DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 9, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসমৰ বিশিষ্ট উদ্ভাৱক ড০ উদ্ধৱ ভৰালীলৈ ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানৰ ৰোল মডেল এৱাৰ্ড

এন ই নাও নিউজ by এন ই নাও নিউজ
January 8, 2019 11:29 am
13uddhab1

বিশিষ্ট উদ্ভাৱক ড০ উদ্ধৱ ভৰালী। ফটো: ৰিডিফ ডটকমৰ সৌজন্যত

547
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানে আন্ত:ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন প্ৰযুক্তিবিদ, উদ্ভাৱক ড০ ভৰালীলৈ ৰোল মডেল এৱাৰ্ড আগবঢ়াইছে। যুৱ সমাজৰ আদৰ্শ, অনুকৰণীয় ব্যক্তি ড০ ভৰালীলৈ আগবঢ়োৱা এই বঁটাই সমগ্ৰ অসমবাসীকে উৎসাহিত কৰি তুলিছে।

জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫০সংখ্যক জন্মশতবাৰ্ষিকীৰ লগত সংগতি ৰাখি আয়োজন কৰা জাগ্ৰুতি ২০১৯’ সৰ্বভাৰতীয় যুৱ মহোৎসৱত বিশিষ্ট উদ্ভাৱকগৰাকীক এই বঁটা প্ৰদান কৰা হ’ব। ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানে থিংক ইণ্ডিয়াৰ যৌথ সহযোগত আগবঢ়োৱা এই সন্মান ড০ ভৰালীক অহা ১৩ জানুৱাৰিত বেংগালুৰুস্থিত ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানত প্ৰদান কৰা হ’ব।

তদুপৰি, উক্ত বঁটা প্ৰদান অনুষ্ঠানৰ লগতে সেই দিনাই ড০ ভৰালীয়ে গ্ৰাম্য ভাৰতত প্ৰযুক্তিৰ প্ৰয়োজনীয়তা শীৰ্ষক এক বক্তৃতা প্ৰদান কৰিব।

উল্লেখযোগ্য যে ডিছক’ভাৰী, হিষ্টৰী চেনেল আৰু বি বি চি ৱৰ্ল্ডত ড০ উদ্ধৱ ভৰালীৰ আৱিষ্কাৰ সন্দৰ্ভত বহুল প্ৰচাৰ হোৱাৰ পাছত বৰ্তমানেও বিশিষ্ট উদ্ভাৱকগৰাকী বিভিন্ন আৱিষ্কাৰত ব্যস্ত হৈ আছে। ড০ ভৰালীয়ে প্ৰযুক্তিৰ জগতখনত ইতিমধ্যে ১৪৯টা যন্ত্ৰ আৱিষ্কাৰেৰে ৰাষ্ট্ৰীয়, আন্ত:ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ত বিভিন্ন বঁটা-সন্মান লাভ কৰিছে।

ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানে আগবঢ়োৱা এই বঁটাই তেওঁক অধিক উৎসাহেৰে কাম কৰি যোৱাত প্ৰেৰণা যোগাব বুলি জানিবলৈ দিয়ে বিশিষ্ট উদ্ভাৱক ড০ উদ্ধৱ ভৰালীয়ে।

Recent News

টিপং কলিয়ৰীত ৩ চোৰক গ্ৰেপ্তাৰ, লো-পিতলৰ সামগ্ৰী উদ্ধাৰ; কোটি টকাৰ লোহা চোৰৰ বিৰুদ্ধে তীব্ৰ অভিযানৰ দাবী

টিপং কলিয়ৰীত ৩ চোৰক গ্ৰেপ্তাৰ, লো-পিতলৰ সামগ্ৰী উদ্ধাৰ; কোটি টকাৰ লোহা চোৰৰ বিৰুদ্ধে তীব্ৰ অভিযানৰ দাবী

বিদ্যুৎ আইনৰ প্ৰস্তাৱিত সংশোধনীৰ বিৰুদ্ধে বিদ্যুৎ কৰ্মচাৰী আৰু অভিযন্তা সম্বন্বয়ৰক্ষী সমিতিৰ ৰাজ্যজুৰি কৰ্মবিৰতি পালন

বিদ্যুৎ আইনৰ প্ৰস্তাৱিত সংশোধনীৰ বিৰুদ্ধে বিদ্যুৎ কৰ্মচাৰী আৰু অভিযন্তা সম্বন্বয়ৰক্ষী সমিতিৰ ৰাজ্যজুৰি কৰ্মবিৰতি পালন

Sanjay Raut

সঞ্জয় ৰাউটক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ: ঘৰুৱা খাদ্য গ্ৰহণৰ অনুমতি

Wild Elephant

কলিয়াবৰত শোকাকুল পৰিবেশ: দুদিন ধৰি বোকাত পৰি থকা বনৰীয়া হাতীৰ কৰুণ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd