• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘ৰৈ ৰৈ বিনালে’ৰ টিকটৰ মূল্য বৃদ্ধি সন্দৰ্ভত নিৰ্মাতাগোষ্ঠীৰ হস্তক্ষেপ! পূৰ্বৰ মূল্যতে  উপলব্ধ হ’ব টিকট

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 26, 2025 8:35 pm
49
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জুবিন গাৰ্গৰ সপোনৰ প্ৰকল্প ‘ৰৈ ৰৈ বিনালে’ মুক্তিৰ পথত। ছবিখনৰ মুক্তিৰ পূৰ্বে  অসমৰ ছবি গৃ্হত টিকটৰ অগ্ৰীম বুকিং আৰম্ভ হৈছিল। আকস্মিকভাৱে টিকটৰ মুল্য বৃদ্ধি হোৱাত বিষয়টো চৰ্চালৈ আহে। ৩১ অক্টোবৰত ৰাজ্যৰ লগতে বহিঃৰাজ্যতো মুক্তি পাবলগীয়া এই ছবিখনৰ আগতীয়াকৈ বুকিং মুকলি হোৱাৰ কিছু ঘণ্টাৰ ভিতৰতে প্ৰতিটো ছবিগৃহৰ প্ৰতিটো দৰ্শনী হাউচফুল হৈ পৰিছে। কিন্তু টিকটৰ মূল্যত আকস্মিক বৃদ্ধিক লৈ সৰৱ চৰ্চা চলিছে। অৱশ্যে নিৰ্মাতা গোষ্ঠীৰ তৰফৰ পৰা ছবিগৃহসমূহৰ সৈতে আলোচনাৰ পিছত মূল্য স্থিৰ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

উল্লেখ্য যে ২৪ অক্টোবৰৰ পৰা বুক মাই শ্ব’ৰ জৰিয়তে ছবিখনৰ আগতীয়াকৈ বুকিংৰ ব্যৱস্থা আৰম্ভ হোৱাৰ কিছু ঘণ্টাৰ পিছতে প্ৰতিটো ছবিগৃহৰ সকলো দৰ্শনী হাউচফুল হৈ পৰিছে। জুবিনবিহীন বেদনাৰ মাজত অনুৰাগীসকলে শিল্পীগৰাকীৰ শেষৰখন ছবি চাবলৈ উল্লাসিত হৈ থাকিলেও, টিকিটৰ মূল্যত আকস্মিক বৃদ্ধিয়ে ক্ষোভৰ সৃষ্টি কৰিছে। গুৱাহাটী মহানগৰীৰ Cinepolis-এ আসনখনৰ মূল্য পুৱা ৬.০৫ বজাৰ পৰা ৬০০ টকালৈ বৃদ্ধি কৰা হৈছিল। একেটা ছবিগৃহত আবেলি ৪ বজাৰ পৰা সেই মূল্য ৬৫০ টকালৈ উঠিছে। ঠিক একেদৰে City Centre-ৰ PVR-য়ে আসনৰ মূল্য বিয়েলি ২.১৫ বজাৰ পৰা ৭৮০ টকালৈ বৃদ্ধি কৰিছে। এই বৃদ্ধিয়ে অনুৰাগীসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

Apply Now

এই প্ৰতিক্ৰিয়াৰ পিছত নিৰ্মাতা গোষ্ঠীয়ে সামাজিক মাধ্যমত এক বিবৃত্তি প্ৰকাশ কৰিছে। তেওঁলোকে উল্লেখ কৰিছে, “ৰৈ ৰৈ বিনালেৰ টিকিট মূল্য বৃদ্ধিৰ চৰ্চা দেখি আমি ছবিগৃহৰ কৰ্তৃপক্ষৰ সৈতে কথা পাতিছোঁ। এই মূল্য বৃদ্ধিৰ কাৰণ Dynamic Pricing, অৰ্থাৎ যেতিয়া কোনো ছবিৰ বুকিং ৬০% সম্পূৰ্ণ হয়, তেতিয়া টিকিটৰ দাম বৃদ্ধি পায়। পৰৱৰ্তী ৮০% বুকিংতো আকৌ বৃদ্ধি পায়। এই নিয়ম সকলো ছবিৰ বাবে প্ৰযোজ্য। কিন্তু আমি এই সময়ত ছবিগৃহ কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ যে ‘ৰৈ ৰৈ বিনালে’ৰ ক্ষেত্ৰত Dynamic Pricing প্ৰযোজ্য নকৰিব। কৰ্তৃপক্ষই এই কথাত সন্মতি জনাইছে আৰু আগন্তুক ১-২ ঘণ্টাৰ ভিতৰত আপোনাৰ লোকে পূৰ্ব নিৰ্ধাৰিত দামতেই টিকিট সংগ্ৰহ কৰিব পাৰিব।”

https://www.facebook.com/share/p/1aQ3sKPZf8

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৫ মিনিটৰ গুগল মিট! ৮০ জন ভাৰতীয় কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে আমেৰিকাৰ সংস্থাই

৫ মিনিটৰ গুগল মিট! ৮০ জন ভাৰতীয় কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে আমেৰিকাৰ সংস্থাই

September 17, 2026 8:39 pm
‘মূৰ্খ সজোৱা হৈছে, মই পুতলা হৈ পৰিছিলো’, বাদশ্বাহক লৈ বিস্ফোৰক ঈশা

‘মূৰ্খ সজোৱা হৈছে, মই পুতলা হৈ পৰিছিলো’, বাদশ্বাহক লৈ বিস্ফোৰক ঈশা

September 17, 2026 7:52 pm
হিংসা-বিধ্বস্ত মণিপুৰত ২৫ ৰহস্যজনক মৃত্যুত চৰকাৰক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ, বিচাৰিলে প্ৰতিবেদন

হিংসা-বিধ্বস্ত মণিপুৰত ২৫ ৰহস্যজনক মৃত্যুত চৰকাৰক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ, বিচাৰিলে প্ৰতিবেদন

September 17, 2026 7:02 pm
ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

September 17, 2026 6:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৫ মিনিটৰ গুগল মিট! ৮০ জন ভাৰতীয় কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে আমেৰিকাৰ সংস্থাই

৫ মিনিটৰ গুগল মিট! ৮০ জন ভাৰতীয় কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে আমেৰিকাৰ সংস্থাই

September 17, 2026 8:39 pm
‘মূৰ্খ সজোৱা হৈছে, মই পুতলা হৈ পৰিছিলো’, বাদশ্বাহক লৈ বিস্ফোৰক ঈশা

‘মূৰ্খ সজোৱা হৈছে, মই পুতলা হৈ পৰিছিলো’, বাদশ্বাহক লৈ বিস্ফোৰক ঈশা

September 17, 2026 7:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd