• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ৰে’লৱে ষ্টেশ্যনত সন্দেহযুক্ত ক’ৰ’না আক্ৰান্তৰ পৰীক্ষাৰ কৰিব কেপ্তেইন অৰ্জুন নামৰ এটা ৰবটে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , June 13, 2020 9:39 am

1 min read

ৰে’লৱে ষ্টেশ্যনত সন্দেহযুক্ত ক’ৰ’না আক্ৰান্তৰ পৰীক্ষাৰ কৰিব কেপ্তেইন অৰ্জুন নামৰ এটা ৰবটে

পুনে ৰে'ল ষ্টেশ্যনত নিয়োজিত ৰবটটো

2.7k
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় ৰে’ল সুৰক্ষা বাহিনী(আৰ পি এফ)য়ে পুনেত শুকুৰবাৰে সন্দেহযুক্ত ক’ৰ’না আক্ৰান্ত ব্যক্তিক পৰীক্ষাৰ বাবে এটা ৰবট মুকলি কৰে।

পুনে ৰে’লৱে ষ্টেশ্যনত প্ৰৱেশ আৰু প্ৰস্থান কৰিবলগীয়া লোক সকলৰ পৰীক্ষাৰ বাবে ৰখা ৰবটটোৰ নাম ৰখা হৈছে কেপ্তেইন অৰ্জুন।

কেপ্তেইন অৰ্জুন নামৰ ৰবটটোৰ সৈতে মোশ্যন চেনছৰ, এটা পি টি জেদ কেমেৰা আৰু এটা ডোম কেমেৰা সংযুক্ত কৰা হৈছে।

এই কেমেৰাবোৰৰ সহায়েৰে কেপ্তেইন অৰ্জুন নামৰ ৰবটটোৱে ৰে’লৱে ষ্টেশ্যনত প্ৰৱেশ কৰা সন্দেহযুক্ত ক’ৰ’না আক্ৰান্ত সকলৰ ওপৰত দৃষ্টি ৰাখিব।

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বেও বাংগালুৰু আৰু উত্তৰপ্ৰদেশৰ কেইখনমান চিকিৎসালয়ত ক’ৰ’না আক্ৰান্ত ৰোগী সকলক আহাৰ আৰ ঔষধৰ যোগান ধৰাৰ বাবে ৰবট ব্যৱহাৰ কৰা হৈছিল।

দেশৰ বিভিন্ন স্থানত কৰ্তব্যৰত আৰক্ষী, চিকিৎসাকৰ্মী ক’ৰ’না আক্ৰান্ত ব্যক্তিৰ দ্বাৰা সংক্ৰমিত হোৱাৰ পাছতে ৰবটক ভবিষ্যত সময়ত অধিক বহুলভাৱে এনেবোৰ কামত নিয়োগ কৰিব পৰা যাব বুলি চিন্তা চৰ্চা চলি আছে।

Recent News

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যৰ বিৰুদ্ধে বিত্তীয় অনিয়মৰ গুৰুতৰ অভিযোগ, আছু গোটৰ তীব্ৰ প্ৰতিবাদ

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যৰ বিৰুদ্ধে বিত্তীয় অনিয়মৰ গুৰুতৰ অভিযোগ, আছু গোটৰ তীব্ৰ প্ৰতিবাদ

ajit

টীয়কত চুতীয়া জাতি সন্মিলনৰ মাঘী উৎসৱ উদযাপন

কাৰ্বিআংলঙত দুষ্কৃতিকাৰীৰ গুলিচালনাত দুগৰাকী ব্যক্তিৰ মৃত্যু, তদন্তৰ নিৰ্দেশ মুখ্য মন্ত্ৰীৰ

কাৰ্বিআংলঙত দুষ্কৃতিকাৰীৰ গুলিচালনাত দুগৰাকী ব্যক্তিৰ মৃত্যু, তদন্তৰ নিৰ্দেশ মুখ্য মন্ত্ৰীৰ

CBSC-Exam-750x375

২ ফেব্ৰুৱাৰিত প্ৰকাশ পাব চিবিএছচিৰ দশম-দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ সূচী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd