• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

‘থালা’ যুগৰ অৱসানঃ চেন্নাই চুপাৰ কিংছৰ নেতৃত্ব ত্যাগ ধোনীৰ, গাইকোৱাডক দায়িত্ব অৰ্পণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 21, 2024 5:45 pm
Ruturaj Gaikwad MS Dhoni CSK
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হাতত গ্ল’ভছ্ পিন্ধি উইকেটৰ পিছফালৰ পৰা কৌশলী বেহু নিৰ্মাতা ৰূপত আৰু দেখা পোৱা নাযাব ‘কেপ্তেইন কুল’ক। এতিয়া কেৱল অনুৰাগীৰ মুখত গুঞ্জৰিত হোৱাহে শুনিব সেই বাক্য, “এক থা, যৌ উইকেট কে পিছে সে মেচ পলট দেতা থা!“

এতিয়া চিৰদিনৰ বাবে ইতিহাস হৈ ৰ’ব ‘কেপ্তেইন কুল’। নীলা জাৰ্চীত ইতিপূৰ্বেই অতীত হোৱা ‘কেপ্তেইন কুল’ শব্দটি হালধীয়া জাৰ্চীতো হৈ পৰিল অতীত। যৱনিকা পৰিল এক সোণালী যুগৰ।  আই পি এল আৰম্ভ হোৱাৰ প্ৰাকক্ষণত আজি চেন্নাই ছুপাৰ কিংছৰ নেতৃত্ব ত্যাগ কৰিছে এম এছ ধোনীয়ে।

Apply Now

চেন্নাই ছুপাৰ কিংছে নিজ ৱেবছাইটত এক বিবৃতি যোগে এই ঘোষণা কৰিছে। বিবৃতি অনুসৰি, টাটা আই পি এল ২০২৪ আৰম্ভ হোৱাৰ পূৰ্বে এম এছ ধোনীয়ে চেন্নাই ছুপাৰ কিংছৰ অধিনায়কত্ব ৰুতুৰাজ গাইকোৱাডৰ হাতত অৰ্পণ কৰিছে।

বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ’বলগীয়া আই পি এলৰ ১৭ সংখ্যক সংস্কৰণৰ পূৰ্বে আজি ফ্ৰেন্সাইজিসমূহৰ অধিনায়কসকলৰ বৈঠকত চেন্নাইৰ হৈ ধোনীৰ পৰিৱৰ্তে গাইকোৱাডে অংশগ্ৰহণ কৰিছিল। তাৰ কিছু সময় পিছতে ফ্ৰেন্সাইজিটোৱে দলৰ নেতৃত্ব পৰিৱৰ্তনৰ বিষয়ে ঘোষণা কৰে।

উল্লেখ্য যে আই পি এলৰ উদ্বোধনী ছিজনৰ পৰাই ধোনী চি এছ কেৰ অধিনায়ক আছিল। তেওঁৰ নেতৃত্বতে চেন্নায়ে পাঁচবাৰকৈ খিতাপ দখল কৰিছে। মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক ৰোহিত শৰ্মাৰ সৈতে যৌথভাৱে প্ৰতিযোগিতাখনৰ সফল অধিনায়ক হিচাপে পৰিগণিত হৈছে ধোনী।

অৱশ্যে তাৰ মাজতে ১৫ সংখ্যক সংস্কৰণত ফ্ৰেন্সাইজিটোৱে ধোনীৰ স্থানত অল-ৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজাক অধিনায়কত্বৰ ভূমিকাত পৰীক্ষা কৰিছিল যদিও এই পৰীক্ষণ বিফল হোৱাত ধোনীক পুনৰ নেতৃত্ব অৰ্পণ কৰা হৈছিল। তাৰ পিছতে ধোনীৰ নেতৃত্বত বিগত সংস্কৰণত খিতাপ জয় কৰিছিল দলটোৱে।

ধোনীৰ নেতৃত্বত চেন্নায়ে ২০১০, ২০১১, ২০১৮, ২০২১ আৰু ২০২৩ সংস্কৰণৰ আই পি এল খিতাপ দখল কৰাৰ লগতে ২০১০ আৰু ২০১৪ চনত চেম্পিয়নচ্ লীগ টি ২০ খিতাপো দখল কৰিছে। এতিয়া ধোনীৰ স্থানত গাইকোৱাডৰ ৰূপত চেন্নায়ে ভৱিষ্যতৰ পৰিকল্পনা ৰচনা কৰিব।

 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd