• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

দুৰ্যোগৰ সন্মুখীন ঋষি সুনাক! পৰাজয়ৰ দিশে কনজাৰ্ভেটিভ পাৰ্টি!

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
June 26, 2024 3:31 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিটেইনত নিৰ্বাচনী দুৰ্যোগৰ সন্মুখীন হ’ব পাৰে ‘কনজাৰ্ভেটিভ পাৰ্টি’। ১৪ টা দীঘলীয়া বছৰৰ পাছত হয়তো ব্ৰিটেইনত পুনৰ ক্ষমতালৈ ঘূৰি আহিব পাৰে কেন্দ্ৰীয় বাওঁপন্থী ‘লেবাৰ পাৰ্টি’। এইটোৱেই হৈছে সমীক্ষাৰ পৰা পোৱা ইংগিত।

কেইবাটাও সমীক্ষাত ভাৰতীয় মূলৰ প্ৰধানমন্ত্ৰী ঋষি সুনাকৰ নেতৃত্বাধীন কনজাৰ্ভেটিভ পাৰ্টিৰ অপমানজনক পৰাজয়ৰ ইংগিত পোৱা গৈছে।

Apply Now

YouGovৰ এক সমীক্ষা অনুসৰি ৬৫০খন আসনৰ ভিতৰত ৪২৫খন আসন লাভ কৰিব কেইৰ ষ্টাৰমাৰৰ লেবাৰ পাৰ্টিয়ে। যদিহে এই সমীক্ষা সত্য প্ৰমাণিত হয় তেন্তে ই হ’ব নিৰ্বাচনৰ ইতিহাসত লেবাৰ পাৰ্টিৰ সৰ্বোত্তম ফলাফল।

ছাভাণ্টাই কৰা সমীক্ষা অনুসৰি লেবাৰ পাৰ্টিয়ে ৫১৬খন আসন লাভ কৰিব। একেদৰে ম’ৰ ইন কমনৰ সমীক্ষাত দেখা গৈছে যে লেবাৰে ৪০৬খন আসন কৰাৰ সম্ভাৱনা আছে।

আনহাতে, ব্ৰিটিছ ইতিহাসত এতিয়ালৈকে হোৱা আটাইতকৈ বেয়া ফলাফল হ’ব কনজাৰ্ভেটিভ পাৰ্টীৰ।

আনকি ব্ৰিটিছ প্ৰধানমন্ত্ৰী ঋষি সুনাকেও নিজৰ আসনত (উত্তৰ ইংলেণ্ড) পৰাস্ত হ’ব পাৰে। কিন্তু এই আসনখন মূলতঃ কনজাৰ্ভেটিভ পাৰ্টিৰ বাবে আটাইতকৈ নিৰাপদ আসন বুলি জনা যায়।

কেৱল ঋষি সুনাকেই নহয়, ব্ৰিটিছ কেবিনেটৰ বহু সদস্য, প্ৰভাৱশালী নেতায়েও এইবাৰ নিজৰ ক্ষমতা হেৰুৱাব বুলি আশংকা প্ৰকাশ কৰিছে সমীক্ষা সমূহে।

আনহাতে, বিত্তমন্ত্ৰী জেৰেমি হাণ্টেও পৰাস্ত হ’ব পাৰে বুলি সমীক্ষাত প্ৰকাশ পাইছে।

ইপিনে YouGovৰ এক সমীক্ষা অনুসৰি কনজাৰ্ভেটিভ দলে ১০৮খন আসন লাভ কৰিব। লিবাৰেল ডেম’ক্ৰেটে লাভ কৰিব পাৰে ৬৭খন আসন।

ছাভান্টাৰ সমীক্ষা অনুসৰি কনজাৰ্ভেটিভ দলে ১০০ খনতকৈও কম আসন

উল্লেখ্য যে কিছুদিন পূৰ্বে মেয়ৰৰ নিৰ্বাচনত কনজাৰ্ভেটিভ পাৰ্টি লেবাৰ পাৰ্টিৰ হাতত পৰাস্ত হৈছিল। ব্ৰিটেইনত প্ৰতিষ্ঠান বিৰোধী বায়ু প্ৰবল হৈছে, কাৰণ কনজাৰ্ভেটিভ পাৰ্টি ১৪ বছৰ ধৰি ক্ষমতাত আছে। তদুপৰি দলটোৰ বহু দুৰ্নীতি চৰ্চালৈ আহিছে। ফলত ১৪ বছৰৰ পাছত ব্ৰিটেইনত লেবাৰ পুনৰ ক্ষমতালৈ অহাৰ ইংগিত পোৱা গৈছে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

August 26, 2026 11:13 am
‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

August 26, 2026 9:33 am
মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি, বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি, বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

August 26, 2026 8:33 am
কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰত থাকিব পাৰে এইসমূহ পুষ্টিকৰ উপাদানৰ অভাৱ

কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰত থাকিব পাৰে এইসমূহ পুষ্টিকৰ উপাদানৰ অভাৱ

August 26, 2026 7:33 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

August 26, 2026 11:13 am
‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

August 26, 2026 9:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd