DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 29, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

Russian journalist fined: যুদ্ধ বিৰোধী প’ষ্টৰ বাবে জৰিমনাৰ সন্মুখীন হ’ল ৰাছিয়াৰ মহিলা সাংবাদিক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 29, 2022 12:58 pm
91
VIEWS
Share on FacebookShare on Twitter

Russian journalist Marina Ovsyannikova fined ৰাছিয়াৰ এখন আদালতে ইউক্ৰেইনত ৰাছিয়াৰ যুদ্ধক সমালোচনা কৰাৰ বাবে দেশখনৰ এগৰাকী মহিলা সাংবাদিকক জৰিমনা বিহিছে। 

মেৰিনা অ’ভচিয়ানকোভাক ৮২২ ডলাৰ (ৰাছিয়ান মুদ্ৰাত ৫০,০০০ ৰুবল) জৰিমনা বিহা হৈছিল। ভাৰতীয় মুদ্ৰাত এয়া প্ৰায় ৬৬ হাজাৰ টকা।

লগতে পঢ়ক: Gorgosaurus: নিলামত ৬ মিলিয়ন ডলাৰত বিক্ৰী হ’ল প্ৰাচীন ডাইনোচৰৰ কংকাল

আন্তৰ্জাতিক সংবাদ সংস্থাৰ বাতৰি মতে মেৰিনা ৰাছিয়াৰ চৰকাৰী দূৰদৰ্শনৰ এগৰাকী প্ৰাক্তন সাংবাদিক। ইউক্ৰেইনত ৰাছিয়াৰ আক্ৰমণৰ আৰম্ভণিতে যুদ্ধ বিৰোধী স্থিতিৰ বাবে তেওঁ চাকৰি হেৰুৱাইছিল।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত তেওঁ ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণৰ বিৰোধিতা কৰি ৰাজহুৱাভাৱে পোষ্ট দিছিল।

মেৰিনা অ’ভচিয়ানকোভা।

ইউক্ৰেইনত জন্মগ্ৰহণ কৰা মেৰিনা অ’ভচিয়ানকোভাই মাৰ্চ মাহত এটা টেলিভিশ্বন অনুষ্ঠানত যুদ্ধ বিৰোধী প্লেকাৰ্ড প্ৰদৰ্শন কৰাৰ বাবে ব্যাপক প্ৰশংসা অৰ্জন কৰিছিল। মেৰিনাই সেই টেলিভিশ্বনৰ সম্পাদক হিচাপে কাম কৰিছিল।

Recent News

গুজৰাট মডেল : ১৫৭ খন স্কুলৰ এগৰাকীও শিক্ষাৰ্থী উত্তীৰ্ণ হ’ব নোৱাৰিলে দশম শ্ৰেণীৰ পৰীক্ষাত

গুজৰাট মডেল : ১৫৭ খন স্কুলৰ এগৰাকীও শিক্ষাৰ্থী উত্তীৰ্ণ হ’ব নোৱাৰিলে দশম শ্ৰেণীৰ পৰীক্ষাত

জাতীয় নাৰী বাহিনীৰ নতুন সভানেত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিলে অৰুণা বৰাই

জাতীয় নাৰী বাহিনীৰ নতুন সভানেত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিলে অৰুণা বৰাই

ধেমাজিৰ চিলাপথাৰত ডাইনী কাণ্ড, মানৱ অধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াৰ প্ৰতিক্ৰিয়া

ধেমাজিৰ চিলাপথাৰত ডাইনী কাণ্ড, মানৱ অধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াৰ প্ৰতিক্ৰিয়া

স্তন কেঞ্চাৰৰ পৰীক্ষণ ঘৰতে কিদৰে কৰিব?

স্তন কেঞ্চাৰৰ পৰীক্ষণ ঘৰতে কিদৰে কৰিব?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd