেপিয়ে আজিলৈকে চাহ শ্ৰমিকক নিদিলে ।  অথচ বিজেপিয়ে সেই হাজিৰা ৬ মাহৰ ভিতৰত দিম বুলি কৈছিল। বান সমস্যাও বিজেপিয়ে সমাধান কৰিব পৰা নাই বুলি কংগ্ৰেছ সভাপতিগৰাকীয়ে  মন্তব্য কৰে।

NRC ত ৪০ লাখ বিদেশীৰ নাম কৰ্তন হওঁতে অমিত শ্বাহে এজন এজনকৈ বিদেশী খেদিম বুলি  কৈছিল। ১৯ লাখ মানুহৰ নাম বাদ পৰাৰ পাছত বিদেশী বহিস্কাৰৰ বাবে শ্বাহে একো পদক্ষেপ নল’লে বুলি বৰাই ক্ষোভেৰে ব্যক্ত কৰে।

২০১৪-১৭ লৈকে সমগ্ৰ ভাৰতত ১৮২২ গৰাকী বিদেশী বহিস্কাৰ হৈছে। UPA চৰকাৰৰ দিনত প্ৰায় ৮২ হাজাৰ বিদেশী বহিস্কাৰ হৈছিল।

বিজেপিৰ চৰকাৰক তেওঁ  ধাপ্পাবাজী চৰকাৰ বুলি অভিহিত কৰে।

২০১৩ ত ৫২৩৪ জন বিদেশী অসমৰ পৰা বহিস্কাৰ  কৰা হৈছিল। সোণোৱাল চৰকাৰে ২০১৭ চনত মাত্ৰ ৫১ জন বিদেশী বহিস্কাৰ কৰিছিল বুলি বৰাই তাৎপৰ্যপূণ মন্তব্য কৰে।

বিদেশী সমস্যা বিজেপিয়ে সমাধান কৰিলে নে? NRC ইমপ্লিমেণ্ট কৰিলে নে? তাৰ বিপৰীতে কা বলৱৎ কৰি ৬ খন দেশৰ পৰা ৬ টা বিশেষ ধর্মৰ বিদেশীক ভাৰতত নাগৰিকত্ব দিলে বুলিও বৰাই কটাক্ষ কৰে।।

কংগ্ৰেছক সাম্প্ৰদায়িক  বুলি কোৱা অমিত শ্বাহক প্ৰত্যুত্তৰ দি  ৰিপুন বৰাই কয় যে AIUDFক  সাম্প্ৰদায়িক বুলি নিৰ্বাচন আয়োগে কোৱা নাই।

কিন্তু  বিজেপিয়েহে আফজল গুৰুক সমৰ্থন কৰা PDP ৰ দৰে ভাৰত বিৰোধী শক্তিৰে কাশ্মীৰত মিত্ৰতা কৰিছে। এতিয়া কোন বেছি সাম্প্ৰদায়িক? বিজেপি নে কংগ্ৰেছ? বুলি তেওঁ প্ৰশ্ন কৰে।

যিমানেই মিছা কথা কৈ সত্য ঢাকিবলৈ চেষ্টা কৰিলেও বিজেপি অসমত সফল নহয় বুলিও সংবাদমেলত ৰিপুন বৰাই মন্তব্য কৰে।

Recent News

ভাৰতলৈ উভটি আহিল আইপিএল, বিচিচিআইৰ সিদ্ধান্তক আদৰণি আৰ পি সিঙৰ

ভাৰতলৈ উভটি আহিল আইপিএল, বিচিচিআইৰ সিদ্ধান্তক আদৰণি আৰ পি সিঙৰ

index

দুধনৈত ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থী : কৃষ্ণাইৰ বিজেপি কাৰ্যালয়ত তলা ক্ষোভিত নেতা কৰ্মীৰ

20201207_1907131-750x376

স্বার্থ, ভোট বিভাজন ৰোধ : নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে ৰাইজলৰ দলৰ তিনি শীৰ্ষ নেতাই!

পোন্ধৰ মাহৰ পাছত ভাৰতীয় মহিলা ক্ৰিকেট দলৰ আন্তঃৰাষ্ট্ৰীয় মেচ, আশাবাদী অধিনায়িকা মিথালী ৰাজ

পোন্ধৰ মাহৰ পাছত ভাৰতীয় মহিলা ক্ৰিকেট দলৰ আন্তঃৰাষ্ট্ৰীয় মেচ, আশাবাদী অধিনায়িকা মিথালী ৰাজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd