• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ক’ভিদ ভেকচিন নিৰ্মাণ কৰা বিজ্ঞানী আন্দ্ৰে বটিকভৰ মৃতদেহ উদ্ধাৰ: হত্যাৰ সন্দেহ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 4, 2023 7:50 pm
Andrey Botikov
169
VIEWS
Share on FacebookShare on Twitter

বিশ্বজুৰি বিপৰ্যয়ৰ সূচনা কৰা কভি’দ মহামাৰীৰ প্ৰতিষেধক ‘স্পুটনিক-ভি’ তৈয়াৰ কৰাত সহায় কৰা ৰাছিয়ান বিজ্ঞানী আন্দ্ৰে বটিকভৰ মৃতদেহ উদ্ধাৰ হৈছে মস্কোস্থিত তেওঁৰ নিজা এপাৰ্টমেণ্টত। বৃহস্পতিবাৰে উদ্ধাৰ কৰা হয় বিজ্ঞানীগৰাকীৰ মৃতদেহ।

ৰাছিয়ান সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি বটিকভক বেল্টেৰে ডিঙি চেপি হত্যা কৰাৰ সন্দেহ কৰা হৈছে। ৰাছিয়ান সংবাদ সংস্থা টাছে ৰাছিয়ান ফেডাৰেচনৰ তদন্তকাৰী সমিতিৰ উদ্ধৃতিৰে প্ৰকাশ কৰা অনুসৰি বটিকোভে গামালেয়া নেশ্যনেল ৰিচাৰ্চ চেণ্টাৰ ফৰ ইক’লজি এণ্ড মেথেমেটিক্সত জ্যেষ্ঠ গৱেষক হিচাপে কাম কৰিছিল।

ফেডাৰেল তদন্তকাৰী সংস্থাটোৱে বিবৃতিটোত উল্লেখ কৰা মতে, বটিকভৰ মৃতদেহ উদ্ধাৰৰ কেইঘণ্টামানৰ পাছতে তেওঁৰ হত্যাত জড়িত থকাৰ অভিযোগত এগৰাকী সন্দেহজনক ব্যক্তিক গ্ৰেপ্তাৰ কৰা হয়। তদন্তকাৰী সংস্থাটোৰ মতে, ২৯ বৰ্ষীয় সন্দেহযুক্ত লোকগৰাকীয়ে কাজিয়াৰ সময়ত বটিকভক বেল্টেৰে ডিঙি চেপি হত্যা কৰে।

ব্যক্তিগত সংঘাতৰ ফলস্বৰূপে এই হত্যাকাণ্ড সংঘটিত হোৱা বুলি সংস্থাৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে। ইতিমধ্যে বটিকভৰ হত্যাকাণ্ডৰ তদন্ত আৰম্ভ কৰা হৈছে বুলি কৰ্তৃপক্ষই সদৰী কৰিছে।

উল্লেখ্য যে বটিকভক ২০২১ চনত ক’ভিদ ভেকচিনৰ ওপৰত কৰা কামৰ বাবে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে অৰ্ডাৰ অৱ মেৰিট ফৰ দ্য ফাদাৰলেণ্ড বঁটা প্ৰদান কৰিছিল।২০২০ চনত স্পুটনিক ভি ভেকচিন প্ৰস্তুত কৰা ১৮ গৰাকী বিজ্ঞানীৰ ভিতৰত বটিকভ আছিল অন্যতম।

Recent News

ভাৰ্চুৱেল শুনানিৰ সময়ত বিয়েৰত চুমুক! অধিবক্তাৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ ৰুজু

ভাৰ্চুৱেল শুনানিৰ সময়ত বিয়েৰত চুমুক! অধিবক্তাৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ ৰুজু

জলবায়ু পৰিৱৰ্তনৰ বাবে স্থানান্তৰিত হ’বলৈ বাধ্য হ’ল প্ৰাচীন হিমালয়ৰ গাঁও ছামজুং

জলবায়ু পৰিৱৰ্তনৰ বাবে স্থানান্তৰিত হ’বলৈ বাধ্য হ’ল প্ৰাচীন হিমালয়ৰ গাঁও ছামজুং

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘পেছাৰ বাবে প্ৰস্তুতি’ শীৰ্ষক অনুষ্ঠানৰ সামৰণি

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘পেছাৰ বাবে প্ৰস্তুতি’ শীৰ্ষক অনুষ্ঠানৰ সামৰণি

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে বিৰোধী দলবোৰক একত্ৰিত কৰিবলৈ উদ্যোগী ছোনিয়া গান্ধী

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে বিৰোধী দলবোৰক একত্ৰিত কৰিবলৈ উদ্যোগী ছোনিয়া গান্ধী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd