• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাষ্ট্ৰীয় জেভলিন থ্ৰ’ প্ৰতিযোগিতাত মাজুলীৰ কন্যা ৰুণজুন পেগুৰ স্বৰ্ণ: মাজুলীত উছাহৰ ধল

NE NOW NEWS মিটু খাটনিয়াৰ
মাজুলী , September 27, 2018 2:24 pm

1 min read

Runjun Pegu
393
VIEWS
Share on FacebookShare on Twitter

লক্ষ্ণৌত অনুষ্ঠিত হৈ যোৱা ৰাষ্ট্ৰীয় জেভলিন থ্ৰ’ প্ৰতিযোগিতাৰ চিনিয়ৰ শাখাত স্বৰ্ণ পদক জয়েৰে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে মাজুলীৰ কন্যা ৰুণজুন পেগুৱে। মাজুলীৰ বোকা পানী খচকি ডাঙৰ দীঘল হোৱা ৰুণজুনৰ এই সাফল্যই মাজুলীলৈ আনন্দৰ জোৱাৰ আনিছে।

উল্লেখযোগ্য যে মাজুলীৰ জেংৰাইমূখ লক্ষীমি বৰপমুৱা গাঁৱৰ ৰুণজুনে শৈশৱতে পিতৃ-মাতৃক হেৰুৱাই এক কঠোৰ জীৱন সংগ্ৰামৰ মাজেৰে আহি আজি ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলি উঠিবলৈ সক্ষম হৈছে।

কাইলৈ গৃহ জিলা মাজুলীত উপস্থিত হ’ব লগা ৰুণজুনক সম্বৰ্ধনা জনাবলৈ মিচিং স্বায়ত্ব শাসিত পৰিষদৰ উদ্যোগত বিভিন্ন দল সংগঠনে ব্যাপক আয়োজন কৰিছে। ইয়াৰ উপৰি তেওঁক বিশেষ ফেৰী, গাড়ী তথা প্ৰায় দহ হেজাৰ দুচকীয়া-চাৰিচকীয়া বাহনেৰে কমলাবাৰী ঘাটৰ পৰা জেংৰাইমুখ লৈ বিশাল শোভাযাত্ৰা কৰি আদৰি অনা হ’ব ।

সুদক্ষ খেলুৱৈ গৰাকীক আদৰণি জনোৱাৰ বাবে নিৰ্মাণ কৰা হৈছে ৫০ খনৰো অধিক আদৰণি তোৰণ। সম্বৰ্ধনা কাৰ্য্যসূচী সফল কৰি তোলাৰ বাবে ইতিমধ্যে উদযাপন সমিতিয়ে বিভিন্ন সভা অনুষ্ঠিত কৰিছে।

ৰুণজুনৰ এই সাফল্য বাবে মিচিং স্বায়ত্ব শাসিত পৰিষদে তেওঁলৈ এক লাখ টকা প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে।

Recent News

হৃদৰোগত আক্ৰান্ত হৈ হাৰ্দিক আৰু ক্ৰুণাল পাণ্ডেয়াৰ পিতৃৰ দেহাৱসান

হৃদৰোগত আক্ৰান্ত হৈ হাৰ্দিক আৰু ক্ৰুণাল পাণ্ডেয়াৰ পিতৃৰ দেহাৱসান

সংকটজনক অৱস্থাত আই চি য়ুত ভৰ্তি প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত

সংকটজনক অৱস্থাত আই চি য়ুত ভৰ্তি প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত

মিজোৰামত জনসাধাৰণৰ উপাসনাৰ বাবে ফেব্ৰুৱাৰিৰ পৰা পুনৰ খুলিব গীৰ্জা

মিজোৰামত জনসাধাৰণৰ উপাসনাৰ বাবে ফেব্ৰুৱাৰিৰ পৰা পুনৰ খুলিব গীৰ্জা

Modi-2

দেশৰ ৩০০৬ টা কেন্দ্ৰত প্ৰদান কৰা হ’ব কোভিড ভেকচিন,এইসকল লোকে ল’ব নোৱাৰিব ভেকচিন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd