• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মোদীয়ে পাহৰিলে বছৰি ২ কোটি নিবনুৱাক চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি, সংখ্যা নামিল ১০ লাখলৈ!

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
October 21, 2022 6:19 pm
Modi-750x375
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বহু প্ৰতিশ্ৰুতিয়েই দিছিল তেওঁ। ২০১৪ লোকসভা নিৰ্বাচনৰ সময়ত মোদীয়ে প্ৰতিশ্ৰুতি দিছিল চুইছ বেংকত জমা থকা ভাৰতীয়ৰ ক’লা ধন উভতাই আনি প্ৰত্যেক ভাৰতীয়ৰে বেংক একাউণ্টত ১৫ লাখকৈ টকা দিব বুলি। তেওঁ কৈছিল প্ৰতিবছৰে ২ কোটি নিবনুৱাক চাকৰি দিব বুলি। কিন্তু সময়ত সকলো ফুটুকাৰ ফেন। এতিয়া পুনৰ গুজৰাট, হিমাচল প্ৰদেশৰ নিৰ্বাচন আহিছে। সেয়ে মোদীৰ মুখতো পুনৰ শুনা গৈছে কেতবোৰ অতি ভাললগা প্ৰতিশ্ৰুতি। মোদীয়ে পূৰ্বে কোৱা ২ কোটি নিবনুৱাৰ সংখ্যাটো এতিয়া ১০ লাখলৈ নামিছে। তাকো ওবছৰত নহয়, ডেৰ বছৰতহে ১০ লাখ নিবনুৱাক মোদীৰ চৰকাৰে চৰকাৰী চাকৰি দিব।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শেহতীয়াকৈ এইবুলি ঘোষণা কৰিছে যে অহা ডেৰ বছৰত অৰ্থাৎ ২০২৩ চনৰ ডিচেম্বৰৰ ভিতৰত ১০ লাখ যুৱক-যুৱতীক চাকৰি প্ৰদান কৰা হ’ব।

Apply Now

কাইলৈ অৰ্থাৎ ধনতেৰাছৰ দিনটোতেই এই বৃহৎ নিযুক্তি অভিযান আৰম্ভ কৰা হ’ব আৰু ৭৫০০০ নিবনুৱাক নিযুক্তি পত্ৰ প্ৰদান কৰা হ’ব।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰকাশ কৰা মতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই বছৰৰ জুন মাহত ৩৮ টা মন্ত্ৰালয়/বিভাগত মানৱ সম্পদৰ বিষয়ত পৰ্যালোচনা কৰিছিল। ইয়াৰ পিছতে তেওঁ ঘোষণা কৰিছিল যে চৰকাৰে অহা ডেৰ বছৰত অৰ্থাৎ ২০২৩ চনৰ ডিচেম্বৰৰ ভিতৰত ১০ লাখ চাকৰি প্ৰদান কৰিব। এই সকলোবোৰ নিযুক্তি ইউপিএছচি, এছএছচি, ৰে’লৱে নিযুক্তি ব’ৰ্ড আৰু অন্যান্য কেন্দ্ৰীয় সংস্থাৰ জৰিয়তে কৰা হ’ব।

ইয়াত ১০ নিযুত চাকৰি থাকিব।প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে কৈছে যে কেন্দ্ৰীয় চৰকাৰৰ ৩৮ টা মন্ত্ৰালয় আৰু বিভাগৰ জৰিয়তে ১০ লাখ চাকৰি পূৰণ কৰা হ’ব। বৰ্তমান, গ্ৰুপ এ (ৰাজপত্ৰিত) শ্ৰেণীত ২৩৫৮৪ টা পদ খালী আছে, গ্ৰুপ বি (ৰাজপত্ৰিত) শ্ৰেণীত ২৬২৮২ টা পদ খালী আছে, আনহাতে গ্ৰুপ চিৰ অ-ৰাজপত্ৰিত শ্ৰেণীৰ ৮.৩৬ লাখ পদ খালী আছে।

কেৱল প্ৰতিৰক্ষা মন্ত্ৰালয়ত, গ্ৰুপ বি(নন-গেজেটেড)ৰ ৩৯৩৬৬টা পদ আৰু গ্ৰুপ চি-ৰ ২.১৪ লাখ পদ খালী আছে। গৃহ মন্ত্ৰালয়ত গ্ৰুপ চি-ৰ ২.৯১ লাখ খালী পদ আৰু গ্ৰুপ চি অ-ৰাজপত্ৰিত শ্ৰেণীৰ অধীনত ১.২১ লাখ পদ খালী আছে।এই পদবোৰত নিযুক্তি দিয়া হ’ব ।

প্ৰধানমন্ত্ৰীৰ এই বৃহৎ চাকৰি অভিযানৰ অধীনত প্ৰতিৰক্ষা মন্ত্ৰালয়, ৰে’ল মন্ত্ৰালয়, ডাক বিভাগ, গৃহ মন্ত্ৰালয়, শ্ৰম আৰু নিযুক্তি মন্ত্ৰালয়, কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী (চিআইএছএফ), কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো (চিবিআই), শুল্ক আৰু বেংকিং, সশস্ত্ৰ বাহিনী, উপ-পৰিদৰ্শক, কনিষ্টবল, এলডিচি, আয়কৰ পৰিদৰ্শককে ধৰি ৩৮ টা বিভাগত সমগ্ৰ দেশৰ নিৰ্বাচিত যুৱক-যুৱতীসকলক চাকৰি প্ৰদান কৰা হ’ব।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm
১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

July 8, 2026 8:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd