• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ইউক্ৰেইনৰ ৪টা অধিকৃত অঞ্চলত স্থানীয় ভোট অনুষ্ঠিত কৰিছে ৰাছিয়াই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 1, 2023 1:23 pm
ফটো: সংগ্ৰহীত।

ফটো: সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইউক্ৰেইনৰ ৰাছিয়ান দখলত থকা চাৰিটা অঞ্চলত মস্কোৰ নিৰ্ধাৰিত কৰ্তৃপক্ষই আঞ্চলিক নিৰ্বাচনৰ আয়োজন কৰিছে। বৃহস্পতিবাৰৰ পৰা ভোটদান আৰম্ভ হৈছে। ১০ ছেপ্টেম্বৰলৈকে চলিব এই ভোটদান। ইউক্ৰেইনত চলি থকা সংঘাতৰ মাজতো মস্কোৰ কৰ্তৃত্ব নিশ্চিত কৰাৰ লক্ষ্যৰে এই নিৰ্বাচন অনুষ্ঠিত কৰা হৈছে।

ভোটদান অনুষ্ঠিত চাৰিটা অঞ্চলৰ কোনোটোৱেই সম্পূৰ্ণৰূপে ৰাছিয়াৰ নিয়ন্ত্ৰণত নাই। এই চাৰিটা অঞ্চল হ’ল – ডনেট্স্ক, লুহানস্ক, জাপোৰিজ্জিয়া আৰু খেৰচন। যোৱা বছৰ মস্কোৱে এই অঞ্চলসমূহক নিজৰ অংশ হিচাপে ঘোষণা কৰিছিল। ২০১৪ চনত ৰাছিয়াই নিজৰ দখললৈ অনা ক্ৰিমিয়াকে ধৰি এই পাঁচটা অঞ্চলৰ আয়তন ইউক্ৰেইনৰ প্ৰায় এক পঞ্চমাংশ।

লগতে পঢ়ক: কেন্দ্ৰীয় মন্ত্ৰীৰ ঘৰত যুৱকক ‘হত্যা’, মন্ত্ৰীৰ পুত্ৰৰ পিষ্টলৰ পৰাই চলোৱা হৈছিল গুলী!

Apply Now

যোৱা বছৰৰ অক্টোবৰ মাহত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত অনুষ্ঠিত এক ভোটত সদস্য ৰাষ্ট্ৰৰ তিনি চতুৰ্থাংশই ৰাছিয়াৰ এই কাৰ্যক গৰিহণা দিয়ে। তেওঁলোকে ইয়াক ‘অবৈধ অন্তৰ্ভুক্তি’ বুলি উল্লেখ কৰে।

ইউক্ৰেইনৰ বিষয়াসকলে কয় যে এই নিৰ্বাচন অবৈধ। অৰ্থাৎ ইউক্ৰেইনৰ ভূখণ্ডৰ পৰা সকলো সৈন্য প্ৰত্যাহাৰ নকৰালৈকে মস্কোৰ সৈতে কোনো শান্তি আলোচনা সম্ভৱ নহয়।

চাৰিটা অঞ্চলৰ নিৰ্বাচনত মস্কো সমৰ্থিত প্ৰশাসনৰ বাবে গৱৰ্ণৰ নিৰ্বাচন কৰা হ’ব। এই নিৰ্বাচনত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সমৰ্থনত গৱৰ্ণৰ পদৰ প্ৰাৰ্থীসকলে নিৰ্বাচনত অৱতীৰ্ণ হৈছে। ইয়াত তেওঁলোকৰ প্ৰতিযোগিতা নামমাত্ৰ।

লগতে পঢ়ক: পোহনীয়া ভাটৌ চৰাই হত্যাৰ অপৰাধত দুগৰাকী মহিলাক দিয়া হ’ল ২৫ মাহৰ কাৰাদণ্ড

২০২২ চনৰ মে’ মাহত ৰাছিয়াই ডনেট্স্ক অঞ্চলৰ বন্দৰ চহৰ মাৰিউপল দখল কৰে। বাতৰি অনুসৰি, বৃহস্পতিবাৰে আৱাসিক এলেকাত এটা অস্থায়ী ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হয়।

ক্ৰমান্বয়ে স্থানীয় বাসিন্দাসকল ভোটগ্ৰহণ কেন্দ্ৰলৈ অহা দেখা গৈছে। তেওঁলোকে বিষয়াসকলক ৰাছিয়াৰ পাছপ’ৰ্ট দেখুৱাইছিল। এইবোৰ তেওঁলোকৰ মাজত নতুনকৈ বিতৰণ কৰা হয়।

লগতে পঢ়ক: ধুবুৰীৰ বিলাসীপাৰাত দুখন মটৰ চাইকেলৰ মুখামুখি সংঘৰ্ষত চাৰিজন লোকৰ মৃত্যু

বহু লোকে ৰাছিয়াৰ নিয়ন্ত্ৰিত অঞ্চল এৰি গৈছে। ইউক্ৰেইনৰ মাৰিউপলৰ নিৰ্বাচিত মেয়ৰ ভাদিম বয়চেংকো নিৰ্বাসিত হৈ আছে। ২০২২ চনৰ ২৬ ফেব্ৰুৱাৰীত তেওঁ পলায়ন কৰে। বয়চেংকোৱে দাবী কৰিছে যে এই নিৰ্বাচনত কোনো ভোটাৰ তালিকা নাই, প্ৰাৰ্থীৰো কোনো তালিকা নাই। তেওঁ দাবী কৰে যে এইটো এটা প্ৰৱঞ্চনামূলক নিৰ্বাচন।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

July 2, 2026 8:16 pm
ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

July 2, 2026 7:08 pm
ভাৰত ভ্ৰমণৰ পিছত ব্ৰিটিছ মহিলাৰ মগজুত ৩৮ টা পেলু, জানক ইয়াৰ আঁৰৰ ৰহস্য

ভাৰত ভ্ৰমণৰ পিছত ব্ৰিটিছ মহিলাৰ মগজুত ৩৮ টা পেলু, জানক ইয়াৰ আঁৰৰ ৰহস্য

July 2, 2026 6:55 pm
ছিমলা চুক্তিৰ শেষৰ কিছু ঘণ্টাৰ কাহিনী: নৈশ আহাৰৰ পাছত হৈছিল ইন্দিৰা গান্ধী আৰু জুলফিকাৰ আলী ভুট্টোৰ গোপন বৈঠক

ছিমলা চুক্তিৰ শেষৰ কিছু ঘণ্টাৰ কাহিনী: নৈশ আহাৰৰ পাছত হৈছিল ইন্দিৰা গান্ধী আৰু জুলফিকাৰ আলী ভুট্টোৰ গোপন বৈঠক

July 2, 2026 5:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

July 2, 2026 8:16 pm
ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

July 2, 2026 7:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd