• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লিডুত বেদখলকাৰীৰ বিৰুদ্ধে ৰেল বিভাগৰ উচ্চেদ অভিযান

৮টা বাসগৃহ, ৩খন ব্যৱসায়িক প্ৰতিষ্ঠানত উচ্চেদ 

মানস প্ৰতিম গগৈ  by মানস প্ৰতিম গগৈ
January 3, 2019 6:09 pm
Screenshot_20190103_170246
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ লিডুত আজি ৰেলৱে বিভাগে আজি এক উচ্ছেদ অভিযান চলায়। ৰেলৱে ষ্টেচনটোৰ তেনেই সমীপত অবৈধভাৱে ভূমি বেদখল কৰি  বাসগৃহ সাজি বহু বছৰ ধৰি উক্ত  পৰিয়াল ৮টা আৰু ৩খন ব্যৱসায়িক প্ৰতিষ্ঠান চলি আছিল।

ইয়াৰ পূৰ্বে কেইবাবাৰো বেদখল মুক্ত কৰিবলৈ আহিও ৰে’ল বিভাগ সফল হোৱা নাছিল। এই পৰিয়াল কেইটাই এই উচ্ছেদ অভিযানত স্থগিতাদেশৰ বাবে উচ্চতম ন্যায়ালয়ৰ ওচৰত গোচৰো তৰিছিল।

Apply Now

কিন্তু ন্যায়ালয়ে এই আবেদন খাৰিজ কৰাৰ পাছত আজি ৰেল বিভাগৰ এটা বৃহৎ দল এক্সভেটৰ সহ উপস্থিত হৈ অভিযান চলাই ভূমিখিনি  বেদখল মুক্ত কৰে। অৱেশ্য ৰেল বিভাগৰ ভূমি বেদখল কৰি থকা তাতকৈ অধিক সংখ্যক  ব্যৱসায়িক প্ৰতিষ্ঠান আৰু বৃহৎ পকীগৃহ আছে যদিও ৰে’ল বিভাগে ৰহস্যজনকভাৱে এই সমূহৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। বিভাগটোৱে খেনোক দেখি ৰন্ধা বঢ়া, খেনোক দেখি দুৱাৰ মৰা নীতি অৱলম্বন কৰাত সৰ্বসাধাৰণ ৰাইজ ক্ষুণ্ণ হৈ উঠিছে।

উল্লেখ্য যে উত্তৰ পূবৰ সৰ্ব্বপ্ৰথম ক্ষুদ্ৰ উদ্যোগিক চহৰ লিডুৰ সৈতে ১৮৮২ চনত বৃটিছে ডিব্ৰু-শদিয়া নামৰ ৰেলখনৰ জৰিয়তে বহিঃজগতৰে সম্পৰ্ক স্থাপন কৰিছিল। আজিকোপতি ৰেল বিভাগ তথা চৰকাৰক উত্তৰ পূৰ্বৰ ভিতৰে সৰ্বাধিক ৰাজহ আদায় দিয়া ৰেল ষ্টেচন হৈছে লিডু। কিন্তু লিডু গুৱাহাটী ইণ্টাচিটী ৰেলখনৰ বাদে কোনো দুৰণিবটীয়া ৰেল  নাই। অৰুণাচল প্ৰদেশৰ কেইবাখনো জিলাৰ লগতে সীমান্তৱৰ্তী অঞ্চলটোৰ লিডুৱেই হৈছে শেষৰটো ৰেল ষ্টেচন।

এই ষ্টেচন পৰা কেইবাখনো দুৰণিবটীয়া ৰেল সেৱাৰ ব্যৱস্থা কৰাৰ কথা প্ৰকাশ পাইছিল যদিও ষ্টেচনটোৰ সন্মুখভাগত থকা অবৈধ বেদখলৰ জৰিয়তে একাংশ ব্যক্তিয়ে গঢ়ি তোলা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ বাবে এয়া হৈ উঠা নাই বুলি চৰ্চা হৈ আহিছে।

নিয়ম অনুসৰি ৰেল ষ্টেচনৰ সন্মুখ ভাগত পৰ্যাপ্তভাৱে মুকলি স্থান থাকিব লাগে আৰু গাড়ী অহা যোৱাৰ পৰ্যাপ্ত সুবিধা থাকিব লাগে। কিন্তু এই বেদখলৰ বাবে এয়া হৈ উঠা নাই। স্বাভাৱিক ভাৱেই লিডুৰ পৰা দুৰণিবটীয়া ৰে’লসেৱাই স্থানীয় অৰ্থনীতত সু-প্ৰভাৱ পেলালেহেঁ‌তেন। কিন্তু মুষ্টিমেয় কেইজনমান ব্যক্তিৰ বাবে বছৰ বছৰ ধৰি সেয়া হৈ উঠা নাই বুলি অভিযোগ উঠিছে। আজিৰ উচ্ছেদৰ পাছত ৰেল বিভাগে লিডুৰ ৰেল ষ্টেচনটো সম্প্ৰসাৰণৰ বাবে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় হ’ব।

মানস প্ৰতিম গগৈ

মানস প্ৰতিম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাজীৱ গান্ধীৰ জন্মদিনত ছোনিয়া গান্ধীক লৈ আবেগিক ৰাহুল গান্ধী; ফেচবুকত আৱেগিক পোষ্ট

ৰাজীৱ গান্ধীৰ জন্মদিনত ছোনিয়া গান্ধীক লৈ আবেগিক ৰাহুল গান্ধী; ফেচবুকত আৱেগিক পোষ্ট

August 20, 2026 2:18 pm
যোৰহাটৰ যুৱতীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত নতুন মোৰ : আৰক্ষীৰ জালত মূল অভিযুক্ত অনিক দাস

যোৰহাটৰ যুৱতীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত নতুন মোৰ : আৰক্ষীৰ জালত মূল অভিযুক্ত অনিক দাস

August 20, 2026 1:15 pm
১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

August 20, 2026 12:02 pm
শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

August 20, 2026 10:35 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজীৱ গান্ধীৰ জন্মদিনত ছোনিয়া গান্ধীক লৈ আবেগিক ৰাহুল গান্ধী; ফেচবুকত আৱেগিক পোষ্ট

ৰাজীৱ গান্ধীৰ জন্মদিনত ছোনিয়া গান্ধীক লৈ আবেগিক ৰাহুল গান্ধী; ফেচবুকত আৱেগিক পোষ্ট

August 20, 2026 2:18 pm
যোৰহাটৰ যুৱতীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত নতুন মোৰ : আৰক্ষীৰ জালত মূল অভিযুক্ত অনিক দাস

যোৰহাটৰ যুৱতীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত নতুন মোৰ : আৰক্ষীৰ জালত মূল অভিযুক্ত অনিক দাস

August 20, 2026 1:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd