• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পশ্চিমবংগক গেৰুৱা কৰাৰ লক্ষ্য! মিথুন চক্ৰৱৰ্তীৰ ঘৰত ৰুদ্ধদ্বাৰ বৈঠকত বহিল মোহন ভাগৱত

এন ই নাও নিউজ by এন ই নাও নিউজ
February 16, 2021 2:28 pm
WhatsApp Image 2021-02-16 at 1.26.41 PM
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মঙলবাৰে পুৱাই অভিনেতা মিঠুন চক্ৰৱৰ্তীৰ মুম্বাইৰ ঘৰত উপস্থিত হয় আৰ এছ এছ প্ৰধান মোহন ভাগৱত।

সন্মুখত পশ্চিমবংগৰ বিধানসভাৰ নিৰ্বাচন আৰু ইয়াৰ পূৰ্বে এইদৰে মোহন ভাগৱত আৰু মিথুন চক্ৰৱৰ্তীৰ সাক্ষাতকলৈ ৰাজনৈতিক মহলত বিভিন্ন জল্পনা-কল্পনাৰ সৃষ্টি হৈছে।

Apply Now

ৰাতিপুৱা ৯বজাতে মিঠুনৰ মুম্বাইৰ বাসভৱনত গৈ উপস্থিত হয় মোহন ভাগৱত। তাত অভিনেতাগৰাকীৰ সৈতে দীঘলীয়া বৈঠকত বহে ভাগৱত।

বৈঠকত কি বিষয়ে আলোচনা হৈছে সেই বিষয়ে কোনো কথা সদৰী কৰিব বিচৰা নাই মোহন ভাগৱতে। অৱশ্যে, মিঠুনৰ মতে সেয়া এক আধ্যাত্মিক আলোচনা আছিল।

পশ্চিমবংগত মিঠুন চক্ৰৱৰ্তী এতিয়াও জনপ্ৰিয়। ৰাজনৈতিক মহলে বংগৰ নিৰ্বাচনৰ পূৰ্বে এই বৈঠক গুৰুত্বপূৰ্ণ বুলিয়েই অনুমান কৰিছে। অৱশ্যে, ইয়াৰ পূৰ্বেও ২০১৯চনৰ অক্টোবৰত নাগপুৰত মোহন ভাগৱতক সাক্ষাৎ কৰিছিল মিথুন চক্ৰৱৰ্তীয়ে।

মিথুন চক্ৰৱৰ্তীয়ে শাসকীয় তৃণমূল কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ পদৰ পৰা ২০১৬চনত পদত্যাগ কৰিছিল।

ইয়াৰ পাছত তেওঁ কোনো ৰাজনৈতিক দলৰ সৈতে জড়িত হৈ পৰা নাই মিথুন চক্ৰৱৰ্তী। কিন্তু পশ্চিমবংগৰ নিৰ্বাচনৰ ঠিক আগে আগে এইদৰে আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ সৈতে বৈঠকে মিথুনৰ নতুন ৰাজনৈতিক ইনিংছৰ সম্ভাৱনাৰ ইংগিত বুলি ভাৱে একাংশ ৰাজনৈতিক মহলে।

পশ্চিমবংগত বিজেপিয়ে শাসন-ক্ষমতা লাভৰ বাবে সৰ্বোপৰি চেষ্টা অব্যাহত ৰাখিছে। প্ৰধানমন্ত্ৰী মোদী, গৃহমন্ত্ৰী আমিত শ্বাহ, দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাকে ধৰি বিজেপিৰ শীৰ্ষ নেতৃত্বই সঘনে ৰাজ্যখন ভ্ৰমণ কৰিছে।

কিন্তু মমতা বেনাৰ্জীৰ শক্তিশালী দুৰ্গ ভেদ কৰি ৰাজপাট অধিকাৰ কৰাৰ যুঁজখন সিমান সহজ নহয় বুলি বিজেপিয়ে ভালদৰে অনুভৱ কৰিছে।

সৌৰভ গাংগুলীক লৈ বিজেপিয়ে কিবা পৰিকল্পনা কৰিছিল যদিও সেয়া সম্ভৱ হৈ নুঠিল বংগৰ জনপ্ৰিয় ক্ৰিকেটাৰগৰাকী অসুস্থ হৈ পৰাৰ পাছত।

বিজেপিক বৰ্তমান এনে এখন জনপ্ৰিয় মুখ লাগে যাক লৈ তেওঁলোকে ৰাজ্যখনৰ জনসাধাৰণৰ মাজত সোমাবলৈ সহজ হয়। এইক্ষেত্ৰত জনপ্ৰিয় অভিনেতা মিথুন চক্ৰৱৰ্তী শক্তিশালী বিকল্প হ’ব পাৰে। সেয়েহে, ‘মিথুনদা-ভাগৱতৰ বৈঠকে’ বহু জল্পনাৰ অৱকাশ এৰি থৈ গৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd