• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, March 3, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বলীউদৰ মোহময়ী অভিনেত্ৰী শ্ৰদ্ধা কাপুৰৰ বিয়া! দৰা হ’ব কোন?

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 28, 2021 8:49 pm

2 min read

Shraddha Kapoor
545
VIEWS
Share on FacebookShare on Twitter

বলীউদৰ মোহময়ী অভিনেত্ৰী শ্ৰদ্ধা কাপুৰৰ বিয়াৰ কথা ওলাইছে। শক্তি কাপুৰৰ কন্যা শ্ৰদ্ধাৰ পাণি গ্ৰহণ কৰিবলগীয়া পাত্ৰৰ কথাও প্ৰকাশ পাইছে। পিচে দৰানো কোন?

বাতৰি অনুসৰি, বলীউদৰ প্ৰখ্যাত চিত্ৰগ্ৰহণকাৰী ৰোহন শ্ৰেষ্ঠই শ্ৰদ্ধাৰ দৰা।

শ্ৰদ্ধাৰ সৈতে দীৰ্ঘদিন ধৰি সম্পৰ্ক ৰক্ষা কৰি আহিছিল ৰোহনে। এতিয়া দুয়ো বিবাহপাশত আৱদ্ধ হ’বলৈ ওলাইছে।

অভিনেতা বৰুণ ধাৱানৰ এটা প’ষ্টৰ আঁত ধৰিয়েই পোহৰলৈ আহিছে শ্ৰদ্ধাৰ বিয়াৰ প্ৰসংগ। বান্ধৱী নাতাশাৰ সৈতে বিবাহপাশত আৱদ্ধ হয় বৰুণ। ছচিয়েল মিডিয়াত ৰোহনে বৰুণক শুভেচ্ছা জনায়।

ৰোহনৰ প্ৰত্যুত্তৰত বৰুণে লিখিছে, ‘আশা কৰো তুমিও সাজু।‘’ৰোহনৰ এই প্ৰতিক্ৰিয়াৰ পাছতে ছচিয়েল মিডিয়াত আৰম্ভ হয় চৰ্চা। সকলোৱে ধৰি লৈছে যে এইবাৰ তেনেহ’লে গাত মাহ-হালধী সানিবলৈ সাজু শ্ৰদ্ধা?

ইয়াৰ মাজতে এক সাক্ষাৎকাৰত শক্তি কাপুৰক সোধা এক প্ৰশ্নৰ উত্তৰত তেওঁ জনায় যে ছচিয়েল মিডিয়াত কি চলিছে মই নাজানো। কিন্ত মি সদায় সকলো সিদ্ধান্তৰ ক্ষেত্ৰত মোৰ কন্যাৰ সৈতে আছো। সেইদৰে বিয়াৰ ক্ষেত্ৰতো।

ৰোহন বুলিয়েই নহয়, শ্ৰদ্ধাই যাকেই পছন্দ কৰে তাত মোৰ কোনো আপত্তি নাথাকে। শক্তি কাপুৰে লগতে ৰোহন বৰ ভাল ল’ৰা বুলিও দোহাৰে।

শক্তি কাপুৰে কয় যে ৰোহন সৰুৰে পৰা তেওঁলোকৰ ঘৰলৈ আহে। শ্ৰদ্ধাই অৱশ্যে ৰোহনক বিয়া কৰোৱাৰ কথা তেওঁক কোৱা নাই। তেওঁলোক সৰুকালৰ বন্ধু। বিয়াৰ ক্ষেত্ৰত তেওঁলোক ছিৰিয়াছ হয়নে নহয় সেয়া অৱশ্যে তেওঁ ক’ব নোৱাৰে বুলি জনায় বলীউদৰ প্ৰসিদ্ধ অভিনেতাগৰাকীয়ে।

Recent News

a pos

কোভিড পজিটিভ ভোটাৰৰ ক্ষেত্ৰত কেনে বিধি ব্যৱস্থা?

Akhil Sithi

কংগ্ৰেছ মহাজোঁটত AIUDF নাথাকিলে ৰাইজৰ দলৰ সমৰ্থন পাব মহাজোঁটে

অসম বিধানসভা নিৰ্বাচন : প্ৰিয়ংকা গান্ধীয়ে প্ৰদান কৰিলে পাঁচটা প্ৰতিশ্ৰুতি

অসম বিধানসভা নিৰ্বাচন : প্ৰিয়ংকা গান্ধীয়ে প্ৰদান কৰিলে পাঁচটা প্ৰতিশ্ৰুতি

ballot_paper

পোষ্টেল বেলট সন্দৰ্ভত ৰাজ্যিক নিৰ্বাচন আয়ুক্তৰ গুৰুত্বপূৰ্ণ ঘোষণা, কি কি ঘোষণা কৰিলে তেওঁ?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd