• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অ’এনজিচিৰ জনবিৰোধী সিদ্ধান্তত ক্ষোভিত কৃষক মুক্তি সংগ্ৰাম সমিতি

শিৱসাগৰ জিলা উপায়ুক্তক  স্মাৰক পত্ৰ প্ৰদান

ৰাজীৱ দত্ত by ৰাজীৱ দত্ত
December 27, 2018 6:15 pm
g
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তেল আৰু প্ৰাকৃতিক গেছ নিগম চমুকৈ অ’এনজিচিৰ  ভটীয়াপাৰস্থিত  ১৪৭ নং তেলখাদলৈ অহা যোৱা কৰা একমাত্ৰ পথটো  দিখৌৰ গৰাখহনীয়াত  জাহ যোৱাৰ উপক্ৰম ঘটিছে।  কিন্ত এই মূল পথটো  অ’এনজিচি কৰ্তৃপক্ষই নিৰ্মাণ কৰাৰ পৰিবৰ্তে  আন এটা বিকল্প পথ নিৰ্মাণ কৰিবলৈ লোৱাত ক্ষোভিত হৈ পৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৰূদ্ৰসাগৰ আঞ্চলিক সমিতি। অ’এনজিচিৰ অসম সম্পদৰ ৰূদ্ৰসাগৰ তৈলক্ষেত্ৰৰ অন্তৰ্গত উক্ত তৈলখাদটো ভটীয়াপাৰ বাৰীচুকৰ দিখৌ নদীৰ মথাউৰিৰ সংযোগী ঐতিহাসিক দুবৰণী আলিৰ কাষত অৱস্থিত।

উল্লেখ্য যে তৈলখাদটোলৈ দুৱৰণী আলি সংযোগী দিখৌ নদীৰ মথাউৰিয়েদি নিগমৰ যান বাহন সমূহ অহা যোৱা কৰে।  আশানুৰূপ  উৎপাদনক্ষম  তৈলখাদটো বহু বছৰৰ পূৰ্বে স্থাপন কৰা হৈছিল। তাৰোপৰি তৈলখাদটোৰ কাষতে থকা দিখৌ নদীৰ মথাউৰি সদৃশ পথটোও  দীৰ্ঘদিনৰ পৰা গৰাখহনীয়াৰ কৱলত পৰি আহিছে। খহনীয়াৰ কৱলত পৰি  পথ সদৃশ মথাউৰিটোৰ এটা বৃহৎ অংশ নিশ্চিহ্ন হোৱাৰ লগতে বৃহত্তৰ শ’লগুৰি আৰু মেটেকা বনগাওঁ মৌজাৰ প্ৰায় দুই শতাধিক গাৱঁলৈ ভাবুকি কঢ়িয়াই আনিছে।

Apply Now

বাৰিষা দুয়োটা মৌজাৰ জনসাধাৰণে  নিতৌ আতংকত দিন কটাবলগীয়া হৈ আহিছে। অসম চৰকাৰৰ জলসম্পদ বিভাগৰ শিৱসাগৰ সংমণ্ডলৰ অধীনত থকা মথাউৰি সদৃশ পথটো নিৰ্মাণৰ বাবে দুয়োটা মৌজাৰ ৰাইজে বাৰম্বাৰ দাবী জনাই আহিছে যদিও জলসম্পদ বিভাগে বাহঁৰ বুৰুজ মাৰিয়েই দায়িত্ব সামৰি থয় প্ৰতি বছৰে।

আনহাতে তৈলখাদটো উক্ত স্থানত স্থাপন কৰাৰ পিছৰে পৰা নিগমে উক্ত পথটোৰ চোৱাচিতা দায়িত্ব বহন কৰি আহিছে। যাৰ বাবে  জলসম্পদ বিভাগে মথাউৰিটো মেৰামতি কৰাৰ ক্ষেত্ৰত হোঁহোকা পিছলা কৰি আহিছে। নিগমে উক্ত খহনীয়া হোৱা অংশছোৱা মেৰামতি নকৰি তাৰ পৰিবৰ্তে তৈলখাদটোলৈ নিগমৰ যানবাহন  অহা-যোৱাৰ বাবে খেতিয়ক ৰাইজৰ কৃষিভূমি অধিগ্ৰহণ কৰি বিকল্প  আন এটা উপপথ নিৰ্মাণ কৰাৰ বাবে  যো-জা কৰাত অ’এনজিচি কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভিত হৈ উঠিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আঞ্চলিক সমিতি।

কালি আঞ্চলিক সমিতিৰ সম্পাদক মনজিৎ দাসৰ দ্বাৰা  স্বাক্ষৰিত এখনি স্মাৰকপত্ৰ শিৱসাগৰ জিলা উপায়ুক্তগৰাকীৰ  হাতত প্ৰদান  কৰে। স্মাৰকপত্ৰখনত অতি সোনকালে নিগমক এনে জনবিৰোধী সিদ্ধান্ত বাতিল কৰিবলৈও দাবী জনোৱা হয়। বিকল্প উপপথটো নিৰ্মাণ কৰাৰ পৰিবৰ্তে উক্ত খহনীয়া অংশ অতি শীঘ্ৰে মেৰামতি কৰি দুয়োটা মৌজাৰ ৰাইজৰ জীৱন আৰু সা-সম্পত্তি ৰক্ষা কৰিবৰ বাবেও স্মাৰক পত্ৰখনতআহ্বান জনোৱা হয় ।

তদুপৰি  স্মাৰকপত্ৰখনত স্পষ্টকৈ উল্লেখ কৰে যে যদিহে অ’এনজিচিয়ে এনে জনবিৰোধী সিদ্ধান্ত বাতিল নকৰে তেতিয়া অনাগত দিনত হ’ব পৰা যিকোনো  পৰিস্থিতিৰ বাবে অ’এনজিচি  কৰ্তৃপক্ষই জগৰীয়া হ’ব বুলিও সকীয়াই দিছে স্থানীয় ৰাইজে। অসমৰ ভূ-গৰ্ভৰ পনীয়া সোণ সদৃশ খাৰুৱা তেল আহৰণ কৰি অহা অ’এনজিচিৰ এনে হঠকাৰী ভূমিকাক তীব্ৰ ভাষাৰে গৰিহণা দিছে সংগঠনটোৱে।

ইতিমধ্যে, অ’এনজিচিয়ে গ্ৰহণ কৰা জনবিৰোধী  সিদ্ধান্ত  বাতিল কৰাৰ দাবী জনাই অলপতে ভটীয়াপাৰ অঞ্চলৰ সমাজকৰ্মী তথা সাংস্কৃতিক কৰ্মী ভোলা কাকতিৰ নেতৃত্বত গাঁৱৰ ৰাইজৰ দ্বাৰা স্বাক্ষৰিত এখন স্মাৰকপত্ৰ  নিগমৰ কায্যবাহী সঞ্চালকৰ উপৰিও,মাননীয় মূখ্যমন্ত্ৰী,জলসম্পদ মন্ত্ৰী আদিলৈ প্ৰেৰণ কৰা হৈছে।

ৰাজীৱ দত্ত

ৰাজীৱ দত্ত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd