• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

IND vs ENG: পন্টৰ বিস্ফোৰক শতক, জাদেজাৰ অপ্ৰতিৰোধ্য বেটিঙেৰে এজবাষ্টনত ইংলেণ্ডক উভতি ধৰিলে ভাৰতে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 2, 2022 8:59 am
750
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

5th Test between India vs England at Edgbaston কোভিড আক্ৰান্ত ৰোহিত শৰ্মাৰ অনুপস্থিতিত অধিনায়ক হিচাপে যশপ্ৰীত বুমৰাহৰ আৰম্ভণিটো যথেষ্ট ভালেই দেখা গৈছে। বিৰাট কোহলী আৰু বাকীসকল বিফল হ’লেও ঋষভ পন্টে এজবাষ্টন টেষ্টৰ প্ৰথম দিনা টীম ইণ্ডিয়াক পুনৰ যুঁজলৈ ওভতাই আনে। শতক অৰ্জন কৰাৰ পিছত তেওঁ আউট হয় যদিও ৰবীন্দ্ৰ জাদেজা এতিয়াও ক্ৰীজত আছে। প্ৰথম দিনটোৰ শেষত ভাৰতে ৭ টা উইকেট হেৰুৱাই ৩৩৮ ৰাণ সংগ্ৰহ কৰে।

পণ্টে অলপতে ঘৰুৱা খেলপথাৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দলটোক নেতৃত্ব দিয়াৰ সুযোগ পাইছিল। ভাৰতে প্ৰথম দুখন মেচত পৰাজিত হৈছিল। সতীৰ্থসকলৰ প্ৰদৰ্শনেৰে শৃংখলাটোত সমতা স্থাপন হয় যদিও পণ্টৰ বেটৰ পৰা ৰাণ অহা নাছিল। তেওঁৰ বেটিঙৰৰ পৰা অধিনায়কত্বলৈকে সকলো তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল।

Apply Now

কিন্তু ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথম দিনা ১৪৬ ৰাণৰ বিস্ফোৰক ইনিংছ খেলি পণ্টে বাৰ্তা দিলে যে দলটোৱে এতিয়াও তেওঁক বিশ্বাস কৰিব পাৰে। পণ্টে যোৱা বছৰ এখন টেষ্টত জেমছ এণ্ডাৰছনৰ বলত ৰিভাৰ্চ চুইপ কৰি বলটো বাউণ্ডেৰীৰ বাহিৰলৈ প্ৰেৰণ কৰিছিল আৰু সেইটোৱে দৰ্শকসকলক অবাক কৰি তুলিছিল।

শুকুৰবাৰৰ দিনটোত তেওঁ পুনৰ তেওঁৰ চিনাকি ছন্দলৈ ঘূৰি আহে আৰু সেই স্মৃতি পুনৰ সজীৱ কৰি তুলিলে। যিগৰাকী এণ্ডাৰছনে এটাৰ পিছত এটা উইকেট লৈ ভাৰতীয় শীৰ্ষ ক্ৰমক যথেষ্ট চাপত ৰাখিছিল তেওঁৰ বলতেই পুনৰ ৰিভাৰ্চ চুইপ! এইবাৰ বলটো যদিও বাউণ্ডেৰী পাৰ হোৱা নাছিল, পণ্টে আকৌ এবাৰ তেওঁৰ সাহসিকতা দেখুৱাই দিলে। কেতিয়াবা কেতিয়া যদি ষ্ট্ৰেইট ড্ৰাইভ, কেতিয়াবা এখন হাতেৰে পুল শ্বট মাৰি দলটোক খেলৰ মাজলৈ ঘূৰাই আনিছিল উপ-অধিনায়কগৰাকীয়ে। ড্ৰেছিং ৰুমত প্ৰৱেশ কৰাৰ সময়ত পুৰস্কাৰ হিচাপে পালে প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ৰ উচ্চ প্ৰশংসা।

কিন্তু কেৱল ঋষভৰ কথা ক’লেই নহ’ব। জাদেজাৰ নামো একে গুৰুত্বসহকাৰে উল্লেখ কৰিব লাগিব। যিয়ে পন্টৰ সৈতে ২২২ ৰাণৰ পাৰ্টনাৰশ্বিপৰ অভিলেখ গঢ়ে। তদুপৰি, পণ্ট আউট হোৱাৰ পিছত তেওঁ দিনটোৰ বাকী খেলখন অকলেই চম্ভালে। দিনটোৰ শেষত তেওঁ ৮৩ ৰাণত অপৰাজিত হৈ ৰয়। তেওঁৰ সৈতে ক্ৰীজত আছে মহম্মদ ছামী ।

ইপিনে, পঞ্চম টেষ্টৰ প্ৰথম দিনা আঘাতৰ পৰা সুস্থ হৈ দললৈ উভতি আহিয়েই এণ্ডাৰছন তেওঁৰ ধ্বংসাত্মক ৰূপত অৱতীৰ্ণ হয়। তেওঁ দুয়োগৰাকী অ’পেনাৰ শুভমান গীল (১৭) আৰু চেতেশ্বৰ পূজাৰাক (১৩) দ্ৰুত আউট কৰি ভাৰতক বেকফুটলৈ ঠেলি দিছিল। তাৰ পিছত মেটি পটছে হনুমা বিহাৰী (২০) আৰু কোহলী (১১)ৰ মূল্যৱান উইকেট দুটা দখল কৰে। কিন্তু পণ্টৰ বিস্ফোৰক বেটিঙৰ মাজেৰ খেলখনলৈ উভতি আহে টীম ইণ্ডিয়া।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচনত জয়ী হৈ দল সলনি ১১১ বিধায়ক-সাংসদৰ! দল সলনিৰ শীৰ্ষত উত্তৰ-পূৰ্বাঞ্চলৰ এইখন ৰাজ্য

নিৰ্বাচনত জয়ী হৈ দল সলনি ১১১ বিধায়ক-সাংসদৰ! দল সলনিৰ শীৰ্ষত উত্তৰ-পূৰ্বাঞ্চলৰ এইখন ৰাজ্য

September 26, 2026 9:52 am
কংগোত দুৰ্ঘটনাগ্ৰস্ত সামৰিক বিমান; দুজন সেনা বিষয়াকে ধৰি ১৪ জন নিহত

কংগোত দুৰ্ঘটনাগ্ৰস্ত সামৰিক বিমান; দুজন সেনা বিষয়াকে ধৰি ১৪ জন নিহত

September 26, 2026 8:34 am
মোডীৰ সৈতে মহিলাৰ বিকৃত ছবি বিয়পাই দিয়াৰ অভিযোগ; চিজেপি নেতালৈ জাননী জাৰি আদালতৰ

মোডীৰ সৈতে মহিলাৰ বিকৃত ছবি বিয়পাই দিয়াৰ অভিযোগ; চিজেপি নেতালৈ জাননী জাৰি আদালতৰ

September 26, 2026 7:48 am
গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

September 25, 2026 9:20 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচনত জয়ী হৈ দল সলনি ১১১ বিধায়ক-সাংসদৰ! দল সলনিৰ শীৰ্ষত উত্তৰ-পূৰ্বাঞ্চলৰ এইখন ৰাজ্য

নিৰ্বাচনত জয়ী হৈ দল সলনি ১১১ বিধায়ক-সাংসদৰ! দল সলনিৰ শীৰ্ষত উত্তৰ-পূৰ্বাঞ্চলৰ এইখন ৰাজ্য

September 26, 2026 9:52 am
কংগোত দুৰ্ঘটনাগ্ৰস্ত সামৰিক বিমান; দুজন সেনা বিষয়াকে ধৰি ১৪ জন নিহত

কংগোত দুৰ্ঘটনাগ্ৰস্ত সামৰিক বিমান; দুজন সেনা বিষয়াকে ধৰি ১৪ জন নিহত

September 26, 2026 8:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd