DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 20, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰূপহীহাটত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ সৰবৰাহকাৰী, জব্দ ড্ৰাগছ

ৰিদীপ শৰ্মা, কলিয়াবৰ by ৰিদীপ শৰ্মা, কলিয়াবৰ
January 23, 2022 1:06 pm
Drugs Juria

ফটো: নৰ্থইষ্ট নাও।

99
VIEWS
Share on FacebookShare on Twitter

ৰূপহীহাট আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে এক গোপন সূত্ৰৰ পম খেদি শালপাৰাত  অভিযান চলাইসফলতা লাভ কৰিছে।

আৰক্ষীৰ অভিযানত ড্ৰাগছ সৰবৰাহকাৰী ছাহাব উদ্দিন নামৰ এজন লোকক আটক কৰা হয়।

উপ পৰিদৰ্শক তুষাৰজ্যোতি বৰাৰ নেতৃত্বত চলা অভিযানত আটক কৰা হয় ড্ৰাগছ সৰবৰাহকাৰীজনক।

ড্ৰাগছ সৰবৰাহকাৰী ছাহাব উদ্দিনৰ পৰা আৰক্ষীয়ে ২৭টাকৈ হিৰ’ইন ভৰ্তি কন্টেইনাৰ উদ্ধাৰ কৰে।

লগতে পঢ়ক: প্ৰাক্তন ছাত্ৰ নেতাক আৰক্ষীৰ গুলী: নগাঁওৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নিলম্বন দাবী অখিল গগৈৰ

ইপিনে. অভিযানৰ সময়ত ছাহাব উদ্দিনৰ লগৰ আৰু দুজন ড্ৰাগছ সৰবৰাহকাৰীয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

ধৃত ছাহাব উদ্দিনে অতি কৌশলেৰে ঠেলা গাড়ীত ভঙা-ছিঙা বস্তুৰ লগত ৰাখিছিল এই হিৰ’ইনখিনি।

আনহাতে, ন-ন কৌশল অৱলম্বন কৰিও আৰক্ষীৰ পৰা ৰক্ষা নাপালে ড্ৰাগছ সৰবৰাহকাৰী ছাহাব উদ্দিনে।

Recent News

Man-Elephant Conflict: ৰংজুলিত বন্যহস্তীৰ তাণ্ডৱ; ভাঙিলে কেইবাটাও বাসগৃহ, দৌৰি প্ৰাণৰক্ষা পৰিয়ালৰ লোকৰ

Man-Elephant Conflict: ৰংজুলিত বন্যহস্তীৰ তাণ্ডৱ; ভাঙিলে কেইবাটাও বাসগৃহ, দৌৰি প্ৰাণৰক্ষা পৰিয়ালৰ লোকৰ

জো বিডেনৰ এছিয়া ভ্ৰমণৰ সময়তে পাৰমানৱিক অস্ত্ৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি উত্তৰ কোৰিয়াৰ!

জো বিডেনৰ এছিয়া ভ্ৰমণৰ সময়তে পাৰমানৱিক অস্ত্ৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি উত্তৰ কোৰিয়াৰ!

Google in Russia: জব্দ বেংক একাউণ্ট, ৰাছিয়াত নিজকে দেউলিয়া ঘোষণা কৰাৰ পথত গুগল!

Google in Russia: জব্দ বেংক একাউণ্ট, ৰাছিয়াত নিজকে দেউলিয়া ঘোষণা কৰাৰ পথত গুগল!

World Boxing Championships: বক্সিঙত বিশ্ব চেম্পিয়ন হ’ল ভাৰতৰ নিখাত জাৰিন, স্বৰ্ণ জয়

World Boxing Championships: বক্সিঙত বিশ্ব চেম্পিয়ন হ’ল ভাৰতৰ নিখাত জাৰিন, স্বৰ্ণ জয়

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd