• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অতীত IPL-ৰ মনোমালিন্য! বিশ্বকাপ জয়ৰ নায়ক হাৰ্দিকৰ গালত চুমা খাই সকলো দূৰত্ব মচি পেলালে ৰোহিতে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 30, 2024 10:36 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আইচিচিৰ টুৰ্নামেন্টত ভাৰতৰ ১১ বছৰীয়া বিশ্বকাপৰ অপেক্ষাৰ অন্ত পৰিল শনিবাৰে নিশা। কেনচিংটন অ’ভেলত ৰুদ্ধশ্বাস থ্ৰিলাৰত ভাৰতে দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰাৰ সময়তে সকলো যাদুৰ মুহূৰ্তৰ উন্মেষ ঘটিল। তাৰে এটা হ’ল ৰোহিত শৰ্মাৰ আন্তৰিকতাৰে হাৰ্দিক পাণ্ডিয়াক কৰা আলিংগন। তাৰ পিছত তাৰকা অল-ৰাউণ্ডাৰজনৰ গালত আঁকি দিয়া চুমা।

মেচৰ অন্তত আৱেগিক হৈ পৰি হাৰ্দিক পাণ্ডিয়াই কয়, ‘এই ট্ৰফী জয় মোৰ জীৱনত বহুত। বৰ আৱেগিক অনুভৱ কৰিছো। আমি সকলোৱে কঠোৰ পৰিশ্ৰম কৰিছিলো। কিন্তু ক’ৰবাত যেন আবদ্ধ হৈ পৰিব লগা হৈছিল৷ সমগ্ৰ দেশে যি বিচাৰিছিল আজিৰ দিনটোত আমি অৰ্জন কৰিছো। ছমাহৰ পাছত এই মুহূৰ্তটো মোৰ বাবে বিশেষ হৈ থাকিল। ইমানদিনে এটা কথাও কোৱা নাই। একোৱে ঠিকঠাক হৈ যোৱা নাছিল। মই জানিছিলোঁ যে এটা মুহূৰ্ত আহিব যেতিয়া মই আকৌ উজলি উঠিম। এনে এটা সুযোগে সকলো বিশেষ কৰি তোলে।”

লগতে পঢ়কঃ বিশ্বকাপ জয়ৰ মেচতে ‘বিদায় ঘোষণা’; টী-২০ৰ পৰা অৱসৰ বিৰাট-ৰোহিতৰ

Apply Now

তেওঁৰ লগত যি হৈ আছিল সেয়া আছিল অতি ‘অন্যায়’। নকবই বা কিয়। মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক হোৱাৰ পিছত তেওঁ আই পি এলত দুঃস্বপ্নৰ সময় পাৰ কৰিছিল। ফ্ৰেঞ্চাইজিয়ে ৰোহিতক বাদ দিয়াৰ বিতৰ্কিত সিদ্ধান্ত গ্ৰহণ কৰে। তাৰ পিছত খেলপথাৰত নামিলেই অনুৰাগীৰ ককৰ্থনা শুনিব লগা হয় ।

তেওঁৰ নেতৃত্বত আই পি এলত মুম্বাইয়ে শেষৰ স্থান দখল কৰে। ৰোহিতৰ সৈতে তেওঁৰ ব্যক্তিগত সম্পৰ্ক কঠিন হৈ পৰিছিল। সেইটোৱেই দাবী কৰা হয়। কিন্তু বিশ্বকাপত দেশ চেম্পিয়ন হোৱাৰ পাছতেই সেই সকলোবোৰ বঞ্চনা, মনোমালিন্য মচি গৈছে।

লগতে পঢ়কঃ ICC T-20 World Cup: কোহলিৰ বিৰাট ইনিংছ, হৃদয় জিনিলে হাৰ্দিকে! দক্ষিণ আফ্ৰিকাক হৰুৱাই বিশ্বজয় ৰোহিত বাহিনীৰ

তাৰকা অলৰাউণ্ডাৰগৰাকীয়ে বিদায়ী প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়কো প্ৰশংসা কৰে। বিশ্বকাপৰ ফাইনেলৰ লগে লগে প্ৰশিক্ষক দ্ৰাবিড়ৰ কাৰ্যকালো শেষ হয়। হাৰ্দিকে কয়, ‘তেওঁৰ কাৰণে মোৰ বৰ ভাল লাগিছে। তেওঁ এজন দুৰ্দান্ত ব্যক্তি। তেওঁৰ অধীনত খেলা প্ৰতিটো মুহূৰ্ত উপভোগ কৰিছো। তেওঁক এনেকৈ বিদায় দিব পাৰি ভাল লাগিছে। তেওঁৰ লগত মোৰ সম্পৰ্ক সদায় ভাল। আমিও ভাল বন্ধু হৈও পৰিছিলোঁ। সকলো ছাপোৰ্ট ষ্টাফৰ বাবেও বহুত ভাল লাগিছে।”

Hardik Pandya 🥺🥺❤ Rohit Sharma #T20WorldCup2024 #T20IWorldCup #T20IWorldCup #India pic.twitter.com/7WX1pmmguz

— Sandhya Reddy YSCRP 🇺🇿 (@SandhyaSamayam) June 29, 2024

হাৰ্দিকক প্ৰশংসাৰে উপচাই অধিনায়ক ৰোহিত শৰ্মাই কয় যে অলৰাউণ্ডাৰগৰাকীয়ে “শেষ অভাৰত দুৰ্দান্ত বলিং কৰিছিল”। শনিবাৰে নিশা বাৰ্বাডোছৰ কেনচিংটন অ’ভেলত পৰাজয়ৰ গৰাহৰ পৰা উভতি আহি ভাৰতে ৭ ৰানত জয়ী হৈছিল। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইমৰাণৰ স্বাস্থ্যক লৈ উদ্বেগ! পাক প্ৰধানমন্ত্ৰীলৈ চিঠি লিখিলে বিশ্ব ক্ৰিকেটৰ ২২ গৰাকী প্ৰাক্তন অধিনায়কে

ইমৰাণৰ স্বাস্থ্যক লৈ উদ্বেগ! পাক প্ৰধানমন্ত্ৰীলৈ চিঠি লিখিলে বিশ্ব ক্ৰিকেটৰ ২২ গৰাকী প্ৰাক্তন অধিনায়কে

August 24, 2026 7:35 am
ইষ্টবেংগলৰ বিধ্বংসী ৰূপৰ সন্মুখত হাৰ মানিলে মোহনবাগানে; এডমাণ্ডৰ চমকপ্ৰদ হেটট্ৰিক আৰু ৪-১ গ’লৰ জয়েৰে ওৰ পৰিল ২২ বছৰীয়া অপেক্ষাৰ

ইষ্টবেংগলৰ বিধ্বংসী ৰূপৰ সন্মুখত হাৰ মানিলে মোহনবাগানে; এডমাণ্ডৰ চমকপ্ৰদ হেটট্ৰিক আৰু ৪-১ গ’লৰ জয়েৰে ওৰ পৰিল ২২ বছৰীয়া অপেক্ষাৰ

August 23, 2026 9:55 pm
কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

August 23, 2026 8:45 pm
নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

August 23, 2026 7:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইমৰাণৰ স্বাস্থ্যক লৈ উদ্বেগ! পাক প্ৰধানমন্ত্ৰীলৈ চিঠি লিখিলে বিশ্ব ক্ৰিকেটৰ ২২ গৰাকী প্ৰাক্তন অধিনায়কে

ইমৰাণৰ স্বাস্থ্যক লৈ উদ্বেগ! পাক প্ৰধানমন্ত্ৰীলৈ চিঠি লিখিলে বিশ্ব ক্ৰিকেটৰ ২২ গৰাকী প্ৰাক্তন অধিনায়কে

August 24, 2026 7:35 am
ইষ্টবেংগলৰ বিধ্বংসী ৰূপৰ সন্মুখত হাৰ মানিলে মোহনবাগানে; এডমাণ্ডৰ চমকপ্ৰদ হেটট্ৰিক আৰু ৪-১ গ’লৰ জয়েৰে ওৰ পৰিল ২২ বছৰীয়া অপেক্ষাৰ

ইষ্টবেংগলৰ বিধ্বংসী ৰূপৰ সন্মুখত হাৰ মানিলে মোহনবাগানে; এডমাণ্ডৰ চমকপ্ৰদ হেটট্ৰিক আৰু ৪-১ গ’লৰ জয়েৰে ওৰ পৰিল ২২ বছৰীয়া অপেক্ষাৰ

August 23, 2026 9:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd