DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

প্ৰাক্তন ছাত্ৰ নেতাক আৰক্ষীৰ গুলী: নগাঁওৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নিলম্বন দাবী অখিল গগৈৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 23, 2022 11:53 am
WhatsApp Image 2022-01-23 at 11.12.53 AM
164
VIEWS
Share on FacebookShare on Twitter

কোনো নিৰ্দিষ্ট কাৰণ অবিহনে আৰক্ষীয়ে এগৰাকী প্ৰাক্তন ছাত্ৰ নেতাক গুলীওৱাৰ পাছত শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক তাৎক্ষণিকভাৱে নিলম্বন কৰাৰ দাবী জনাইছে।

এই সন্দৰ্ভত অখিল গগৈয়ে কয়, ‘’এই ঘটনাটোৱে অৱশেষত আৰক্ষীৰ প্ৰকৃত ছবিখন ৰাজ্যৰ জনসাধাৰণৰ আগত দাঙি ধৰিলে। আমি দীৰ্ঘদিনৰ পৰা আৰক্ষী জড়িত হৈ থকা এনকাউন্টাৰক বিৰোধিতা কৰিছো আৰু গৰিহনা দিছো।‘’

তেওঁ লগতে কয় যে ৰাজ্যখনৰ একাংশ লোকে যদি আৰক্ষীৰ দ্বাৰা ‘গুলীওৱা তথা এনকাউন্টাৰক’ সমৰ্থন নকৰাহেঁতেন যুৱক কীৰ্তি কমল বৰাক এইদৰে গুলীয়াব নোৱাৰিলেহেঁতেন।‘’

‘’অভিযুক্ত ব্যক্তিক আৰক্ষীয়ে যিকোনো সময়তে গুলীওৱাটো এটা ভু ল পদক্ষেপ আৰু এইটো দিনে দিনে বাঢ়ি গৈছে কিয়নো একাংশ লোকে এনকাউন্টাৰক সমৰ্থন কৰিব বিচাৰে,’’-তেওঁ লগতে কয়।

লগতে পঢ়ক: মহানগৰীত গ্ৰেপ্তাৰ হাৰিয়ানাৰ দুজন ATM প্ৰৱঞ্চক

গগৈয়ে দাবী কৰে যে এনে ঘটনাৰ বিৰোধিতা নকৰাৰ বাবে অসমত অৱশেষত ‘জংঘলৰাজ’ আৰু ‘হিটলাৰ ৰাজ’ দেখিবলৈ পোৱা গৈছে।

‘’ আমি চৰকাৰে নগাঁও আৰক্ষী অধীক্ষকক তাৎক্ষণিকভাৱে নিলম্বন কৰাৰ বাবে আৰু নিৰীহ যুৱকজনক গুলীওৱা ঘটনাত জড়িত আৰক্ষী বিষয়াজনক গ্ৰেপ্তাৰ কৰাৰ বাবে দাবী কৰিছো,’’- তেওঁ কয়।

ইপিনে, আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই কৈছিল যে ড্ৰাগছ বিৰোধী অভিযানৰ সময়ত আৰক্ষীক আক্ৰমণ কৰাৰ পাছত কীৰ্তি কমল বৰাক গুলীওৱা হৈছিল। 

Recent News

Plane Missing in Nepal: নেপালত ৪ ভাৰতীয়সহ ২২ জন যাত্ৰীৰ সৈতে সন্ধানহীন বিমান

Plane Missing in Nepal: নেপালত ৪ ভাৰতীয়সহ ২২ জন যাত্ৰীৰ সৈতে সন্ধানহীন বিমান

Human rights activist: মানৱ অধিকাৰ কৰ্মী মাৰ্ক থাংমাং হাওকিপক ন্যায়িক জিম্মালৈ প্ৰেৰণ

Human rights activist: মানৱ অধিকাৰ কৰ্মী মাৰ্ক থাংমাং হাওকিপক ন্যায়িক জিম্মালৈ প্ৰেৰণ

Retired Education Officer Arrested: একালৰ প্ৰতাপী শিক্ষা বিষয়া আনোৱাৰ হুছেইনক আটক; সংবাদ মাধ্যমৰ সমুখত হুছেইনৰ বিস্ফোৰণ!

Retired Education Officer Arrested: একালৰ প্ৰতাপী শিক্ষা বিষয়া আনোৱাৰ হুছেইনক আটক; সংবাদ মাধ্যমৰ সমুখত হুছেইনৰ বিস্ফোৰণ!

Lioness dies of snake bite: ভুৱনেশ্বৰৰ নন্দনকাননত ভয়ংকৰ ঘটনা; বিষাক্ত সাপৰ কামোৰত মৃত্যু সিংহিনীৰ

Lioness dies of snake bite: ভুৱনেশ্বৰৰ নন্দনকাননত ভয়ংকৰ ঘটনা; বিষাক্ত সাপৰ কামোৰত মৃত্যু সিংহিনীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd