• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰাছিয়াই উৰুৱাই দিলে ইউক্ৰেইনৰ বান্ধ, বানে বুৰাই পেলালে কেইবাখনো গাঁও

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 6, 2023 5:57 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আকৌ তীব্ৰতৰ হৈ পৰিছে ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত চলি থকা যুদ্ধ ।  দুয়োখন দেশৰ মাজত শান্তি চুক্তিৰ কোনো সম্ভাৱনাই এতিয়ালৈকে দেখা দিয়া নাই। 

শেহতীয়াকৈ ৰাছিয়াই  দক্ষিণ ইউক্ৰেইনত থকা এটা বান্ধ ধ্বংস কৰি দিয়াৰ পিছতেই দেশখনত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে।  মঙলবাৰে ৰাছিয়াৰ বাহিনীৰ বিৰুদ্ধে বান্ধটো ভাঙি দিয়াৰ অভিযোগ উত্থাপন কৰিছে ইউক্ৰেইনে। 

Apply Now

ৰাছিয়াই বান্ধটো ভাঙি দিয়াৰ পিছত এতিয়া ডিনিপাৰ নদীৰ উপকূলীয় অঞ্চলৰ বাসিন্দাসকল ভয়ানক বিপদৰ সন্মুখীন হৈছে।  বানপানীয়ে বুৰাই পেলাইছে বিশাল অঞ্চল।  ইউক্ৰেইনৰ আভ্যন্তৰীণ পৰিক্ৰমা মন্ত্ৰালয়ে নদীখনৰ সোঁপাৰৰ ১০খন গাঁৱত সৰ্তকবাণী ঘোষণা কৰিছে। খেৰচন চহৰৰ কিছু অংশৰ বাসিন্দাসকলক ঘৰুৱা কাম বন্ধ কৰি নিজৰ গুৰুত্বপূৰ্ণ নথি-পত্ৰ আৰু পশুধন লৈ নিৰাপদ স্থানলৈ যাবলৈ আহ্বান জনাইছে ইউক্ৰেইনৰ চৰকাৰে।

লগতে পঢ়কঃ ড্ৰাগছৰ ভয়ানক কবলত ভূস্বৰ্গ কাশ্মীৰ : পাকিস্তানৰ পৰা আহে ড্ৰাগছ!

খেৰচন আঞ্চলিক সামৰিক প্ৰশাসনৰ মুৰব্বী অলেকজেণ্ডাৰ প্ৰকুডিনে পুৱা প্ৰায় ৭ বজাত টেলিগ্ৰামত প্ৰকাশ কৰা এটা ভিডিঅ’ত কয় যে ৰাছিয়ান সেনাই আন এক ভয়ানক অভিযান চলাইছে। তেওঁ সকীয়াই দিয়ে বান্ধ থকা নদীখনৰ মথাউৰিটো উৰুৱাই দিয়াৰ ফলত পাঁচ ঘণ্টাৰ ভিতৰতে পানী বিপজ্জনক মাত্ৰাত উপনীত হৈছে।

ইফালে ইউক্ৰেইনৰ বৈদেশিক মন্ত্ৰী ডিমাইট্ৰ’ কুলেবাই সোমবাৰে জনাইছে যে ৰাছিয়াৰ বিৰুদ্ধে প্ৰতিশোধ ল’ব পৰাকৈ ইউক্ৰেইনৰ হাতত যথেষ্ট অস্ত্ৰ আছে। আনহাতে নাটোত যোগদান কৰিবৰ বাবেও ইউক্ৰেইনে প্ৰচেষ্টা অব্যাহত ৰাখিছে। কিয়েভত দিয়া এক সাক্ষাৎকাৰত বৈদেশিক মন্ত্ৰী কুলেবাই কয় যে চলি থকা যুদ্ধ শেষ নোহোৱালৈকে ইউক্ৰেইনৰ বাবে নাটোৰ সামৰিক মিত্ৰজোঁটৰ সদস্যপদ সম্ভৱ হোৱাৰ সম্ভাৱনা নাই। যুদ্ধ শেষ হোৱাৰ পিছতহে এয়া সম্ভৱ।

ইয়াৰ পূৰ্বেও ৰাছিয়াই দক্ষিণ-পূব ইউক্ৰেইনৰ জাপ’ৰিজিয়া পাৰমাণৱিক শক্তি কেন্দ্ৰত দ্ৰুত ক্ষেপণাস্ত্ৰ আৰু ড্ৰ’নেৰে আক্ৰমণ চলাইছিল। যাৰ ফলত দেশখনৰ অৰ্ধেক অঞ্চলত বিদ্যুৎ যোগান বিচ্ছিন্ন থৈ পৰিছিল।

লগতে পঢ়কঃ  মহানগৰত ১৪ বছৰেও সম্পূৰ্ণ নহ’ল পানী যোগান প্ৰকল্প

মন কৰিব যে যোৱা বছৰৰ ফেব্ৰুৱাৰী মাহৰ পৰা ইউক্ৰেইন-ৰাছিয়া যুদ্ধ আৰম্ভ হৈছিল। জি-৭ দেশৰ নেতাসকলে ইউক্ৰেইন-ৰাছিয়া যুদ্ধক অবৈধ আৰু অযুক্তিকৰ বুলি অভিহিত কৰিছে। এই আক্ৰমণৰ বিৰুদ্ধে থিয় দি মস্কোৰ ওপৰত নতুন আৰু কঠোৰ নিষেধাজ্ঞা আৰোপ কৰাৰ সিদ্ধান্ত লৈছে জি-৭ ৰ দেশকেইখনে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

August 17, 2026 9:30 pm
ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

August 17, 2026 9:05 pm
ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

August 17, 2026 8:35 pm
কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

August 17, 2026 8:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

August 17, 2026 9:30 pm
ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

August 17, 2026 9:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd