• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অধিনায়ক হৈয়ে খেলপথাৰত ৰোহিতক ‘অপমান’ হাৰ্দিকৰ; মুখ বন্ধ কৰি সহি ৰ’ল হিটমেন! ভিডিঅ’ চাই ক্ষুব্ধ নেটিজেন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 25, 2024 1:32 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুম্বাইৰ জাৰ্চি পিন্ধি হাৰ্দিক পাণ্ডিয়াৰ আই পি এলৰ নেতৃত্বত অভিষেক ঘটাটো সুখকৰ নহ’ল। মুম্বাই ইণ্ডিয়ানছে প্রথমখন খেলত তেওঁলোকৰ পুৰণি ফ্ৰেঞ্চাইজি গুজৰাট টাইটানছৰ হাতত পৰাস্ত হৈ প্রতিযোগিতাৰ অভিযান আৰম্ভ কৰে৷ আৰু নেতৃত্বৰ অভিষেকত ৰোহিতৰ সৈতে খেলপথাৰত তেওঁৰ সম্পৰ্কৰ কেমিষ্ট্ৰী কেনেকৈ বজাই ৰখা হয়, সেয়া লক্ষ্যণীয় আছিল।

কিন্তু হাৰ্দিকৰ কাণ্ড দেখি স্তম্ভিত হৈ পৰে ক্ৰিকেট জগত! হাৰ্দিকে ৰোহিতক নিজৰ ইচ্ছাৰ বিৰুদ্ধে কাৰ্যতঃ বাউণ্ডেৰী লাইনৰ কাষত ফিল্ডিং কৰিবলৈ কয়। ৰোহিতে সাধাৰণতে বৃত্তৰ ভিতৰতে ফিল্ডিং কৰে। তেওঁ বাউণ্ডেৰী লাইনৰ কাষত ফিল্ডিং কৰি আছে, ক্ৰিকেট খেলপথাৰত এনে দৃশ্য বিৰল। দেওবাৰৰ হাই ভল্টেজ মেচখনত সেইটোৱেই ঘটিল।

লগতে পঢ়কঃ IPL 2024: খেল দেখুৱালে ৰোহিতে, অভিষেকতে ব্যৰ্থ অধিনায়ক হাৰ্দিক; মুম্বাইক হৰুৱালে গীলৰ গুজৰাটে

Apply Now

ৰোহিতৰ নেতৃত্বত মুম্বাই ইণ্ডিয়ানছৰ হৈ একেৰাহে ৬ বছৰ খেলিছিল হাৰ্দিকে। প্ৰাক্তন অধিনায়কগৰাকীৰ ফিল্ডিং পজিচনৰ বিষয়ে তেওঁ ভালদৰেই জানে। গুজৰাট টাইটানছৰ ইনিংছৰ শেষ অভাৰত ৰোহিতে বৃত্তৰ ভিতৰলৈ খোজ দিছিল। হাৰ্ডিকে কাৰ্যতঃ ধমক দি হিটমেনক ডিপলৈ পঠিয়াই দিয়ে। সেই সময়ত জেৰাল্ড ক’টজীয়ে বল কৰি আছিল।

এই কথা ক্ৰিকেট মহলত বেয়াকৈ চৰ্চা হৈছে। ক্ৰিকেট অনুৰাগীয়ে হাৰ্দিকৰ বিৰুদ্ধে পোনপটীয়াকৈ ছচিয়েল মিডিয়াত ক্ষোভ প্ৰকাশ কৰিছে।

https://twitter.com/CricketSatire/status/1772135847225172114?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1772135847225172114%7Ctwgr%5E5c628a8c873c25164154056c1f72916c2a0df191%7Ctwcon%5Es1_&ref_url=https%3A%2F%2Fbengali.indianexpress.com%2Fsports%2Fipl%2Fipl-2024-gt-vs-mi-fans-unhappy-over-hardik-pandya-forced-rohit-sharma-to-field-near-boundary-line-744133%2F

খেলখনত মুম্বাইৰ পৰাজয়ৰ পিছত ইৰফান পাঠানে হাৰ্দিকক থকাসৰকা কৰে। দেৱাল্ড ব্ৰেভিছৰ সৈতে লক্ষ্য অতিক্ৰমৰ যুঁজত নামি ৰোহিতে মুম্বাইক সহজ জয়ৰ সন্ধান দি গৈছিল। ৰোহিত আউট হোৱাৰ পিছতে ক্ৰমান্বয়ে মেচখনৰ পৰা মুম্বাই আঁতৰি যায়।

Never saw Rohit fielding at boundaries
~He always fielded in the 30 Yards circle

Hardik Pandya, Sorry to say but you ain't a Thalason anymore!

Rohit Sharma deserves better tbvh.#GTvsMI pic.twitter.com/aAsp1C7fsu

— Hustler (@HustlerCSK) March 24, 2024

ৰোহিতে বেটেৰে চমক দেখুৱাইছিল যদিও বেট আৰু বলেৰে হাৰ্দিক সম্পূৰ্ণ বিফল হৈছিল। পাৱাৰ প্লে’ত বুমৰাহক আক্রমণলৈ নানি নিজেই বল কৰিবলৈ আহি প্রথম দুটা অভাৰত ২০ ৰান দিয়ে৷ পিছত শেষত বেটিং কৰিবলৈ নামি ফিনিচিং টাচ দিয়াতো ব্যৰ্য হয়। উমেশ যাদৱৰ বলত আউট হৈ যায়। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

August 19, 2026 9:03 pm

ৰাজপাল যাদৱৰ নতুন ছবিত দেখা যাব জীৱনৰ এক অনন্য যাত্ৰা, দীপালীৰ পূৰ্বে মুক্তি পাব পোষ্টাৰ

August 19, 2026 7:50 pm
গুৱাহাটী ৰে’লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ গাঞ্জা : কি সুৰুঙাৰে গুৱাহাটীলৈ আহে অবৈধ সামগ্ৰী?

গুৱাহাটী ৰে’লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ গাঞ্জা : কি সুৰুঙাৰে গুৱাহাটীলৈ আহে অবৈধ সামগ্ৰী?

August 19, 2026 6:35 pm
ছাত্ৰ আন্দোলনত নিষেধাজ্ঞা জাৰি কৰি চাপত বিজয়ৰ চৰকাৰ : অৱশেষত প্ৰত্যাহাৰ বিতৰ্কিত নিৰ্দেশনা

ছাত্ৰ আন্দোলনত নিষেধাজ্ঞা জাৰি কৰি চাপত বিজয়ৰ চৰকাৰ : অৱশেষত প্ৰত্যাহাৰ বিতৰ্কিত নিৰ্দেশনা

August 19, 2026 5:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

August 19, 2026 9:03 pm

ৰাজপাল যাদৱৰ নতুন ছবিত দেখা যাব জীৱনৰ এক অনন্য যাত্ৰা, দীপালীৰ পূৰ্বে মুক্তি পাব পোষ্টাৰ

August 19, 2026 7:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd