• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

বিতৰ্কিত আৰ টি আই কৰ্মী দুলাল বৰাৰ তিনিমহলীয়া বিলাসী অট্টালিকাত বুলডেজাৰৰ আঁচোৰ

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , May 6, 2020 7:32 pm

1 min read

4.6k
VIEWS
Share on FacebookShare on Twitter

বিতৰ্কিত আৰ টি আই কৰ্মী দুলাল বৰাৰ তিনিমহলীয়া বিলাসী অট্টালিকাত বুলডেজাৰৰ আঁচোৰ।

আজি পুৱা প্ৰায় ১০ বজাত দুলাল বৰাৰ মহানগৰীৰ ৰুক্মিণীগাঁওস্থিত বাসগৃহত উচ্ছেদ চলায় গুৱাহাটী পৌৰ নিগমে।

GMC প্ৰশাসন আৰু দিছপুৰ আৰক্ষী উপস্থিত হৈ আজি পুৱা উচ্ছেদ অভিযান চলাই বৰাৰ বাসগৃহত।

GMC ৰ এক উচ্চস্তৰীয় সূত্ৰ অনুসৰি বৰাই গুৱাহাটী পৌৰ নিগমৰ পৰা কোনোধৰণৰ অনুমতি নোলোৱাকৈ গৃহটো নিৰ্মাণ কৰিছিল। ইয়াক লৈ বৰা উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল যদিও আদালতে বৰাক GMC ৰ অনুমতি পত্ৰ দেখুৱাবলৈ নিৰ্দেশ দিয়ে।

দীৰ্ঘদিন ধৰি পাৰ হৈ যোৱাৰ পাছতো বৰাই অনুমতি পত্ৰ দেখুৱাব নোৱাৰাত আজি তেওঁৰ গৃহ উচ্ছেদ কৰাৰ সিদ্ধান্ত লয় GMC প্ৰশাসনে।

ইপিনে, দুলাল বৰাৰ জীয়ৰীয়ে আদালতৰ ষ্টে’ অৰ্ডাৰ আছে বুলি কয় যদিও উপস্থিত GMC বিষয়াই সেয়া মিছা বুলি কয়।

৫৪৯/২০ নম্বৰ গোচৰৰ ভিত্তিত নিয়ম বহিৰ্ভূতভাৱে গৃহ নিৰ্মাণ কৰা অভিযোগত ভঙা হৈছে গৃহটো।

উল্লেখযোগ্য যে, বৰাৰ বিৰুদ্ধে বিভিন্ন সময়ত আৰ টি আই শক্তিৰ অপপ্ৰয়োগ কৰি উচ্চপদস্থ বিষয়াক ব্লেক মেইলিংৰ জৰিয়তে ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছিল।

ৰাজ্যৰ বহু কেইখন থানাত তেওঁৰ বিৰুদ্ধে বিভিন্ন গোচৰ ৰুজু হৈ আছে।

যোৱা ১৭ মাৰ্চৰ দিনা খানাপাৰা কইনাধৰাস্থিত তিনিমহলীয়া বাসগৃহত উচ্ছেদ চলাইছিল প্ৰশাসনে। তাৰ পাচৰে পৰা বৰাৰ পৰিয়ালে থাকিবলৈ লয় আজি উচ্ছেদিত বাসগৃহত।

Recent News

আজিৰ পৰা গোভা দেওৰজাৰ ঐতিহাসিক জোনবিল মেলা

আজিৰ পৰা গোভা দেওৰজাৰ ঐতিহাসিক জোনবিল মেলা

ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাৰ পৰা বাহিৰ অনুভৱী অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা

ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাৰ পৰা বাহিৰ অনুভৱী অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা

পুনৰ মুম্বাই আৰক্ষীৰ সন্মুখত হাজিৰ হ’ব লাগিব অভিনেত্ৰী কংগনা ৰানাৱট

পুনৰ মুম্বাই আৰক্ষীৰ সন্মুখত হাজিৰ হ’ব লাগিব অভিনেত্ৰী কংগনা ৰানাৱট

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd