• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চামগুৰিত ‘ৰুদ্ৰ বৰুৱা যোগ বিজ্ঞান মহাবিদ্যালয়’ৰ শুভ উদ্বোধন

বিদ্যুত জ্যোতি বৰা by বিদ্যুত জ্যোতি বৰা
January 3, 2019 12:07 pm
yog science college samaguri

ফটো : নৰ্থ-ইষ্ট নাও

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যুৱ লেখিকা তথা বিশিষ্ট  সমাজ সেৱিকা ৰেখামণি দাসৰ একক প্ৰচেষ্টাৰে চামগুৰিত প্ৰাণ পাই উঠা জীৱনজ্যােতি যোগ প্ৰশিক্ষণ কেন্দ্ৰৰ উদ্যোগত আৰু ‘ভাৰতীয় যোগ সংস্কৃতি আৰু যোগ চিকিৎসা কেন্দ্ৰ, গুৱাহাটী’ৰ অধীনত চামগুৰিত প্ৰতিষ্ঠা লাভ কৰা ‘ৰুদ্ৰ বৰুৱা যোগবিজ্ঞান মহাবিদ্যালয়’ খনিৰ ২ জানুৱাৰি অৰ্থাৎ বুধবাৰে শুভ উদ্বোধন কৰা হয়। শুভ উদ্বোধন কৰে ভাৰতীয় যোগ সংস্কৃতি আৰু চিকিৎসা কেন্দ্ৰৰ প্ৰতিষ্ঠাপক সভাপতি যোগাচাৰ্য শুভাশীষে।

উক্ত অনুষ্ঠানৰ আৰম্ভণিতে চামগুৰিস্থিত জীৱনজ্যোতি যোগ প্ৰশিক্ষণ কেন্দ্ৰত প্ৰতিষ্ঠা দিৱস উপলক্ষে পতাকা উত্তোলন কৰে কেন্দ্ৰৰ সভাপতি কালিৰাম সোনাৰীয়ে। ইয়াৰ পাছতে যোগ কেন্দ্ৰৰ কণ কণ শিশুৰ দ্বাৰা ‘মা দিয়া বিদায়’ নামৰ এখনি প্ৰদশৰ্নীমূলক নাটক মঞ্চস্থ কৰা হয়।

Apply Now

‘মা দিয়া বিদায়’ নামৰ নাটকখনি সম্পূন্ন পৰিকল্পনা, পৰিচালনা, ৰচনা আৰু সংলাপ তথা নাটকখনত সন্নিবিষ্ট গীতৰ কথাৰ লগতে গীতটোত কন্ঠদান কৰে জীৱনজ্যোতি যোগ প্ৰশিক্ষণ কেন্দ্ৰৰ সম্পাদিকা তথা প্ৰাক্তন সাংবাদিক ৰেখামণি দাসে। গীতটোত সুৰ দিছে অনাতাঁৰ শিল্পী, ভ্ৰাম্যমান জগতৰ বিশিষ্ট শিল্পী তথা অসমৰ বিশিষ্ট বাঁহীবাদক পৰবানন্দ ঠাকুৰীয়াই।

অনুষ্ঠানটোৰ মঞ্চ উদ্বোধন কৰে বাজিয়া গাঁও উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া হিৰণ্য কুমাৰ চমুৱাই আৰু সহযোগিতা আগবঢ়াই চামগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ দুৰ্লভ মহন্তই। আনহাতে উক্ত অনুষ্ঠানতে নিজৰ সৃষ্টিশীল প্ৰতিভাৰে পাঁচ বছৰ বয়সতে কবিতা লিখি প্ৰচাৰ মাধ্যমত জনপ্ৰিয় হৈ পৰা কণমানি শিশু অৰ্চিত বৰাক যোগ কেন্দ্ৰ ফালৰ পৰা বিশেষ ভাৱে সম্বৰ্ধনা জনোৱাৰ লগতে তেওঁ লিখা ‘ৰাতিৰ আকাশত জোনবাই নাচোন’ নামৰ কবিতাটো আবৃত্তি কৰি ৰাইজৰ প্ৰশংসা পোৱা পৰিলক্ষিত হৈছে।

চামগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত ‘ৰুদ্ৰ বৰুৱা যোগবিজ্ঞান মহাবিদ্যালয়’ৰ শুভ উদ্বোধন কৰি ভাষণ প্ৰসংগত যোগাচাৰ্য শুভাশীষে  কয় “সম্প্ৰতি যোগ চৰ্চাৰ এক পৰিৱেশ সমগ্ৰ বিশ্বজুৰি গঢ়ি উঠিছে ৷ নতুন প্ৰজন্মৰ মাজত যোগ চৰ্চাৰ মানসিকতা গঢ়ি তুলিবলৈ চৰকাৰ, প্ৰশাসন আৰু অভিভাৱক সকলে গুৰুত্ব আৰোপ কৰা উচিত। আজি শুভ উদ্বোধন হোৱা এই ২৪ নম্বৰ স্থান প্ৰাপ্ত ৰুদ্ৰ বৰুৱা যোগবিজ্ঞান মহাবিদ্যালয়খনে ৰাইজ তথা উদ্যোক্তা সকলৰ ঐক্যান্তিক প্ৰচেষ্টাত অদূৰ ভৱিষ্যতে এদল মানসিক ভাৱে সৱল যুৱ প্ৰজন্ম সৃষ্টিৰ ভুমিকা গ্ৰহণ কৰিব ৷”

জীৱনজ্যোতি যোগ কেন্দ্ৰৰ সভাপতি তথা অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক কালিৰাম সোনাৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা আৰু জীৱনজ্যোতি কেন্দ্ৰৰ উপ সভাপতি আদিত্য বৰদলৈ আৰু সম্পাদিকা ৰেখামণি দাসে আঁত ধৰা উদ্বোধনী অনুষ্ঠানত হিমাচল প্ৰদেশৰ স্বামী বিজয়ানন্দই উপস্থিত থাকি উদ্বোধনী মন্ত্ৰ পাঠ কৰে।

বিদ্যুত জ্যোতি বৰা

বিদ্যুত জ্যোতি বৰা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

August 20, 2026 9:32 am
জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

August 20, 2026 8:35 am
বন্দে মাতৰমৰ দুটা স্তৱকেই গাব কংগ্ৰেছে : ৮৯ বছৰ পুৰণি সিদ্ধান্ততে অটল দল

বন্দে মাতৰমৰ দুটা স্তৱকেই গাব কংগ্ৰেছে : ৮৯ বছৰ পুৰণি সিদ্ধান্ততে অটল দল

August 20, 2026 7:39 am
বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

August 19, 2026 9:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

August 20, 2026 9:32 am
জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

August 20, 2026 8:35 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd