• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আই পি এল-২০২০; ৰাজস্থান ৰয়েলছৰ লগতে থাকিব অসমৰ ৰিয়ান পৰাগ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 20, 2019 8:05 pm

1 min read

Riyan-Parag

ৰিয়ান পৰাগ, উৎস-ইণ্টাৰনেট

1.9k
VIEWS
Share on FacebookShare on Twitter

আই পি এল-২০২০ত ৰাজস্থান ৰয়েলছতে থাকিব অসমৰ প্ৰতিভাৱান যুৱ ক্ৰিকেটাৰ ৰিয়ান পৰাগ।

বিগত আই পি এলত ৰিয়ান পৰাগে ৰাজস্থান ৰয়েলছৰ হৈ বেটে-বলে দৰ্শনীয় প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছিল।

১৯ ডিচেম্বৰত হোৱা আই পি এলৰ নিলামত ৰিয়ান পৰাগক ৰাজস্থান ৰয়েলছে নিজৰ লগতে ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

নিলামত ৰাজস্থান ৰয়েলছে বৰিন উত্থাপাক (৩ কোটি), জয়দেৱ উনাদকাদ (৩ কোটি), যশস্বী জয়ছোৱাল (২.৪ কোটি), অনুজ ৰাৱাট (৮০ লাখ), আকাশ সিং (২০ লাখ), কাৰ্তিক ত্যাগী (১.৩ কোটি), ডেভিদ মিলাৰ (৭৫ লাখ), উইছেন থমাছ (৫০লাখ), অনিৰুদ্ধ যোশী (২০ লাখ), এন্দ্ৰিউ টায় (১ কোটি) আৰু টম কৰন (১ কোটি) টকাত ক্ৰয় কৰে।

আনহাতে, দলটোৱে অধিনায়ক ষ্টিভ স্মিথ, সঞ্জু ছেনচন, জোফ্ৰা আৰ্চাৰ, বেন ষ্টোক, জচ বাটলাৰ, ৰিয়ান পৰাগ, শংশাক সিং, শ্ৰেয়াছ গোপাল, মহীপাল লোমৰোৰ, বৰুণ এৰোণ আৰু মনন ভোহৰাক নিলাম নকৰাকৈ নিজৰ সৈতে ৰাখে।

উল্লেখযোগ্য যে, চলিত আই পি এলৰ নিলামত অষ্ট্ৰেলিয়াৰ তাৰকা পেচ বলাৰ পেট কামিনছে সৰ্বাধিক ধন লাভ কৰে।

Recent News

Biswanath

বিশ্বনাথত উত্তৰ পূৰ্বাঞ্চলৰ দ্বিতীয়টো চাৰ্জিং ষ্টেচনৰ লগতে দুখনকৈ ইলেকট্ৰিক বাছৰ শুভ উদ্বোধন

IMG_20210125_131908

নগাঁৱত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

a cong

কোন বেছি সাম্প্ৰদায়িক—বিজেপি নে কংগ্ৰেছ? সংবাদমেলত অমিত শ্বাহক প্ৰশ্ন ৰিপুন বৰাৰ

India-China border in sikkim

ছিকিমৰ নাকু লা সীমান্তত সংঘৰ্ষত ভাৰতীয় সেনাৰ হাতত আহত ২০জন চীনা সৈন্য

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd