• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ক’ৰ’নাক লৈ WHOক ধমকি দিয়া আমেৰিকাক সমালোচনা ৰাছিয়াৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , May 20, 2020 11:15 am

1 min read

ক’ৰ’নাক লৈ WHOক ধমকি দিয়া আমেৰিকাক সমালোচনা ৰাছিয়াৰ
10.5k
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’না ভাইৰাছক লৈ আমেৰিকাই বিশ্ব স্বাস্থ্য সংস্থা (WHO) ক বিভিন্ন সময়ত দি অহা ধমকিক সমালোচনা কৰিছে ৰাছিয়াই।

WHOৰ পৰা আমেৰিকা ওলাই আহিব বুলি দিয়া ধমকিক ৰাছিয়াই তীব্ৰ ভাষাৰে নিন্দা জনাইছে।

উল্লেখ্য যে মহামাৰী ৰূপ ধাৰণ কৰা ক’ৰ’নাক লৈ WHOক ধাৰাবাহিকভাৱে আক্ৰমণ কৰি আহিছে আমেৰিকাই। এই সন্দৰ্ভত ৰাছিয়াই কয় যে এখন দেশৰ ৰাজনৈতিক হিতৰ বাবে আমি সকলো বৰবাদ কৰিব নোৱাৰো।

ৰাছিয়াৰ উপ-বিদেশ মন্ত্ৰী ছাৰ্গেই ৰয়াবক’ভে কয়, ‍‘হয় কিছু শুধৰণিৰ প্ৰয়োজন আছে… আৰু এই ক্ষেত্ৰত সক্ৰিয় ভূমিকা অৱলম্বনৰ বাবে আমি প্ৰস্তুত আছো’, এইদৰে এটা আন্তঃৰাষ্ট্ৰীয় নিউজ এজেন্সিয়ে প্ৰকাশ কৰিছে।

উল্লেখ্য যে ক’ৰ’না ভাইৰাছৰ উৎপত্তিস্থল চীন দেশৰ সৈতে মিলি WHO য়ে বিশ্ববাসীক ভুল তথ্য প্ৰদানেৰে ধ্বংসৰ গৰাহলৈ ঠেলি দিয়াৰ অভিযোগ উত্থাপন কৰি আমেৰিকাই আক্ৰমণ কৰি আহিছিল।

ইতিমধ্যে আমেৰিকাই WHOক দি অহা পুঁজি বন্ধ কৰাৰ লগতে চীনৰ সৈতেও ব্যৱসায়িক সম্পৰ্ক হ্ৰাস কৰাৰ ক্ষেত্ৰত কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ দ্ৰহণ কৰা পৰলিক্ষিত হৈছে।

Recent News

index.jpga

বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা কাজিৰঙাৰ এনিমেল কৰিড’ৰৰ আৱৰ্জনা পৰিষ্কাৰ

images

গাঁওখনৰ প্ৰায় কোনোৱে কাণেৰে নুশুনে, ইংগিতেৰে কথা কয়! চাওক ক’ত আছে এইখন গাঁও

Farhan Majid

মাত্ৰ ২০ বছৰ বয়সতে সন্ত্ৰাসজৰ্জৰিত কাশ্মীৰী যুৱকৰ কণিষ্ঠতম পাইলট হোৱাৰ যোগত্য লাভ

IMG-20210116-WA0015

ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে নগাঁৱতো আজি আৰম্ভ হ’ল কৰ’না মহামাৰীৰ টীকাকৰণ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd