• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আদালতৰ সন্মুখত ৰকিবুল হুছেইনৰ সমৰ্থকৰ উদ্ভণ্ডালি : অনিল ৰাজাৰ গালৈ চিয়াহী নিক্ষেপ

NE NOW NEWS অনিৰ্বাণ পাঠক
গুৱাহাটী , September 15, 2018 3:09 pm

2 min read

17-02-18-Guwahati-Anil-Raja-addressing-media-4-768x456

ৰকিবুল হুছেইন আৰু অনিল ৰাজা। ফাইল ফটো

232
VIEWS
Share on FacebookShare on Twitter

শনিবাৰে কামৰূপ মহানগৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদলতৰ সন্মুখত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ একাংশ সমৰ্থকে উদ্ভণ্ডালি চলায়। ৰকিবুলৰ সমৰ্থক কেইজনে আদলতৰ পৰা ওলাই অহা অৱস্থাত অনিল ৰাজাৰ গালৈ চিয়াহী নিক্ষেপ কৰে। তেওঁলোকে লগতে আদালতৰ সন্মুখতেই “অনিল ৰাজা মুৰ্দাবাদ”, অনিল ৰাজা ৪২০” আদি শ্ল’গান দিয়ে।

উল্লেখ্য যে, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ বিৰুদ্ধে অনিল ৰাজাই আয়ৰ বিপৰীতে সামঞ্জস্যহীন সম্পত্তিৰ অভিযোগ অনাৰ পাছত ৰাজাৰ বিৰুদ্ধে হুছেইনে আদালতত মানহানি গোচৰ তৰিছিল ৰকিবুল হুছেইনে।

এই গোচৰ অনুসৰি অনিল ৰাজা আৰু ৰকিবুল হুছেইন দুয়োগৰাকীয়ে আজি আদালতত হাজিৰ হয়।

ইপিনে, আদালতৰ পৰা পুনৰ কিছুদিনৰ সময় বিচাৰে অনিল ৰাজাই। ৰাজাৰ আবেদনৰ ভিত্তিত আদালতে পুনৰ  ১ অক্টোবৰলৈ তেওঁক সময় দিয়ে।

আনহাতে, আদালতৰ পৰা ওলাই আহি ৰকিবুল হুছেইনে কয়, “বিমোৰত পৰিছে অনিল ৰাজা, গতিকে তেওঁ বিভিন্ন অজুহাতত পলাই আছে। মই হে সময় বিচাৰিব লাগিছিল।”

ইপিনে, হুছেইনক ভিজিলেন্সে মতা বুলি প্ৰকাশিত বাতৰি তেওঁ অস্বীকাৰ কৰে। “মোক ভিজিলেন্সে মাতিছে মই যোৱা নাই মই সময় বিচাৰিছো, বুলি এখন পেপাৰ আৰু এটা টিভি চেনেলে দিছে কিন্তু মোক যেতিয়াই ভিজিলেন্সে মাতিব মই যাম। মোক ভিজিলেন্সে মাতা বুলি ভুল বাখ্যা কৰিছে। ভিজিলেন্সৰ কথাবোৰ অনিল ৰাজাই কেনেকৈ গম পায়,” ৰকিবুল হুছেইনে কয়।

তেওঁ লগতে কয় যে এজন আৰ টি আই কৰ্মীয়ে তেওঁৰ বিৰুদ্ধে  ব্লেকমেইলিঙত নামিছে। জেইল খোৱা মানুহৰ চিঠিৰ ভিত্তিত তেওঁৰ বিৰুদ্ধে তদন্ত চলাই থকা হৈছে বুলি ৰকিবুল হুছেইনে মন্তব্য কৰে।

আনহাতে, ৰাজাৰ গালৈ তেওঁৰ সমৰ্থকে চিয়াহী মৰা কথাতো অস্বীকাৰ কৰি ৰকিবুল হুছেইনে কয়,”অনিল ৰাজাই চিয়াহী মৰাইছে। চিয়াহী মাৰিবলৈ তেওঁ মানুহ লৈ আহিছিল।‘’

Recent News

IMG-20210122-WA0032

একেৰাহে চতুৰ্থবাৰলৈ আছুৰ দখলত টীয়ক চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা

Rameswar Telly

দেশত স্থাপন হ’ব ২ লাখ ফুড প্ৰচেছিং ক্ষুদ্ৰ উদ্যোগ; অসমত কিমান? ক’লে কেন্দ্ৰীয় মন্ত্ৰী তেলীয়ে

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd