• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আঞ্চলিকতাবাদ ধ্বংসকাৰী অতুল বৰাই ৪ বছৰত নিজৰ পুঁজিৰ বাহিৰে কৃষকৰ হৈ একো নকৰিলে : ৰুবুল দাস

by
May 31, 2020 7:13 pm
ফটো : নৰ্থ-ইষ্ট নাও

ফটো : নৰ্থ-ইষ্ট নাও

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‍‘২০১৬-১৭ বিত্তীয় বৰ্ষৰ পৰাই ফচল বীমা যোজনাৰ অধীনত আমাৰ খেতিয়ক সকল বঞ্চিত হৈ আহিছে। ৰাজ্যত প্ৰায় ২৭ লাখ পঞ্জীয়ন ভুক্ত খেতিয়ক আছে। কিন্তু বানপানী, গৰাখহনীয়াৰ কবলত পৰা প্ৰায় ১৮ লাখ খেতিয়কক প্ৰধীন মন্ত্ৰী ফচল যোজনাৰ অধীনত ধন দিয়া নহ’ল’ বুলি অভিযোগ কৰিছে অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰুবুল দাসে।

দাসে লগতে কয়, ‍‘যোৱা চাৰি বছৰত এইজনা অকৰ্মণ্য, অদক্ষ, আঞ্চলিকতাবাদ ধ্বংস কৰা কৃষি মন্ত্ৰী অতুল বৰাৰ নেতৃত্বত মাথো ২৬ হাজাৰ খেতিয়ককহে প্ৰধান মন্ত্ৰী ফচল বীমা যোজনাৰ ধন দিয়া হ’ল’।

Apply Now

‍‘প্ৰায় ১৮ লাখ খেতিয়ক ইয়াৰ পৰা বঞ্চিত হৈ থাকিল। এই কথাই প্ৰমাণ কৰিছে যে ৰাজ্যৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কৃষি মন্ত্ৰী অতুল বৰা কৃষকৰ সমস্যাৰ বাবে একেবাৰেই চিন্তিত নহয়’, এইদৰে কয় দাসে।

ক’ৰ’নাৰ বাবে হোৱা লকডাউনত অসমৰ খেতিয়ক সকলৰ দুৰ্দশাৰ কথা উল্লেখ কৰি দাসে কয়, ‍‘চলিত বছৰৰ বানপানীৰ কৱলত পৰি প্ৰায় ১৬৪৯৫ হেক্টৰ মাটি পানীৰ তলত বুৰ গৈছে। শ শ বিঘা খেতি মাটি এতিয়া নষ্ট হৈছে’।

‍‘আঞ্চলিকতাবাদ ধ্বংসকাৰী অতুল বৰাই যোৱা চাৰিটা বছৰ কেৱল বিভিন্ন আঁচনিৰ কমিছন সংগ্ৰহ কৰি নিজৰ পুঁজি টনকিয়াল কৰাৰ বাহিৰে কৃষকৰ বাবে একো কাম নকৰিলে’, বুলি দাসে অভিযোগ কৰে।

এই প্ৰসংগত তেওঁ কয়, ‍‘২০১৬-১৭ বিত্তীয় বৰ্ষৰ পৰা চলিত বৰ্ষলৈকে ফচল যোজনা ধন মাত্ৰ ২৬ হাজাৰ কৃষকে লাভ কৰাৰ পিছতো এগৰিকালচাৰ ইন্সুৰেন্স কোম্পানি অফ ইণ্ডিয়াক নিয়মিত ভাৱে বীমাৰ প্ৰিমিয়াম ধন আদায় দি অহাটো অতি ৰহস্যজনক’।

আনহাতে বানপানী আৰু গৰাখহনীয়াই ক্ষতিগ্ৰস্ত কৰা কৃষকক সময়ত ধন আদায় দিব নোৱাৰাৰ বাবে অতুল বৰা জগৰীয়া বুলি ক্ষোভ প্ৰকাশ কৰে।

ইপিনে বৰ্তমান সময়ত ৰাজ্যৰ বানৰ কৱলত পৰাৰ কৃষকক সহায় সহযোগিতা আগবঢ়াবলৈ সামৰ্থ নোহোৱা এইখন বিজেপি এজিপি বিপিএফ মিত্ৰজোঁট চৰকাৰক তীব্ৰ সমালোচনা কৰি ক্ষতিগ্ৰস্ত কৃষকক তৰিৎ গতিৰে সহায় কৰিবলৈ দাবী উত্থাপন কৰে সংগঠনটোৱে।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

SIR বিতৰ্ক! ‘সংবিধান উলংঘা হৈ থাকিলে উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ জৰুৰী’-মুৰলী মনোহৰ যোশী

SIR বিতৰ্ক! ‘সংবিধান উলংঘা হৈ থাকিলে উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ জৰুৰী’-মুৰলী মনোহৰ যোশী

October 8, 2026 8:36 pm
অখিল গগৈৰ ধৰ্মঘটৰ সপ্তম দিনত দিছপুৰত ধাৰাবাহিক প্ৰতিবাদ, আৰক্ষীৰে খণ্ডযুদ্ধ

অখিল গগৈৰ ধৰ্মঘটৰ সপ্তম দিনত দিছপুৰত ধাৰাবাহিক প্ৰতিবাদ, আৰক্ষীৰে খণ্ডযুদ্ধ

October 8, 2026 8:19 pm
ফ্ৰান্সৰ পিছত আন এখন দেশত বিয়পি পৰিছে জেন জি আন্দোলন; ৰাজপথত হাজাৰ হাজাৰ যুৱক-যুৱতী

ফ্ৰান্সৰ পিছত আন এখন দেশত বিয়পি পৰিছে জেন জি আন্দোলন; ৰাজপথত হাজাৰ হাজাৰ যুৱক-যুৱতী

October 8, 2026 7:34 pm
কাব্য ভাষাৰ পৰিধি ভাঙি সাধনাৰ ফল; সাহিত্যৰ নোবেল বঁটা লাভ কৰিলে কানাডাৰ কবি এন কাৰ্ছনে

কাব্য ভাষাৰ পৰিধি ভাঙি সাধনাৰ ফল; সাহিত্যৰ নোবেল বঁটা লাভ কৰিলে কানাডাৰ কবি এন কাৰ্ছনে

October 8, 2026 6:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

SIR বিতৰ্ক! ‘সংবিধান উলংঘা হৈ থাকিলে উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ জৰুৰী’-মুৰলী মনোহৰ যোশী

SIR বিতৰ্ক! ‘সংবিধান উলংঘা হৈ থাকিলে উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ জৰুৰী’-মুৰলী মনোহৰ যোশী

October 8, 2026 8:36 pm
অখিল গগৈৰ ধৰ্মঘটৰ সপ্তম দিনত দিছপুৰত ধাৰাবাহিক প্ৰতিবাদ, আৰক্ষীৰে খণ্ডযুদ্ধ

অখিল গগৈৰ ধৰ্মঘটৰ সপ্তম দিনত দিছপুৰত ধাৰাবাহিক প্ৰতিবাদ, আৰক্ষীৰে খণ্ডযুদ্ধ

October 8, 2026 8:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd